জ্যেক কাৰ্টিয়ে (৩১ ডিচেম্বৰ ১৪৯১১ ছেপ্টেম্বৰ ১৫৫৭) আছিল ব্ৰিটানিৰ এগৰাকী ফৰাচী সামুদ্ৰিক অভিযাত্ৰী। কাৰ্টিয়ে আছিল প্ৰথম ইউৰোপীয় যিয়ে চেণ্ট লৰেন্স উপসাগৰ আৰু চেণ্ট লৰেন্স নদীৰ পাৰৰ বৰ্ণনা আৰু মানচিত্ৰ নিৰ্মাণ কৰিছিল,১ যাক তেওঁ ষ্টেডাকোনা (ক্যুবেক চহৰ) আৰু হোচেলাগা (মণ্ট্ৰিয়েল দ্বীপ)ত দেখা দুটা ডাঙৰ বসতিৰ ইৰ'ক'ইয়ান নামৰ নামেৰে "কানাডাৰ দেশ" নাম দিছিল।২৩৪
তথ্যসূত্ৰ
- ↑ His maps are lost but referenced in a letter by his nephew Jacques Noël, dated 1587 and printed by Richard Hakluyt with the Relation of Cartier's third voyage, in The Principall Navigations [...], London, G. Bishop, 1600
- ↑ Trudel, Marcel. Cartier, Jacques. The Canadian Encyclopedia
- ↑ Exploration – Jacques Cartier. The Historica Dominion Institute
- ↑ Jacques Cartier. The Catholic Encyclopedia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যেক কাৰ্টিয়ে” প্ৰবন্ধৰ সংশোধন ৫২৫৯৯১ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।