অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জেনাৰ ডায়ড

জেনাৰ ডায়ড (Zener diode) হৈছে ডায়ডৰ এক বিশেষ প্ৰকাৰ যাৰ দ্বাৰা বিদ্যুৎ বিপৰীত দিশত প্ৰৱাহিত কৰিব পাৰি, ব্ৰেকডাইন ভল্টেজক অতিক্ৰমি যি বিভৱৰ মাত্ৰা প্ৰাপ্ত হয়, সেই ভল্টেজক জেনাৰ ভল্টেজ বোলে। জেনাৰ ডায়ডবোৰ বৈদ্যুতন সৰঞ্জাম, বিশেষত বিদ্যুৎ চাৰ্কিটত বিল্ডিং বল্ক হিচাপে ব্যৱহাৰ কৰা যায়।

হালনাগাদ: ১১ জানুৱাৰী ২০২১ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

জেনাৰ ডায়ড (Zener diode) হৈছে ডায়ডৰ এক বিশেষ প্ৰকাৰ যাৰ দ্বাৰা বিদ্যুৎ বিপৰীত দিশত প্ৰৱাহিত কৰিব পাৰি, ব্ৰেকডাইন ভল্টেজক অতিক্ৰমি যি বিভৱৰ মাত্ৰা প্ৰাপ্ত হয়, সেই ভল্টেজক জেনাৰ ভল্টেজ বোলে। জেনাৰ ডায়ডবোৰ বৈদ্যুতন সৰঞ্জাম, বিশেষত বিদ্যুৎ চাৰ্কিটত বিল্ডিং বল্ক হিচাপে ব্যৱহাৰ কৰা যায়। ইয়াক অ'ভাৰ ভল্টেজ বা অতিমাত্ৰা বিভৱৰ বাৱে প্ৰতিৰক্ষা সৰঞ্জাম হিচাপে ব্যৱহাৰ কৰা যায়। জেনাৰ শব্দটি ইয়াৰ আৱিষ্কাৰক আমেৰিকান পদাৰ্থবিদ ক্লাৰেন্স মেলভিন জেনাৰৰ নাম অনুসৰি দিয়া হৈছে। ১৯৩৪ চনত তেওঁ জেনাৰ ইফেক্ট বুলি ইয়াৰ সূত্ৰ লিখিছিল। জেনাৰ ডায়ডৰ কাৰ্যক্ষমতা পি.ন (P-N) জংচনৰ গধুৰ ডোপায়ন বা হেভি ডপিং প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ডিপলেচন লেয়াৰ অতি পাতল (<১ মাইক্ৰমিটাৰ), কিন্তু ইলেক্টিক ফ্লিড তুলনামূলকভাৱে বেছি (৫০০ কিলোভল্ট/মি)।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেনাৰ ডায়ড” প্ৰবন্ধৰ সংশোধন ২৫৮৮১৩ (১১ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।