সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাৰমা
মাৰমা (মাব়মা) হ'ল বাংলাদেশৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী বা ক্ষুদ্ৰ নৃ-গোষ্ঠী। যদিও তিনিখন পাহাৰীয়া জিলাত বাস কৰা দেখা যায়, মূল জনসংখ্যাৰ অধিকাংশই বান্দৰবানত বাস কৰে। ‘মাৰমা’ শব্দটো পালি ভাষাৰ মাৰম্মা শব্দৰপৰা উদ্ভৱ হৈছে।
-
মিচিং নৃত্য আৰু গীত মাত
ভাব প্ৰকাশৰ বাবে কথাৰে তথা দেহৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালনেৰে এজনে আন এজনৰ লগত মত বিনিময় কৰাটোৱেই কালক্ৰমত নৃত্য বা নাচৰ ৰূপ ললে বুলি সচৰাচৰ জনা যায়।
-
মিঠা দৈ
মিঠা দৈ বা বাংলা ভাষাত মিষ্টি দৈ হৈছে ভাৰতীয় উপমহাদেশৰ বংগ অঞ্চলৰপৰা উৎপত্তি হোৱা গাখীৰৰপৰা তৈয়াৰী এবিধ খাদ্য আৰু ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকা, আৰু বাংলাদেশ ৰাষ্ট্ৰত প্ৰচলিত কিম্বন কৰা মিঠা দৈ (দৈ)। ইয়াক গাখীৰ আৰু চেনি বা গুৰ দি তৈয়াৰ কৰা হয়।
-
মিঠৈ
মিঠৈ (molasses) হ’ল কুঁহিয়াৰ অথবা sugar beet ৰ পৰা চেনি প্ৰস্তুত কৰণত সৃষ্টি হোৱা এবিধ সান্দ্ৰ পদাৰ্থ। ইংৰাজী শব্দ Molassesটো পৰ্টুগীজ শব্দ melaço ৰ পৰা আহিছে, যাৰ মূল হ’ল লেটিন শব্দ mel যাৰ অৰ্থ মৌ-জোল।
-
মুছাহাৰ
মুছাহাৰ (Musahar) হ’ল পূব গংগা সমভূমি আৰু তৰাই অঞ্চলত পোৱা এক দলিত সম্প্ৰদায়। তেওঁলোকক ঋষিদেৱ, চাদা, মাঝি আৰু বনবাসী নামেৰেও জনা যায়। মুছাহাৰসকলৰ আন নামবোৰ হ’ল ভূঞা আৰু ৰাজৱাৰ।
-
মূৰিঘণ্ট
মূৰিঘণ্ট বা মাছৰ মূৰৰ তৰকাৰী ( মালয় আৰু ইণ্ডোনেছিয়ান: কাৰি কেপালা ইকান) ইণ্ডোনেছিয়ান মালয়েছিয়ান আৰু ছিংগাপুৰৰ খাদ্যৰ ভাৰতীয় আৰু চীনা মূলৰ মিশ্ৰিত সংস্কৰণ। ইয়াত ৰেড স্নেপাৰ মাছৰ মূৰটো কেৰালা ষ্টাইলৰ তৰকাৰীত ভেন্দি আৰু বেঙেনাৰ দৰে বিভিন্ন শাক-পাচলিৰ সৈতে জোল কৰা হয়।
-
মেক লাভ নট স্কাৰছ্
মেক লাভ নট স্কাৰছ ( Make Love Not Scars; অসমীয়া অৰ্থ: প্ৰেম কৰা, দাগ নহয়) হৈছে নতুন দিল্লীত অৱস্থিত এটা ভাৰতীয় অলাভজনক সংস্থা। এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকৰ বাবে কাম কৰা এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল ৰিয়া শৰ্মাই। তানিয়া সিং এই সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া।
-
মেক্সিকোৰ নাৰী
মেক্সিকোত নাৰীৰ মৰ্যাদা পৰিৱৰ্তনশীল সময়ৰ সমান্তৰালভাৱে যথেষ্ট সলনি হোৱা দেখা গৈছে। বিংশ শতিকালৈকে মেক্সিকো আছিল এখন গ্ৰাম্য দেশ; য'ত গ্ৰাম্য মহিলাৰ মৰ্যাদা পৰিয়াল আৰু স্থানীয় সম্প্ৰদায়ৰ পৰিসৰৰ ভিতৰত সংজ্ঞায়িত কৰি থোৱা হৈছিল।
-
মোধ (জনসমষ্টি)
গুজৰাটৰ মোধেৰাৰ পৰা উৎপত্তি হোৱা কিছুমান গুজৰাটী লোকৰ উপাধিত প্ৰায়ে ব্যৱহাৰ কৰা এটা বিশেষণ হৈছে মোধ।
-
মোমো
মোমো বা মম (Momo) পূব আৰু দক্ষিণ এছিয়াত প্ৰচলিত ময়দা বা তেনেজাতীয় আটাৰ পৰা প্ৰস্তুত কৰা আৰু ভিতৰত মাংস, পাচলি বা পানীৰ আদি সুমুৱাই প্ৰস্তুত কৰা একপ্ৰকাৰৰ খাদ্য।
-
মৰক্কোৰ নাৰী
মৰক্কোৰ নাৰীসকলৰ (Women in Morocco) ইতিহাসত উত্তৰ-পশ্চিম আফ্ৰিকাৰ দেশ মৰক্কোত ইছলামৰ আগমনৰ আগৰ, সময়ত আৰু পিছৰ জীৱন অন্তৰ্ভুক্ত কৰা হৈছে। এটা ভুল ধাৰণা আছে যে, ইয়াতেই হাৰেম গঠন হয় বা এই দেশত নাৰীৰ ব্যৱহাৰ আৰু অধিকাৰৰ এক সাৰ্বজনীন নিয়ম আছে। কিছুমান পৰিয়ালে অধিক প্ৰাচীন, আমাজিগ ৰীতি-নীতি মানি চলে।
-
মৰ্টন
মৰ্টন হৈছে এক মিঠা খাদ্য য'ত মুখ্য উপাদান হিচাপে চেনিক ব্যৱহাৰ কৰা হয়। চেনি কনফেক্সনেৰী নামৰ শ্ৰেণীত চকলেট, চুইং গাম, আৰু চেনি মৰ্টনসহ যিকোনো মিঠা কনফেক্সন অন্তৰ্ভুক্ত থাকে। চেনিৰ প্ৰলেপ দিয়া পাচলি, ফল বা বাদাম আদিকো মৰ্টন বুলিব পাৰি।
-
য়োমাৰী
য়োমাৰী (নেপালী: योमरी, নেৱাৰী: 𑐫𑑀𑐩𑐵𑐬𑐷, 𑐫𑑅𑐩𑐵𑐬𑐷 বুলিও লিখা হয়), নেৱাৰ জনগোষ্ঠীৰ এক পৰম্পৰাগত পিঠা সদৃশ মিঠাই জাতীয় খাদ্য, যিটো সাধাৰণতে শীতকালত প্ৰস্তুত কৰা হয়। য়োমাৰী সিজোৱা চাউলেৰে প্ৰস্তুত কৰা হয়। এই খাদ্যটোত অধিক কেলৰী থকা বাবে শীতৰ ঠাণ্ডা দূৰ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।
-
য়্যেম
য়্যেম (Yếm) বা আও য়্যেম (áo yếm) হৈছে ভিয়েটনামৰ এক পৰম্পৰাগত অন্তৰ্বাস, যি এসময়ত সকলো শ্ৰেণীৰ ভিয়েটনামীয় মহিলাই পৰিধান কৰিছিল। শালীনতা ৰক্ষাৰ বাবে ইয়াক সাধাৰণতে ব্লাউজ বা চাদৰৰ তলত পিন্ধা হৈছিল। ই এবিধ সৰল পোচাক।
-
যোধপুৰী
যোধপুৰী শ্বুট হৈছে ভাৰতৰ এক আনুষ্ঠানিক পৰিধান। ই যোধপুৰ ৰাজ্যত উৎপত্তি হৈছিল আৰু ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা বিংশ শতিকাৰ মধ্যভাগলৈ ভাৰতত জনপ্ৰিয় হৈছিল। ইয়াত কোট আৰু পেন্ট থাকে, কেতিয়াবা গেঞ্জীৰ সৈতে পৰিপূৰক ৰূপত পৰিধান কৰা হয়।
-
যৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগী
যৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগী (Feminist views on the sex industry) বহু পৰিমাণে ভিন্ন হোৱা পৰিলক্ষিত হয়। এই দৃষ্টিভংগী প্ৰয়োগ কৰা নাৰীবাদৰ ধৰণটোৰ ওপৰত নিৰ্ভৰশীল।
-
লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়
লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয় হৈছে অসমৰ লখিমপুৰ জিলাত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৯২ চনত স্থাপিত এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। মহাবিদ্যালয়খনত বিশিষ্ট শিক্ষাবিদ আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় মোহন চন্দ্ৰ ৰয়ৰ নামেৰে এটি পুথিভঁৰাল আছে।
-
লাড়ু
লাদ্দু বা লাডু হৈছে ভাৰতীয় উপমহাদেশত উদ্ভৱ হোৱা এবিধ গোলাকাৰ মিঠাই ৷ ইয়াক ইয়াক বিভিন্ন মিঠাইৰ উপাদান আৰু চেনিৰ ৰস বা গুড়েৰে সম্পৃক্ত কৰি প্ৰস্তুত কৰা হয়। " ভাৰতীয় মিঠাইসমূহৰ ভিতৰত আটাইতকৈ সাৰ্বজনীন আৰু সবাতোকৈ প্ৰাচীন" বুলি কোৱা হৈছে।
-
লাডো বাঈ
লাডো বাঈ (ইংৰাজী: Lado Bai) মধ্য প্ৰদেশৰ ভিল জনগোষ্ঠীৰ এগৰাকী জনজাতীয় চিত্ৰ শিল্পী। ভাৰত, ফ্ৰান্স আৰু ব্ৰিটেইনৰ বিভিন্ন প্ৰদৰ্শনীত তেওঁৰ কৰ্মৰাজি প্ৰদৰ্শিত হৈছে। ভূপালৰ আদিবাসী লোক কলা একাডেমীত থাকে আৰু তাতে কাম কৰে।
-
লাহোৰ কলেজ ফৰ উইমেন ইউনিভাৰ্চিটি
লাহোৰ কলেজ ফৰ উইমেন ইউনিভাৰ্চিটি (LCWU) হৈছে পাকিস্তানৰ পঞ্জাৱৰ লাহোৰত অৱস্থিত এখন ৰাজহুৱা বিশ্ববিদ্যালয়। ১৯২২ চনত ৬০ জন শিক্ষাৰ্থীৰ জোখাৰে প্ৰতিষ্ঠা হোৱা এইখনত এতিয়া প্ৰায় ১৫,০০০ শিক্ষাৰ্থীৰ পূৰ্ণকালীন নামভৰ্তি আছে আৰু ইয়াৰ স্তৰসমূহ ইণ্টাৰমিডিয়েট, স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডিৰ…
-
লিংগ তৰলতা
লিংগ তৰলতা (Gender Fluidity) হৈছে সময়ৰ লগে লগে বা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সালসলনি হোৱা এটা অনিৰ্দিষ্ট লিংগ পৰিচয়। এই তাৰতম্য লিংগ পৰিচয় বা লিংগ প্ৰকাশৰ স্তৰত ঘটিব পাৰে।
-
লিংগ বৈচিত্ৰ্য
লিংগ বৈচিত্ৰ্য ((Gender diversity) হৈছে বিভিন্ন লিংগৰ লোকৰ ন্যায্য বা ন্যায্য প্ৰতিনিধিত্ব। ই সাধাৰণতে পুৰুষ আৰু মহিলাৰ সম অনুপাতক বুজায়, কিন্তু ইয়াত অদ্বিতীয় লিংগৰ লোককো অন্তৰ্ভুক্ত কৰা হয়।কৰ্পৰেট পৰিষদত লিংগ বৈচিত্ৰ্যৰ বিষয়ে বহুলভাৱে আলোচনা কৰা হৈছে৷ সমসাময়িক বহু পদক্ষেপে কম্পিউটিং,…
-
লিপষ্টিক নাৰীবাদ
লিপষ্টিক নাৰীবাদ (Lipstick feminism) হৈছে পৰম্পৰাগত নাৰীবাদী ধাৰণাসমূহৰ সমান্তৰালভাৱে নাৰীৰ যৌন শক্তিকে ধৰি নাৰীত্বৰ পৰম্পৰাগত ধাৰণাসমূহকো আঁকোৱালি ল’ব বিচৰা এক নাৰীবাদ।
-
লিপষ্টিক লেচবিয়ান
লিপষ্টিক লেচবিয়ান (ইংৰাজী: Lipstick lesbian) হ’ল এনে এগৰাকী লেচবিয়ানক বুজাবলৈ ব্যৱহাৰ কৰা এক শ্লেং বা কথিত শব্দ, যিয়ে প্ৰচুৰ পৰিমাণে নাৰীসুলভ বৈশিষ্ট্য প্ৰদৰ্শন কৰে।
-
লেডী
লেডী (Lady) ভদ্ৰ আচৰণ কৰা মহিলাক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ।[1] এসময়ত কেৱল উচ্চ সামাজিক শ্ৰেণী বা মৰ্যাদাৰ মহিলাক বুজাবলৈহে এই শব্দ ব্যৱহাৰ কৰা হৈছিল, প্ৰভুৰ সমকক্ষ মহিলা, এতিয়া ইয়াৰ দ্বাৰা যিকোনো প্ৰাপ্তবয়স্ক মহিলাক বুজাব পাৰি, কিয়নো ভদ্ৰলোক শব্দ পুৰুষৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
-
লেডী ইন-ৱেইটিং
লেডী-ইন-ৱেইটিং বা ক’ৰ্ট লেডী হৈছে দৰবাৰত এগৰাকী মহিলা ব্যক্তিগত সহায়িকা, যিয়ে কোনো ৰাজকীয় মহিলা বা উচ্চ পদস্থ সম্ভ্ৰান্ত মহিলাক সহায় কৰে। ঐতিহাসিকভাৱে ইউৰোপত এগৰাকী লেডী-ইন-ৱেটিং প্ৰায়ে এগৰাকী সম্ভ্ৰান্ত মহিলা আছিল যদিও তেওঁ যিগৰাকী মহিলাৰ ওচৰলৈ গৈছিল, তেওঁতকৈ পদবী নিম্ন আছিল।
-
লেপচা
লেপচা (:Lepcha /লেন্পচা/; লগতে ৰঙকুপ (লেপচা ভাষাত: ᰕᰫ་ᰊᰪᰰ་ᰆᰧᰶ ᰛᰩᰵ་ᰀᰪᰱ ᰛᰪᰮ་ᰀᰪᰱ,মুটুনচি ৰংকুপ ৰুমকুপ — অৰ্থাৎ “ৰং আৰু ঈশ্বৰৰ প্ৰিয় সন্তান”) আৰু ৰঙপা (চিকিমি ভাষাত: རོང་པ) নামেও পৰিচিত ) ভাৰতৰ চিকিম ৰাজ্যৰ আদিবাসী জনগোষ্ঠীসমূহৰ অন্যতম আৰু লগতে পশ্চিমবংগৰ সীমান্তৰ দাৰ্জিলিং আৰু কলিম্পঙত আৰু চুবুৰীয়া…
-
লোক বিৰাদাৰী প্ৰকল্প
লোক বিৰাদাৰী প্ৰকল্প(এলবিপি) (:Lok Biradari Prakalp (LBP); মাৰাঠী; ব্ৰাদাৰহুড অৱ পিপল প্ৰকল্প) অৰ্থাৎ লোক ভ্ৰাতৃত্ব প্ৰকল্প হৈছে মহাৰোগী সেৱা সমিতি, ৱাৰোৰাৰ এক সামাজিক প্ৰকল্প য'ত এখন চিকিৎসালয়, এখন বিদ্যালয় আৰু এখন পশু অনাথ আশ্ৰম জড়িত হৈ আছে।
-
লোকাপাৰ
লোকাপাৰ হৈছে এবিধ আপুৰুগীয়া কাণত পিন্ধা অলংকাৰ। প্ৰধানকৈ অসমৰ যোৰহাট অঞ্চলত গঢ়োৱা এই অলংকাৰ বিধ পিঠিয়া-পিঠিয়কৈ থকা চাৰিটা পাৰ চৰাইৰ আৰ্হিৰ। সাধাৰণতে ইয়াত ৰঙা আৰু সেউজীয়া পাথৰে সোণত খচিত কৰি গঢ়োৱা হয়। লোকাপাৰক অসমীয়া মহিলাৰ অতি আদৰৰ আৰু হেঁপাহৰ অলংকাৰ হিচাপে গণ্য কৰা হয়।
-
লোহাৰ (জাতি)
লোহাৰ বা লোহাৰাক হিন্দুসকলৰ মাজত এটা জাতি আৰু ভাৰতৰ উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ড ৰাজ্য আৰু নেপালত মুছলমান আৰু শিখসকলৰ মাজৰ এটা বংশ বুলি গণ্য কৰা হয়। এওঁলোকে পৰম্পৰাগতভাৱে শিল্পীৰ জাতি গঠন কৰে।