অনিল কুমাৰী মালহোত্ৰা ( Anil Kumari Malhotra) এগৰাকী ভাৰতীয় হোমিঅ'পেথিক চিকিৎসক; নেহৰু হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয় চিকিৎসালয়ৰ অধ্যক্ষ।১ শ্ৰী সাই নাথ স্নাতকোত্তৰ হোমিঅ'পেথীৰ প্ৰাক্তন ছাত্ৰী য'ৰ পৰা ২০০৬ চনত হোমিঅ'পেথীত এমডি লাভ কৰে আৰু ২০০৭ চনৰ ১ আগষ্টৰ পৰা নেহৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছে।২৩ তেখেতে কেইবাখনো চিকিৎসা গৱেষণা পত্ৰ প্ৰকাশ কৰা বুলি জনা যায়, তাৰ উপৰিও তেওঁ চিকিৎসা কৰ্মশালা অনুষ্ঠিত কৰিছে য'ত তেওঁৰ উপস্থাপনসমূহ প্ৰদৰ্শিত হৈছে আৰু বহুতো অবিৰত চিকিৎসা শিক্ষা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।।৪৫৬৭ চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৬ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৮
তথ্যসূত্ৰ
- ↑ (2016). Nehru Homoeopathic Medical College & Hospital. Delhi University
- ↑ (2006). Notification. Shri Sai Nath Post Graduate Institute of Homeopathy
- ↑ (2016). About the College. Delhi Homoeo
- ↑ (1 April 2011). Scope of Homeopathy in Thrombocytopenia. B. Jain Group of Companies
- ↑ (26 January 2016). Singer, archer, surgeon and more: Meet India's Padma awardees. Hindustan Times
- ↑ Anil Kumari Malhotra. (2007). Homoeopathy for Healthy mother & Happy child Ante-natal complaints. Presentation
- ↑ (2016). Birth Anniversary Celebrations of Dr.Samuel Hahnemann. Homoeo Times
- ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিল কুমাৰী মালহোত্ৰা” প্ৰবন্ধৰ সংশোধন ৬০৬৮১৬ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।