সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভাৰত ভৱন
ভাৰত ভৱন ভাৰতৰ ভূপালত অৱস্থিত এক স্বায়ত্বশাসিত বহু-কলা কেন্দ্ৰ আৰু সংগ্ৰহালয়। মধ্যপ্ৰদেশ চৰকাৰৰ দ্বাৰা স্থাপিত আৰু পুঁজি সাহায্য প্ৰাপ্ত এই ভৱনটোৰ স্থপতিবিদ আছিল চাৰ্লচ কোৰিয়া।
-
ভাৰতত এলজিবিটিৰ অধিকাৰ
ভাৰতত লেচবিয়ান, গে, বাইচেক্সুৱেল, আৰু ট্ৰেন্সজেণ্ডাৰ (এলজিবিটি) অধিকাৰ একবিংশ শতিকাত যথেষ্ট বিকশিত হৈছে। কিন্তু তথ্যত প্ৰকাশ যে ভাৰতীয় এলজিবিটি নাগৰিকসকলে এতিয়াও এলজিবিটি নহোৱাসকলে অনুভৱ নকৰা সামাজিক আৰু আইনী অসুবিধাৰ সন্মুখীন হয়। সমকামীতা বা সমকামীতা প্ৰকাশৰ বিৰুদ্ধে কোনো আইনী বাধা নাই।
-
ভাৰতত নাৰীবাদ
ভাৰতত নাৰীবাদ (Feminism in India) হৈছে ভাৰতত মহিলাসকলৰ বাবে সমান ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ আৰু সুযোগৰ সংজ্ঞা, প্ৰতিষ্ঠা আৰু সুৰক্ষাৰ লক্ষ্যৰে সংগঠিত বিভিন্ন আন্দোলনৰ সমষ্টি। এয়া হৈছে ভাৰতীয় সমাজত মহিলাৰ অধিকাৰৰ অন্বেষণ।
-
ভাৰতীয় উগ্ৰপন্থী সংগঠনসমূহৰ তালিকা
নেছ'নেল ডেম'ক্ৰেটিক ফৰ্ণ্ট অৱ বড়োলেণ্ড (এন ডি এফ বি) নেছ'নেল ডেম'ক্ৰেটিক ফৰ্ণ্ট অৱ বড়োলেণ্ড (এন ডি এফ বি (এছ)) অসম সংযুক্ত মুক্তি বাহিনী (আলফা) নেছ'নেল ছ'চিঅলিষ্ট কাউনছিল অফ নগালেণ্ড-ইচাক মুইভা (এন এছ চি এন-আই এম) নগা নেছ'নেল কাউনছিল-ফেডাৰেল (এন এন চি এফ) নেছ'নেল কাউনছিল অফ নগালেণ্ড-খাপলং পিপুলচ…
-
ভাৰতীয় গ্ৰামীণ মহিলা সংঘ
১৯৫৫ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় গ্ৰামীণ মহিলা সংঘ বা বিজিএমএছ (National Association of Rural Women India) হৈছে সমগ্ৰ ভাৰতত, ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত শাখা থকা এটা অৰাজনৈতিক আৰু অসাম্প্ৰদায়িক জাতীয় সংগঠন।
-
ভাৰতীয় মহিলা শিল্পীৰ তালিকা
তলত ভাৰতত জন্মগ্ৰহণ কৰা আৰু বা ভাৰতৰ সৈতে শক্তিশালী সম্পৰ্ক থকা ভাৰতীয় মহিলা শিল্পীৰ তালিকা দিয়া হ’ল। * ধ্ৰুৱী আচাৰ্য, দৃশ্য শিল্পী ইলুষ আহলুৱালিয়া (জন্ম ১৯৭০ চনত), চিত্ৰশিল্পী ভি অনামিকা, সমসাময়িক শিল্পী ভূৰী বাঈ (জন্ম ১৯৬৮), শিল্পী লাডো বাই, ভীল জনজাতীয় শিল্পী উমা বৰ্ধন (জন্ম ১৯৪৫),…
-
ভাৰতীয় মুছলিম মহিলা আন্দোলন
ভাৰতীয় মুছলমান মহিলা আন্দোলন (Bharatiya Muslim Mahila Andolan) হৈছে জাকিয়া সোমনৰ নেতৃত্বত গঠিত এটা স্বায়ত্তশাসিত, ধৰ্মনিৰপেক্ষ, অধিকাৰভিত্তিক গণ সংগঠন যিয়ে ভাৰতৰ মুছলমান মহিলাসকলৰ নাগৰিকত্বৰ অধিকাৰৰ বাবে যুঁজ দিয়ে। ২০১১ চনৰ জানুৱাৰী মাহত এই সংগঠন গঠন কৰা হৈছিল।
-
ভাৰতৰ বহুপতি প্ৰথা
ভাৰতৰ বহুপতি প্ৰথাৰ (Polyandry in India) অৰ্থ হৈছে ঐতিহাসিক ভাৰতীয় উপমহাদেশৰ বা বৰ্তমানৰ ভাৰতবৰ্ষৰ এগৰাকী মহিলাৰ একে সময়তে দুই বা ততোধিক স্বামী থকা প্ৰথা।
-
ভাৰতৰ শিক্ষা
ভাৰতীয় উচ্চ শিক্ষা: পৰিবৰ্তন আৰু প্ৰত্যাহ্বান: স্বাধীনতা-উত্তৰ ভাৰতত উচ্চ শিক্ষাই বহু পৰিবৰ্তনৰ মাজেদি বৰ্তমানৰ অবস্থা পাইছেহি আৰু যোৱা দশকত এই পৰিবৰ্তনৰ হাৰ আগতকৈ বেছি আছিল।
-
ভিয়েটনামৰ নাৰী
ভিয়েটনামৰ ইতিহাস ত ভিয়েটনামৰ নাৰীৰ ভূমিকাৰ বহু পৰিৱৰ্তন ঘটিছিল। ভিয়েটনামৰ নাৰীয়ে সমাজত যোদ্ধা, নাৰ্ছ, মাতৃ, পত্নীকে ধৰি বিভিন্ন ভূমিকা গ্ৰহণ কৰিছে। ভিয়েটনামত মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত বহু অগ্ৰগতি হৈছে, যেনে চৰকাৰী খণ্ডত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ লগতে ১৯৩০ চনত ভিয়েটনাম মহিলা সংঘৰ সৃষ্টি হৈছে।
-
ভূৰাগাঁও মহাবিদ্যালয়
মৰিগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল ভূৰাগাঁও মহাবিদ্যালয়। মহাবিদ্যালয়খনি ১৯৮৮ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। এইখন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাপ্ত।
-
ভেগানবাদ
ভেগানবাদ (Veganism) হৈছে পশুজাত সামগ্ৰীৰ ব্যৱহাৰ আৰু পশুৰ উৎসৰ খাদ্য গ্ৰহণৰ পৰা বিৰত থকাৰ প্ৰথা আৰু ইয়াৰ লগত জড়িত দৰ্শন যিয়ে জীৱ-জন্তুৰ পণ্যৰ মৰ্যাদাক নাকচ কৰে। ভেগানিজম চৰ্চা কৰা ব্যক্তিক পৰ্ণাশনী (Vegan) হিচাপে জনা যায়।
-
ভেনিজুৱেলাৰ নাৰী
ভেনিজুৱেলাৰ নাৰীসকল হৈছে দক্ষিণ আমেৰিকাৰ মহিলা যি ভেনিজুৱেলাত বাস কৰে বা ভেনিজুৱেলাৰ পৰা আহিছে।
-
ভেল পুৰী
ভেলপুৰী মূলতঃ ভাৰত ভাৰতত উদ্ভৱ হোৱা এবিধ টেঙা সোৱাদৰ জলপান বা পুৱাৰ অশাৰ। ই এক প্ৰকাৰৰ চাটো ৷ ইয়াক ফুলি উঠা চাউল অৰ্থাৎ মুড়ি, শাক-পাচলি আৰু এটা টেঙা তেতেলীৰ চাটনিৰে সৈতে প্ৰস্তুত কৰা হয়, আৰু ইয়াৰ টেক্সচাৰ মসৃণ নহয়। ভেল পুৰীৰ দ্বাৰা হিন্দী চলচ্চিত্ৰ জগতৰ দুই-এটি গীতো অনুপ্ৰাপৰাণিত হৈছে।
-
ভোলানাথ মহাবিদ্যালয়
ভোলানাথ মহাবিদ্যালয় বা বি. এন. কলেজ (B. N. College) ভাৰতৰ পশ্চিম অসমৰ ধুবুৰীত অৱস্থিত উচ্চতৰ শিক্ষাৰ প্ৰাচীনতম প্ৰতিষ্ঠানসমূহৰ মাজত এখন। মহাবিদ্যালয়খন ১৯৪৬ চনত মূলত ৺ভোলানাথ চৌধুৰীৰ লক্ষীপুৰ এষ্টেট জমিদাৰ পৰিয়ালৰ অনুদানৰ মাধ্যমত প্ৰতিষ্ঠিত হৈছিল।
-
মংগল সূত্ৰ
মংগল সূত্ৰ (Mangala sutra) হিন্দু সংস্কৃতিত বিশেষকৈ ভাৰতীয় উপমহাদেশত প্ৰচলিত বিবাহিত মহিলাসকলে ডিঙিত পৰিধান কৰা পৱিত্ৰ অলংকাৰ। হিন্দু ৰীতি-নীতিৰে কৰোৱা বিবাহত দৰায়ে কইনাক মংগল সূত্ৰ পৰিধান কৰায়। বিবাহিত সধৱা তিৰোতায়ে গোটেই জীৱন মংগল সূত্ৰ পৰিধান কৰে।
-
মণিকুন্তলা সেন
মণিকুন্তলা সেন (ইংৰাজী: Manikuntala Sen; প্ৰায় ১৯১১–১৯৮৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য। তেওঁৰ বাংলা ভাষাত লিখিত ভাৰতৰ ইতিহাসৰ কিছুমান অতি অশান্ত সময়ত এগৰাকী মহিলা কৰ্মী হিচাপে তেওঁৰ অভিজ্ঞতাৰ বৰ্ণনা কৰা স্মৃতিগ্ৰন্থ সেইদিনৰ কথাৰ (ইংৰাজীত…
-
মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ
মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ ( Motiram Bora H.S. Balika Vidyapith) নগাঁও চহৰৰ মাজ-মজিয়াত প্ৰতিষ্ঠিত এটি শিক্ষানুষ্ঠান। ১৯৫৭ চনত স্থাপন কৰা এই বিদ্যালখনে ইতিমধ্যেই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।
-
মহিলা সহায়ক বাহিনী,ভাৰত
মহিলা সহায়ক বাহিনী, ভাৰত চমুকৈ WAC(I) ১৯৪২ চনৰ মাৰ্চ মাহত মহিলা সহায়ক সেৱা (বাৰ্মা)ৰ বাহিৰত সৃষ্টি কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ শেষ সময়লৈকে ই সৰ্বমুঠ ১১,৫০০ মহিলাক নিযুক্তি দিছিল।
-
মহিলা ৰাষ্ট্ৰীয় সমিতি (য়েমেন)
য়েমেনৰ মহিলা ৰাষ্ট্ৰীয় সমিতি(Women National Committee (Yemen)) হৈছে মহিলা সবলীকৰণৰ বাবে কাম কৰা চৰকাৰী সংস্থা। স্থানীয় য়েমেনসকলে মহিলাৰ মৌলিক মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে সমন্বয়ত কমিটীখনত কাম কৰে।
-
মাংগ (জাতি)
মাংগ বা মাতংগ হৈছে ভাৰতৰ এক জাতি যাৰ মূল নিবাস মহাৰাষ্ট্ৰ ৰাজ্যত। তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকত মাতংগসকলক মাডিগা বুলি জনা যায়। এই সম্প্ৰদায়টো ঐতিহাসিকভাৱে গাঁৱৰ নিৰাপত্তা আৰু ৰছী নিৰ্মাণ, ঝাড়ু নিৰ্মাণ, সংগীতজ্ঞ, গৰু-ম'হ চামৰাৰ কাম, ধাত্ৰী, জল্লাদ আৰু শৱদাহৰ কামত জড়িত আছিল বুলি বিশ্বাস…
-
মাইকীমুৱা
পৰম্পৰাগতভাৱে মাইকীমুৱা (Sissy, Pink boy) বুলিলে নাৰীসুলভ আচৰণ কৰা বা সামাজিকভাৱে নিৰ্ধাৰিত পুৰুষসুলভ আচৰণ নকৰা ল'ৰা বা ব্যক্তিক বুজাবলৈ ব্যৱহাৰ কৰা এক বিৰক্তিকৰ শব্দ। ইয়াৰ দ্বাৰা পৰিচয় আগবঢ়োৱা ব্যক্তিয়ে সাধাৰণতে দুৰ্বলতাৰ সম্ভাৱ্য লক্ষণ দেখুৱায়।
-
মাছাই জনগোষ্ঠী
মাছাই জনগোষ্ঠী (Maasai People) 'আফ্ৰিকাৰ গ্ৰেট লেক' অঞ্চলত অৱস্থিত কেনিয়াৰ উত্তৰ, মধ্য আৰু দক্ষিণাঞ্চলত আৰু টাঞ্জানিয়াৰ উত্তৰাঞ্চলত বসবাস কৰা এটা নিলোটিক জনগোষ্ঠী। এই জনগোষ্ঠীৰ স্থানীয় ভাষা, 'মাছাই ভাষা'টো ডিংকা, কালেনজিন আৰু নিউৰ সৈতে জডিত এটা নিলোটিক ভাষা।
-
মাছৰ টেঙা
মাছৰ টেঙা (Maasor tenga; Sour fish curry) অসমীয়া লোকসকলৰ মাজত পৰম্পৰাগতভাৱে চলি অহা টেঙা উপকৰণেৰে ৰন্ধা মাছৰ একপ্ৰকাৰৰ ব্যঞ্জন। মাছৰ সৈতে বিভিন্ন টেঙাজাতীয় ফল আৰু পাচলি মিহলাই মাছৰ টেঙা ব্যঞ্জন প্ৰস্তুত কৰা হয়। সাধাৰণতে গৰমৰ দিনত মাছৰ টেঙা জোল খোৱাৰ ৰীতি প্ৰচলিত।
-
মাতৃ নাৰীবাদ
মাতৃ নাৰীবাদ বা মাতৃত্ব নাৰীবাদ (Maternal feminism) হৈছে বহু প্ৰাথমিক নাৰীবাদীৰ বিশ্বাস যে মাতৃ আৰু যত্ন লোৱা ব্যক্তি হিচাপে নাৰীৰ সমাজ আৰু ৰাজনীতিত গুৰুত্বপূৰ্ণ কিন্তু সুকীয়া ভূমিকা আছিল।
-
মাদিয়া গণ্ড
মাদিয়া গণ্ড;Madia Gonds; বা মাদিয়া বা মাৰিয়া মহাৰাষ্ট্ৰ ৰাজ্যৰ চন্দ্ৰপুৰ জিলা আৰু গাডচিৰোলি জিলা, আৰু ভাৰতৰ চত্তীশগড় ৰাজ্যৰ বাষ্টাৰ বিভাগত বাস কৰা এণ্ড'গেমাছ (অন্তঃবিবাহী) গণ্ড জনজাতিসমূহৰ ভিতৰত অন্যতম।
-
মানৱ যৌনতাৰ প্ৰবন্ধ সূচী
মানৱ যৌনতাই মানুহৰ যৌনতা আৰু যৌন আচৰণৰ শাৰীৰিক, মানসিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, দাৰ্শনিক, নৈতিক, নৈতিক, ধৰ্মতত্ত্ব, আইনী আৰু আধ্যাত্মিক বা ধৰ্মীয় দিশকে ধৰি বহুতো বিষয় সামৰি লয়। মানৱ যৌনতা সম্পৰ্কীয় প্ৰবন্ধসমূহৰ ভিতৰত আছে:
-
মালপোৱা
ভূটান, ভাৰত, নেপাল আৰু বাংলাদেশত জনপ্ৰিয় পূব ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা মিঠাই হিচাপে ৰাতিপুৱাৰ চাহৰ সৈতে বা দুপৰীয়াৰ চাহৰ সৈতে জলপান হিচাপে পৰিবেশন কৰা মিঠাযুক্ত ব্ৰেকফাষ্ট এবিধক মালপোৱা বা কেতিয়াবা পোৱা বুলি কোৱা হয় ৷
-
মালিৰ নাৰী
জাতিগত সম্প্ৰদায়ৰ বিভিন্ন পৰম্পৰাৰ জটিল আন্তঃক্ৰিয়া, মহান ছাহেলিয়ান ৰাষ্ট্ৰৰ উত্থান-পতন, ফৰাচী ঔপনিৱেশিক শাসন, স্বাধীনতা, নগৰায়ন, আৰু উত্তৰ-ঔপনিৱেশিক সংঘাত আৰু প্ৰগতিৰ ফলত মালিৰ নাৰীৰ (Women in Mali) মৰ্যাদা আৰু সামাজিক ভূমিকা গঢ় লৈ উঠিছে।
-
মালেকা খান
মালেকা খান (Maleka Khan; জন্ম: ১৯৪৩) এগৰাকী বাংলাদেশী সমাজকৰ্মী আৰু বীৰাংগনাৰ অধিকাৰ কৰ্মী। ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ধৰ্ষণৰ সন্মুখীন হোৱা মহিলাসকলক বীৰাংগনা বোলা হৈছিল।