অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১ ফেব্ৰুৱাৰী

১ ফেব্ৰুৱাৰী গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৩টা দিন (অধিবৰ্ষত ৩৩৪টা দিন) বাকী থাকে।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৪ ৩১৪ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

১ ফেব্ৰুৱাৰী গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৩টা দিন (অধিবৰ্ষত ৩৩৪টা দিন) বাকী থাকে।

ঘটনাৱলী

  • ১৭৮৬ - লৰ্ড কৰ্ণৱালিচ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয় আৰু ১৭৯৭ চনৰ আজিৰ দিনটোতে বেংগলৰ গৱৰ্ণৰ জেনেৰেল হয়।
  • ১৮২৭ - কলিকতা চহৰত বেংগল ক্লাব প্ৰতিষ্ঠিত হয়।
  • ১৮৩১ - বুশ ক্লাবৰ উদ্যোগত কলকাতা চহৰত প্ৰথম চাৰুকলা প্ৰদৰ্শনীৰ উদ্বোধন হয়।
  • ১৮৩৫ - ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দাৰ্জিলিঙক ছিক্কিমৰ ৰজাৰ পৰা Leaseত লয়।
  • ১৮৫৫ - কলিকতাৰ পৰা আগ্ৰা পৰ্যন্ত টেলিগ্ৰাফ যোগাযোগ ব্যৱস্থাৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়।
  • ১৮৬২ - বংগীয় সভাৰ (বেংগল লেজিচলেটিভ কাউন্সিল) প্ৰথম সভা অনুষ্ঠিত হয়।
  • ১৮৮৪ - অক্সফোৰ্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এণ্ট) প্ৰকাশিত হয়।
  • ১৮৮৪ - ডাক বীমা যোজনা আৰম্ভ কৰা হয়।
  • ১৮৯৭ - দক্ষিণ কোৰিয়াৰ প্ৰাচীনতম বেংক হিচাপে শিনহান বেংকে চিউলত কাৰ্যক্ৰম আৰম্ভ কৰে।
  • ১৯৩০ - The Times কাকতে প্ৰথম বাৰৰ বাবে Cross Word Puzzle প্ৰকাশ কৰে।
  • ১৯৪২ - Voice of Americaই আনুষ্ঠানিক অনাতাঁৰ প্ৰযুক্তি আৰু দূৰদৰ্শন সেৱাৰ আৰম্ভ কৰিছিল।
  • ১৯৭৭ - ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ৰে'ল সংগ্ৰহালয় দিল্লীত স্থাপন কৰা হয়।

জন্ম

মৃত্যু

দিৱস

  • বায়ু সেনা দিৱস (নিকাৰাগুৱা)।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ফেব্ৰুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪০৪১১৬ (৩১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।