ছুপাৰ হাংগামা হৈছে দ্য ৱাল্ট ডিজনী কোম্পানী ইণ্ডিয়াৰ সহযোগী প্ৰতিষ্ঠান ষ্টাৰ ইণ্ডিয়াৰ মালিকানাধীন ভাৰতীয় শিশু টেলিভিছন চেনেল। ইয়াত মূলতঃ ৬ৰ পৰা ১৭ বছৰৰ দৰ্শকৰ বাবে একচন-এডভেঞ্চাৰ কাৰ্টুন প্ৰচাৰ কৰা হয়। ২০০৫ চনৰ ২১ ফেব্ৰুৱাৰীত ই ডিজনী এক্সডিৰ ইণ্ডিয়ান ফিডৰ ঠাইত "মাৰ্ভেল এইচকিউ" হিচাপে প্ৰচাৰ আৰম্ভ হয়১ আৰু ২০০৮ চনৰ ১৫ মাৰ্চত চেনেলটোক ছুপাৰ হাংগামা নামেৰে পুনৰ ব্ৰেণ্ড কৰা হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুপাৰ হাংগামা” প্ৰবন্ধৰ সংশোধন ৩৭০৭২৮ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।