জীৱন এনে এটা বৈশিষ্ট যাৰ জৰিয়তে জীৱিত আৰু মৃত জীৱৰ মাজৰ পাৰ্থক্য বুজিব পাৰি।
জীৱনৰ অন্য কিছুমান অৰ্থ হৈছে:
- মানৱ জীৱন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
- মানুহৰ অৱস্থা
- জীৱনী
- আত্মজীৱনী
- দৈনন্দিন জীৱন, দৈনিক এজন মানুহে যি কৰে বা অনুভৱ কৰে
- ব্যক্তিগত জীৱন, এজন ব্যক্তিৰ ব্যক্তিগত জীৱন, যি ৰাজহুৱা নহয়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ২৫০৮৫১ (৩০ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।