জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ফেৰ্দিনঁ দ্য ছ'ছ্যুৰ
ফেৰ্দিনঁ মঁজেঁ দ্য ছ'ছ্যুৰ (Ferdinand de Saussure,; ২৬ নৱেম্বৰ ১৮৫৭ – ২২ ফেব্ৰুৱাৰী ১৯১৩) আছিল এজন চুইছ ভাষাবিদ, সংকেতবিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ ধাৰণাসমূহে বিংশ শতিকাৰ ভাষাবিজ্ঞান আৰু সংকেতবিজ্ঞান উভয়ৰে বহু উল্লেখযোগ্য বিকাশৰ ভেটি স্থাপন কৰিছিল।
-
ফৈজা দৰ্খানী
ফৈজা দৰ্খানী (Faiza Darkhani, জন্ম-প্ৰায় ১৯৯২) এগৰাকী আফগান পৰিৱেশবিদ, মহিলা অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ। ২০২১ চনত তেওঁ বিবিচিৰ ১০০ গৰাকী মহিলা তালিকাৰ অংশ আছিল, য'ত বিশ্বৰ আটাইতকৈ প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাসকলক অন্তৰ্ভুক্ত কৰা হৈছে।
-
ফ্ৰাউকে কোৱাডাৰ
ফ্ৰাউকে কোৱাডাৰ (Frauke Quader) হ'ল জাৰ্মানীত জন্মগ্ৰহণ কৰা হায়দৰাবাদী পৰিৱেশ কৰ্মী যিজনে ডেকান মালভূমিৰ যমজ চহৰ হায়দৰাবাদ আৰু চেকেণ্ডৰাবাদৰ শিলৰ গঠন ৰক্ষাৰ কাৰণে আগ বঢে়াৱা অৱদানৰ বাবে বেছি পৰিচিত, বিশেষকৈ শিলবোৰক ঐতিহ্য হিচাপে প্ৰচাৰ কৰাত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ।
-
ফ্ৰান্সিছ ফিচাৰ
ফ্ৰান্সিছ ফিচাৰ (Frances Fisher; জন্ম: ১১ মে, ১৯৫২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ থিয়েটাৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ চিবিএছৰ দিনৰ ভাগত মুক্তি পোৱা ছ’প অপেৰা দ্য এজ অৱ নাইট (১৯৫৫)ত ৰেকৰ্ড কাৰ্যবাহী চুজেট ‘ৰেড’ চেক্সনৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
ফ্ৰীড্ৰিশ ৱিলহেল্ম য়'জেফ শ্বেলিং
ফ্ৰীড্ৰিশ ৱিলহেল্ম য়'জেফ শ্বেলিং (Friedrich Wilhelm Joseph Schelling,; ২৭ জানুৱাৰী ১৭৭৫ – ২০ আগষ্ট ১৮৫৪) আছিল এজন জাৰ্মান দাৰ্শনিক। দৰ্শনৰ মানদণ্ডগত ইতিহাসত তেওঁক জাৰ্মান আদৰ্শবাদৰ বিকাশৰ মধ্যবিন্দু হিচাপে গণ্য কৰা হয়, য'ত তেওঁৰ স্থান আছিল তেওঁৰ প্ৰাৰম্ভিক জীৱনৰ গুৰু য়'হান গটলীব ফিশট্য আৰু তেওঁৰ…
-
ফৰিদা কোকিখেল আফ্ৰিদি
ফৰিদা কোকিখেল আফ্ৰিদি (Fareeda Kokikhel Afridi) আছিল এগৰাকী পাকিস্তানী নাৰীবাদী, পাকিস্তানৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। ২০১২ চনৰ জুলাই মাহত ২৫ বছৰ বয়সত কামলৈ যোৱাৰ পথত তেওঁ গুলীবিদ্ধ হয়।
-
বতুল বেগম
বতুল বেগম ভাৰতৰ ৰাজস্থান ৰাজ্যৰ জয়পুৰৰ এগৰাকী লোকসংগীত গায়িকা। তেওঁ মাণ্ড আৰু ভজন গীত গাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিখ্যাত হৈ পৰিছে। তেওঁ ঢোল, ঢোলক, তবলা আদি বাদ্যযন্ত্ৰ বজায়।
-
বদৰুন্নেসা ডালিয়া
বদৰুন্নেসা ডালিয়া (ইংৰাজী: Badrunnesa Dalia; জন্ম ১ মাৰ্চ ১৯৭০) এগৰাকী মূলসুঁতিৰ নজৰুল সংগীত, ৰবীন্দ্ৰ সংগীতৰ গায়িকা, অভিনেত্ৰী আৰু সংগীত শিক্ষয়িত্ৰী। ডালিয়া নামেৰে পৰিচিত এই শিল্পী গৰাকী বিভিন্ন ধাৰাৰ সংগীত গোৱা গায়িকা হিচাপে বহুমুখী প্ৰতিভাৰ বাবে জনাজাত।
-
বনিতা সান্ধু
বনিতা সান্ধু (Banita Sandhu; জন্ম: ২২ জুন ১৯৯৭) এগৰাকী ৱেলছ অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৮ চনত, অক্টোবৰ নামৰ হিন্দী ছবি এখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগতত খোজ দিয়ে।
-
বন্দনা জৈন
বন্দনা জৈন (Vandana Jain) এগৰাকী ভাৰতীয় কৰ্ণিয়া, কেটাৰেক্ট আৰু লেচিক চকু বিশেষজ্ঞ। নৱী মুম্বাইৰ এডভান্সড আই হস্পিতাল এণ্ড ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক সঞ্চালিকা।
-
বন্দনা সিং
বন্দনা সিং:Bandana Singh; এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আজমগড় জিলাৰ ১৭ নং বিধানসভাৰ সদস্য। তেওঁ উত্তৰ প্ৰদেশৰ ছাগৰী সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু বহুজন সমাজ পাৰ্টিৰ সদস্য।
-
বনৰসী দাস গুপ্ত
বনৰসী দাস গুপ্ত (: Banarsi Das Gupta; ৫ নৱেম্বৰ ১৯১৭ – ২৯ আগষ্ট ২০০৭) ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ চতুৰ্থ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় ৰাজনীতিবিদ।
-
বলদেৱ শইকীয়া
বলদেৱ শইকীয়া (১৯৩৩-২০২৩) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী আছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত তেখেতৰ জন্ম হয়। অচ্যুত লহকৰৰ দ্বাৰা প্ৰযোজিত অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দল নটৰাজ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ মুখ্য অভিনেতা হিচাপে তেখেতে অভিনয় কৰিছিল।
-
বসন্তী হেমব্ৰাম
বসন্তী হেমব্ৰাম (ইংৰাজী: Basanti Hembram) বিজু জনতা দলক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনত তেওঁ ওড়িশাৰ কাৰাঞ্জিয়াৰ পৰা ৮৭৬৩ টা ভোটত জয়ী হৈ বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।
-
বাঁসুৰী স্বৰাজ
বাঁসুৰী স্বৰাজ (Bansuri Swaraj; জন্ম: ৩ জানুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় উকীল আৰু ৰাজনীতিবিদ। তেওঁ নতুন দিল্লীক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হৈছে। বাঁসুৰী স্বৰাজ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজ আৰু মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ কন্যা।তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য৷
-
বাগ্মীতা শইকীয়া
বাগ্মীতা শইকীয়া (Bagmita Saikia) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ অসমৰ যোৰহাট জিলাৰ তিতাবৰৰ বাসিন্দা। ২০২৬ বৰ্ষৰ ১৮ এপ্ৰিলত ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া ৬১সংখ্যক ফেমিনা মিছ ইণ্ডিয়া ২০২৬ প্ৰতিযোগিতাত তেওঁ অসমক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে।
-
বাচিলা
বাচিলা (৩য় শতিকা) এজনী প্ৰাচীন ৰোমৰ মাইম (মুখাভিনয়) অভিনেত্ৰী আছিল। তেওঁ প্ৰথম আৰু দ্বিতীয় শতিকাৰ ৰোমান নৃত্যশিল্পী, অভিনেত্ৰী আৰু গায়িকা আছিল। তেওঁৰ সতীৰ্থ অভিনেতা-নৃত্যশিল্পী হেৰাক্লেইডেছৰ দ্বাৰা একুইলেয়াৰ ৰোমান এম্ফিথিয়েটাৰত তেওঁৰ স্মৃতিৰ প্ৰতি এক স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছিল।
-
বাণাসুৰ (ৰামায়ণ)
বাণাসুৰ (সংস্কৃত:बाणासुर) মিথিলা ৰাজ্যত সীতা স্বয়ম্বৰ সভা উপলক্ষে হোৱা ৰজা জনকৰ দৰবাৰৰ সভাপতি আছিল। জনক ৰজাৰ দৰবাৰত অসুৰ ৰজা ৰাৱণৰ সৈতে হোৱা সংলাপৰ বাবে তেওঁ পৰিচিত। বাণাসুৰ আৰু ৰাৱণৰ সংলাপক ৰাৱণ-বাণাসুৰ সংবাদ নামেৰে জনা যায়। ভাৰত উপমহাদেশৰ বিভিন্ন প্ৰান্তত অভিনয় কৰা ৰামলীলা নাটকত ই অতি জনপ্ৰিয়।
-
বাণী সান্ধু
বাণী সান্ধু (Baani Sandhu; জন্ম: ১৮ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ পঞ্জাবী ভাষাৰ সংগীত আৰু চলচ্চিত্ৰত তেওঁৰ কামৰ বাবে জনাজাত।
-
বালিজান বৌদ্ধ বিহাৰ
বালিজান বৌদ্ধ বিহাৰ (Balijan Buddhist Monastery) হৈছে অসমৰ আটাইতকৈ পুৰণি বৌদ্ধ মঠসমূহৰ অন্যতম। চলাপথাৰ বৌদ্ধ বিহাৰ অসম ৰাজ্যৰ যোৰহাট জিলাৰ তিতাবৰ বালিজান শ্যাম গাঁৱত অৱস্থিত। এই বৌদ্ধ বিহাৰৰ স্থাপন কৰা হৈছিল ১৮২৭ চনত।
-
বাসন্তী এন. ভাটনায়ক
বাসন্তী এন. ভাটয়ানকএগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতৰ গৱেষণাই "সুষম অসম্পূৰ্ণ ব্লক ডিজাইন"(balanced incomplete block design), "দ্বিখণ্ডিত লেখ"(bivariegated graph),"গ্ৰেচফুল লেখ"(graceful graph), "লেখ সমীকৰণ", আৰু "কম্পনাংক বিভাজন"ক(frequency partition) সামৰি লয়।
-
বাহৰাম আফজালি
বাহৰাম আফজালি (Bahram Afzali) (জন্ম, ৬ ডিচেম্বৰ ১৯৩৭ –মৃত্যু, ২৫ ফেব্ৰুৱাৰী ১৯৮৪) আছিল এজন ইৰাণী এডমিৰেল। তেওঁ ১৯৮০ চনৰ মে'/জুনৰপৰা ১৯৮৩ চনৰ ২৪ এপ্ৰিললৈকে ইৰাণৰ নৌসেনাৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত ইৰাণৰ টুদেহ পাৰ্টিৰ গোপন সদস্যপদৰ বাবে তেওঁক ফাঁচি দিয়া হৈছিল।
-
বি এল সন্তোষ
বম্মাৰাবেট্টো লক্ষ্মীজনাৰ্দন সন্তোষ হৈছে কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০১৯ চনৰ ১৫ জুলাইৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ সাধাৰণ সম্পাদক(সংগঠন) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ ২০০৬–২০১৪ চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্ণাটকৰ ৰাজ্যিক সাধাৰণ সম্পাদক(সংগঠন) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল,।
-
বি কোডানায়াগুই
বি কোডানায়াগুই: B. Codanayaguy;ইছৰোৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰৰুমেণ্টেচন ইঞ্জিনিয়াৰ। ৰকেট উৎক্ষেপণত ব্যৱহৃত কঠিন ৰকেট মটৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ যন্ত্ৰপাতিৰ বাবে তেওঁৰ দায়িত্ব পালন কৰি আহিছে। ২০১৭ চনত ৰাষ্ট্ৰপতি ভৱনত তেওঁক ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ বঁটা নাৰী শক্তিৰ বঁটা প্ৰদান কৰা হৈছিল।
-
বিং ক্ৰাজবি
হেৰি লিলিছ ক্ৰাজবি Bing Crosby (1903-1977) আমেৰিকান গায়ক হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব। নৃত্য আৰু ফেশ্বনৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ জনপ্ৰিয় মাধ্যমত। গোটেই বিশ্বতে তেওঁৰ আনুমানিক ১০০০ মিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছে।
-
বিজয়লক্ষ্মী সাধো
ড° বিজয়লক্ষ্মী সাধো ( Dr Vijaylaxmi Sadho; জন্ম: ১৩ নৱেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় সমাজকৰ্মী, ৰাজনীতিবিদ আৰু মধ্যপ্ৰদেশৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। মধ্যপ্ৰদেশ বিধান সভাত সাধোৱে মহেশ্বৰ বিধানসভাক প্ৰতিনিধিত্ব কৰে।
-
বিজয়া ৰাজে
বিজয়া ৰাজে Vijaya Raje, (১৬ ছেপ্টেম্বৰ ১৯১৯, ধৰত – ২১ ডিচেম্বৰ ১৯৯৫) ভাৰতৰ বিহাৰ ৰাজ্যৰ হাজৰিবাগ জিলাৰ ৰামগড়ৰ ৰাজপৰিয়ালৰ সদস্য আছিল। ১৯৫২–১৯৫৭ চনৰ সময়ছোৱাত তেওঁ ৰামগড় ৰাজৰ জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু বিহাৰ ৰাজ্যৰ পৰা প্ৰথম ৰাজ্যসভাৰ সদস্য হৈছিল।পৰৱৰ্তী সময়ত তেওঁ ১৯৫৭, ১৯৬২ আৰু ১৯৬৭…
-
বিজয়ানন্দী
বিজয়ানন্দী বা বিজয়ানন্দ (আনুমানিক ৯৪০-১০১০, ভাৰতৰ বেনাৰস (বৰ্তমান বাৰাণসী), আছিল এজন ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী যিয়ে ত্ৰিকোণমিতিৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছিল।
-
বিজৰী বৰকতউল্লাহ
বিজৰী বৰকতউল্লাহ এগৰাকী বাংলাদেশী টেলিভিছন অভিনেত্ৰী আৰু নৃত্যশিল্পী।
-
বিঞ্জমুৰি সীতা দেৱী
বিঞ্জমুৰি সীতা দেৱী (ইংৰাজী: Binjamuri Sita Devi; মৃত্যু ১৭ মে ২০১৬) এগৰাকী সংগীতজ্ঞ, গায়িকা আৰু তেলুগু লোকসংগীতৰ বিশেষজ্ঞ আছিল।