অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অদিতি আৰ্য (অভিনেত্ৰী আৰু গায়িকা)

অদিতি আৰ্য (জন্ম: ১৩ অক্টোবৰ, ১৯৯৬) এগৰাকী তেখেতে ফেমিনা মিছ ইণ্ডিয়াৰ বিউটি পেজেণ্টৰ খিতাপ দখল কৰিছিল আৰু পাঞ্জাবী ছবি আপে পেইন ছিয়াপেৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়, পিছলৈ তেওঁ মুণ্ডা ৰকষ্টাৰ আৰু খাও পিয়ো আইছ কাৰোৰ দৰে ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অদিতি আৰ্য (জন্ম: ১৩ অক্টোবৰ, ১৯৯৬)১ এগৰাকী তেখেতে ফেমিনা মিছ ইণ্ডিয়াৰ বিউটি পেজেণ্টৰ খিতাপ দখল কৰিছিল২ আৰু পাঞ্জাবী ছবি আপে পেইন ছিয়াপেৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়, পিছলৈ তেওঁ মুণ্ডা ৰকষ্টাৰ আৰু খাও পিয়ো আইছ কাৰোৰ দৰে ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।৩

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

অদিতিৰ জন্ম হৈছিল চণ্ডীগড়, পঞ্জাব, ভাৰতত আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। স্কুলীয়া শিক্ষা মাউণ্ট কাৰ্মেল স্কুলৰ পৰা কৰিছিল আৰু উচ্চ শিক্ষাৰ বাবে ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়লৈ গুচি গৈছিল। ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰি মডেলিঙৰ পৰাই তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল,৪ তেওঁ আছিল ২০১৪ চনৰ মিছ ডিভা৫ আৰু টাইমছ ফ্ৰেছ ফেচ। ইয়াৰ লগতে তেওঁ ৰকিএছ, নীতা নিস্কা লুলা, এলমিৰা, টাইমছ অৱ ইণ্ডিয়া, ইনভিছালাইন ইণ্ডিয়া আদিৰ দৰে ব্ৰেণ্ডৰ সৈতেও সহযোগিতা কৰিছে।৬

চলচ্চিত্ৰ তালিকা

চলচ্চিত্ৰ

বছৰচলচ্চিত্ৰভূমিকাটোকা
২০২১আপে পেইন সিয়াপেচিম্মি সিংশৰহান সিং আৰু ৰাজেশ শৰ্মাৰ বিপৰীতে
২০২২খাও পিও এয়শ্‌ কৰো-তৰছেম জাছৰ আৰু ৰঞ্জিত বৱাৰ বিপৰীতে
২০২৪মুণ্ডা ৰকষ্টাৰ-যুৱৰাজ হান্স আৰু মোহাম্মদ নাজিমৰ বিপৰীতে
২০২৪ৰূপীন্দৰ গান্ধী ৩-দেৱ খঁড়োদৰ বিপৰীতে
২০২৪শীৰ্ষকহীন৭মুখ্যঅজ্ঞাত

সংগীত তালিকা

বছৰগীতগায়কটোকাউৎস
২০২২মেহৰবাণীহয়হোৱাইট হিল মিউজিকৰ দ্বাৰা বিতৰণ৮

তথ্যসূত্ৰ

  1. ↑ Navbharat Times. Actress Aditi Aarya is going to enter Bollywood, started shooting of new film in Lucknow. www.navbharattimes.indiatimes.com
  2. ↑ Femina. Yamaha Fascino Miss diva 2014 Chandigarh finalists. www.femina.in
  3. ↑ ABP Live. Punjabi actress Aditi aarya latest interview along with Ranjith Bawa Khao on Pio Aish Karo movie. www.abplive.com
  4. ↑ Punjab Kesari. Femina Miss India Aditi Aarya talks about on education. www.punjabkesari.in
  5. ↑ Femina. Yamaha Fascino Miss diva 2014 Chandigarh finalists. www.femina.in
  6. ↑ News 18. Bollywood actress Aditi Aarya, granddaughter of Former Rajya Sabha MP Dr Ramprakash, said choosing good subject is important for artists too. www.news18.com
  7. ↑ নৱভাৰত টাইম্‌ছ. অভিনেত্ৰী অদিতি আৰ্য বলিউডত প্ৰৱেশ কৰিব, লখনৌত নতুন চলচ্চিত্ৰৰ শ্বুটিং আৰম্ভ কৰিছে. www.navbharattimes.indiatimes.com
  8. ↑ টাইম্‌ছ অৱ ইণ্ডিয়া. অদিতি আৰ্যৰ গীত "মেহৰবাণী"ৰ পাঞ্জাবী ভিডিঅ’ চাওক. www.timesofindia.indiatimes.com

সম্পৰ্কিত শ্ৰেণী

গায়িকাভাৰতীয় মহিলাভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অদিতি আৰ্য (অভিনেত্ৰী আৰু গায়িকা)” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৬২ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।