অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ছাঁয়াহীন দিন

ছাঁয়াহীন দিন বুলিলে উক্ত দিনটোক বুজা যায় যিটো দিনত দুপৰীয়া সময়ত সূৰ্যই কোনো বস্তুৰ ছাঁ সৃষ্টি কৰিব নোৱাৰে, এই সময়ত সূৰ্যোটোৱে নতাংশত অৱস্থান লয়। +২৩.৫ আৰু -২৩.৫ অক্ষাংশ(কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি)ৰ অৱস্থানৰ মাজত বছৰৰ দুটা দিনত এই পৰিঘটনাটো প্ৰত্যক্ষ কৰিব পাৰি। ঠাই বিশেষে তাৰিখ ভিন্ন হয়।

হালনাগাদ: ২৪ মে’ ২০২১ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ছাঁয়াহীন দিন বুলিলে উক্ত দিনটোক বুজা যায় যিটো দিনত দুপৰীয়া সময়ত সূৰ্যই কোনো বস্তুৰ ছাঁ সৃষ্টি কৰিব নোৱাৰে, এই সময়ত সূৰ্যোটোৱে নতাংশত অৱস্থান লয়। +২৩.৫ আৰু -২৩.৫ অক্ষাংশ(কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি)ৰ অৱস্থানৰ মাজত বছৰৰ দুটা দিনত এই পৰিঘটনাটো প্ৰত্যক্ষ কৰিব পাৰি। ঠাই বিশেষে তাৰিখ ভিন্ন হয়। এই পৰিঘটনাটো ঘটাৰ সময়ত সূৰ্যৰ বিষুবলম্ব ঠাই এখনৰ অক্ষাংশৰ সৈতে মিলি যায়।১ শূন্য ছাঁৰ দিনটোত, যেতিয়া সূৰ্যই স্থানীয় দ্ৰাঘিমাৰেখা পাৰ কৰে তেতিয়া সূৰ্যৰ ৰশ্মি বস্তু এটাৰ সম্পূৰ্ণ উলম্ব ভাৱে পৰে ফলত মাটিত বস্তু এটাৰ কোনো ছাঁ প্ৰত্যক্ষ নহয়।২

ওড়িশাত ২০২১ চনত স্থান ভেদে ২১মে'ৰ পৰা ২ জুন পৰ্যন্ত এই দিনটো প্ৰত্যক্ষ হয়।৩

তথ্যসূত্ৰ

  1. ↑ (2017-04-07). Zero Shadow Day. ASI POEC
  2. ↑ Newsd. (2019-04-24). Zero Shadow Day 2019: Date, time & know why you cannot see your shadow. News and Analysis from India. A Refreshing approach to news.
  3. ↑ Zero Shadow Day

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাঁয়াহীন দিন” প্ৰবন্ধৰ সংশোধন ২৭৮৭২৮ (২৪ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।