অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰতীয় মহিলা শিল্পীৰ তালিকা

তলত ভাৰতত জন্মগ্ৰহণ কৰা আৰু বা ভাৰতৰ সৈতে শক্তিশালী সম্পৰ্ক থকা ভাৰতীয় মহিলা শিল্পীৰ তালিকা দিয়া হ’ল। * ধ্ৰুৱী আচাৰ্য, দৃশ্য শিল্পী ইলুষ আহলুৱালিয়া (জন্ম ১৯৭০ চনত), চিত্ৰশিল্পী ভি অনামিকা, সমসাময়িক শিল্পী ভূৰী বাঈ (জন্ম ১৯৬৮), শিল্পী লাডো বাই, ভীল জনজাতীয় শিল্পী উমা বৰ্ধন (জন্ম ১৯৪৫),…

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৫ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ

তলত ভাৰতত জন্মগ্ৰহণ কৰা আৰু বা ভাৰতৰ সৈতে শক্তিশালী সম্পৰ্ক থকা ভাৰতীয় মহিলা শিল্পীৰ তালিকা দিয়া হ’ল।

  • ধ্ৰুৱী আচাৰ্য, দৃশ্য শিল্পী
  • ইলুষ আহলুৱালিয়া (জন্ম ১৯৭০ চনত), চিত্ৰশিল্পী
  • ভি অনামিকা, সমসাময়িক শিল্পী
  • ভূৰী বাঈ (জন্ম ১৯৬৮), শিল্পী
  • লাডো বাঈ, ভীল জনজাতীয় শিল্পী
  • উমা বৰ্ধন (জন্ম ১৯৪৫), চিত্ৰশিল্পী
  • অতসী বৰুৱা (১৯২১–২০১৬), চিত্ৰশিল্পী
  • মাধুৰী ভাদুৰী (জন্ম ১৯৫৮), চিত্ৰশিল্পী
  • ডিম্পী ভলোটিয়া (১৯৮৭), ষ্ট্ৰীট ফটোগ্ৰাফাৰ
  • পামেলা বোৰ্ডেচ, ফটোগ্ৰাফাৰ
  • বসুন্ধৰা তেৱাৰী ব্ৰুটা (জন্ম ১৯৫৫), চিত্ৰশিল্পী
  • মায়া বৰ্মন (জন্ম ১৯৭১), চিয়াঁহী আৰু জলৰঙৰ চিত্ৰশিল্পী, ফ্ৰান্সত বাস কৰা
  • জয়শ্ৰী বৰ্মন, চিত্ৰকৰ
  • শান্তি চন্দ্ৰশেখৰ, দৃশ্য শিল্পী
  • অঞ্জু চৌধুৰী (জন্ম ১৯৪৪), শিল্পী
  • মণিমালা চিত্ৰকাৰ, বংগৰ পতুৱা শিল্পী
  • প্ৰফুল্ল ধনুকৰ (১৯৩৪–২০১৪), চিত্ৰশিল্পী
  • ভাৰতী দয়াল (জন্ম ১৯৬১), চিত্ৰশিল্পী
  • বৌৱা দেৱী, মিথিলা চিত্ৰকৰ
  • প্ৰতিমা দেৱী (চিত্ৰশিল্পী) (১৮৯৩–১৯৬৯), চিত্ৰশিল্পী, নৃত্য শিক্ষয়িত্ৰী
  • অনিতা ডুবে (১৯৫৮), সমসাময়িক শিল্পী
  • উপাসনা ঘোষ, চিত্ৰকৰ
  • শীলা গৌড়া (জন্ম ১৯৫৭)
  • ছাবা হাছান (জন্ম ১৯৬২), সমসাময়িক শিল্পী
  • বাৰান ইজলাল, দৃশ্য আৰু শব্দ শিল্পী
  • লতিকা কট্ট (জন্ম ১৯৪৮), ভাস্কৰ্য শিল্পী
  • ৰেণুকা কেশৰামাড়ু, চিত্ৰশিল্পী
  • ভাৰতী খেৰ (জন্ম ১৯৬৯), চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী আৰু ইনষ্টলেচন শিল্পী
  • সাদিয়া কোচাৰ (জন্ম ১৯৭৯), ফটোগ্ৰাফাৰ
  • ললিতা লাজমী (১৯৩২–২০২৩), চিত্ৰশিল্পী
  • শ্ৰীমতী লাল (১৯৫৯–২০১৯), চিত্ৰশিল্পী
  • নলিনী মালানি (জন্ম ১৯৪৬), চিত্ৰশিল্পী, ভিডিঅ' আৰু ইনষ্টলেচন শিল্পী
  • দিব্যা মেহৰা (জন্ম ১৯৮১), বহুবিষয়ক শিল্পী
  • ৰুমা মেহৰা (জন্ম ১৯৬৭), চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী আৰু কবি
  • ভৱনা মেহতা (জন্ম ১৯৬৮), কাগজ কটা শিল্পী
  • এঞ্জোলি এলা মেনন (জন্ম ১৯৪০), চিত্ৰশিল্পী আৰু মিউৰেলিষ্ট
  • মৃণালিনী মুখাৰ্জী (১৯৪৯–২০১৫), ভাস্কৰ্য শিল্পী
  • কোটা নীলিমা, চিত্ৰকৰ
  • কুজানা অগ (জন্ম ১৯৭১), চিত্ৰশিল্পী
  • গগী সৰোজ পাল (জন্ম ১৯৪৫), চিত্ৰকৰ, ভাস্কৰ্য শিল্পী, ছপা নিৰ্মাতা, ইনষ্টলেচন
  • কেটাকি পিম্পলখাৰে (জন্ম ১৯৭৭), চিত্ৰশিল্পী
  • পিল্লু পচখানাৱালা (১৯২৩–১৯৮৬), ভাস্কৰ্য শিল্পী
  • বি প্ৰভা (১৯৩৩–২০০১), চিত্ৰশিল্পী
  • পবিবেন ৰাবাৰী, এম্ব্ৰয়ডাৰাৰ
  • গাৰ্গী ৰাইনা (জন্ম ১৯৬১), চিত্ৰশিল্পী
  • ৰতিকা ৰামস্বামী, বন্যপ্ৰাণী ফটোগ্ৰাফাৰ
  • তাৰা সভাৰৱাল (জন্ম ১৯৫৭), চিত্ৰশিল্পী
  • নেলী ছেথনা (১৯৩২–১৯৯২), বস্ত্ৰ শিল্পী
  • তেজল শ্বাহ (জন্ম ১৯৭৯), বহুবিষয়ক সমসাময়িক শিল্পী
  • নিলিমা শ্বেখ (জন্ম ১৯৪৫) দৃশ্য শিল্পী
  • অমৃতা শ্বেৰগিল (১৯১৩–১৯৪১), চিত্ৰশিল্পী
  • অৰ্পিতা সিং (১৯৩৭), চিত্ৰশিল্পী
  • দয়ানিতা সিং (জন্ম ১৯৬১), ফটোগ্ৰাফাৰ
  • এমেলিনা ছ’য়াৰেছ, শিল্পী আৰু শিল্প ইতিহাসবিদ
  • ৱাই জি শ্ৰীমতী (১৯২৬–২০০৭), চিত্ৰশিল্পী
  • কৰুণা সুক্কা (জন্ম ১৯৮০), ছপা নিৰ্মাতা
  • সুৰেখা, ভিডিঅ' শিল্পী
  • ক্ৰুটিকা সুছাৰলা, কমিক বুক লেখিকা আৰু চিত্ৰকৰ
  • জয়া থ্যাগৰাজন (১৯৫৬–২০১৫), চিত্ৰশিল্পী
  • হেমা উপাধ্যায় (১৯৭২–২০১৫), ফটোগ্ৰাফাৰ আৰু ইনষ্টলেচন শিল্পী
  • গীতা বাধেৰা, সমসাময়িক শিল্পী
  • ৰুক্মিণী বৰ্মা (জন্ম ১৯৪০), শিল্পী
  • বিনিতা বাহু, দৃশ্য শিল্পী আৰু ডিজাইনাৰ
  • দুৰ্গা বাই ব্যোম (জন্ম ১৯৭৩)

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় মহিলা শিল্পীৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৭৯৮৭২ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।