অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ঘোষ (উপাধি‍)

ঘোষ হৈছে বাংলাদেশৰ ঢাকা, যশোৰ আৰু ভাৰতৰ পশ্চিমবংগৰ দক্ষিণ আৰু বিহাৰৰ বাঙালী হিন্দু সম্প্ৰদায়ৰ মাজত পোৱা এক উপাধি‍। ইয়াৰ বাহিৰেও ঘোষ উপাধি‍ ক্ষত্ৰীয় কোচসকলৰ মাজতো দেখিবলৈ পোৱা যায়, এওঁলোকক সাধাৰণতে‍ পশ্চিমবংগ ৰাজ্যৰ উত্তৰবংগ আৰু বাংলাদেশৰ ৰংপুৰ, দিনাজপুৰ আৰু অসমৰ কিছু অংশত পোৱা যায়।

হালনাগাদ: ২৯ অক্টোবৰ ২০২৪ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ঘোষ হৈছে বাংলাদেশৰ ঢাকা, যশোৰ আৰু ভাৰতৰ পশ্চিমবংগৰ দক্ষিণ আৰু বিহাৰৰ বাঙালী হিন্দু সম্প্ৰদায়ৰ মাজত পোৱা এক উপাধি‍। ইয়াৰ বাহিৰেও ঘোষ উপাধি‍ ক্ষত্ৰীয় কোচসকলৰ মাজতো দেখিবলৈ পোৱা যায়, এওঁলোকক সাধাৰণতে‍ পশ্চিমবংগ ৰাজ্যৰ উত্তৰবংগ আৰু বাংলাদেশৰ ৰংপুৰ, দিনাজপুৰ আৰু অসমৰ কিছু অংশত পোৱা যায়।

অৱশ্য‍ে ঘোষসকলৰ বেছিভাগেই বাঙালী কায়স্থ সম্প্ৰদায়ৰ। বাঙালী কায়স্থসকল পঞ্চম বা ষষ্ঠ শতিকাৰ পৰা একাদশ বা দ্বাদশ শতিকাৰ ভিতৰত বিষয়া বা লেখক শ্ৰেণীৰ পৰা বৰ্ণলৈ বিৱৰ্তিত হৈছিল, ইয়াৰ বেছিভাগেই ক্ষত্ৰিয় আৰু ব্ৰাহ্মণ।১ ঘোষসকলক বসু, গুহ আৰু মিত্ৰৰ সৈতে‍ সৌকলিন গোত্ৰৰ কায়স্থ হিচাপে বিবেচনা কৰা হয়। ২

ঘোষ উপাধিৰ হিন্দু লোকসকল সাধাৰণত গোৱালা উপজাতিৰ আৰু এওঁলোক কৃষি-কৰ্মৰ লগতো জড়িত। আৰু কোচ সম্প্ৰদায়ৰ ঘোষসকল কৃষি-কৰ্ম, মাছ ধৰা, পশুপালন আদিৰ সৈতে জডি়ত।

বাংলা ভাষাত সদগোপ আৰু গোৱালা উপাধি ঘোষ উপাধিক বুজাবলৈও ব্যৱহাৰ হয়। ৩ ৪ ৫

তথ্যসূত্ৰ

  1. ↑ Andre Wink. (1991). Al-Hind, the Making of the Indo-Islamic World, Volume 1. Brill Academic Publishers. পৃ. 269. ISBN 978-90-04-09509-0
  2. ↑ Hopkins, Thomas J. (1989). Krishna consciousness in the West. Bucknell University Press. পৃ. 35–36. ISBN 978-0-8387-5144-2
  3. ↑ John R. McLane. (2002). Land and Local Kingship in Eighteenth-Century Bengal. Cambridge University Press. পৃ. 157. ISBN 978-0-5215-2654-8
  4. ↑ (1993). Oh Calcutta. University of Virginia
  5. ↑ (1975). Folk-lore. Indian Publications. পৃ. 172

সম্পৰ্কিত শ্ৰেণী

উপাধি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘোষ (উপাধি‍)” প্ৰবন্ধৰ সংশোধন ৪৪১৫৪৩ (২৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।