অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ছাউথ ছিটি

ছাউথ ছিটি হৈছে কলিকতা চহৰৰ মাজ মজিয়াত থকা এক বৃহৎ আৱাসিক প্রাঙ্গণ। এইয়া কলিকতাৰ টলিগঞ্জ অঞ্চলৰ প্ৰিন্স আনৱৰ শ্বাহ পথত অৱস্থিত। এই আৱাসিক প্রাঙ্গণত বিভিন্ন ধৰণৰ সা-সুবিধা উপলব্ধ আছে যেনে বিদ্যালয়, চিকিৎসালয়, শ্বপিং মল আৰু এটি সামাজিক ক্লাব।

হালনাগাদ: ৬ নৱেম্বৰ ২০২৫ ৩৮ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ছাউথ ছিটি হৈছে কলিকতা চহৰৰ মাজ মজিয়াত থকা এক বৃহৎ আৱাসিক প্রাঙ্গণ। এইয়া কলিকতাৰ টলিগঞ্জ অঞ্চলৰ প্ৰিন্স আনৱৰ শ্বাহ পথত অৱস্থিত।

এই আৱাসিক প্রাঙ্গণত বিভিন্ন ধৰণৰ সা-সুবিধা উপলব্ধ আছে যেনে বিদ্যালয়, চিকিৎসালয়, শ্বপিং মল আৰু এটি সামাজিক ক্লাব।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাউথ ছিটি” প্ৰবন্ধৰ সংশোধন ৫৪৮৩৪৮ (৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।