অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বসন্তী হেমব্ৰাম

বসন্তী হেমব্ৰাম (ইংৰাজী: Basanti Hembram) বিজু জনতা দলক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনত তেওঁ ওড়িশাৰ কাৰাঞ্জিয়াৰ পৰা ৮৭৬৩ টা ভোটত জয়ী হৈ বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৪ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বসন্তী হেমব্ৰাম (ইংৰাজী: Basanti Hembram) বিজু জনতা দলক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনত তেওঁ ওড়িশাৰ কাৰাঞ্জিয়াৰ পৰা ৮৭৬৩ টা ভোটত জয়ী হৈ বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।১২ ইয়াৰ পূৰ্বে ২০০৯ চনৰ বিধানসভা নিৰ্বাচনত কাৰাঞ্জিয়া বিধান সভা সমষ্টিৰ পৰা বসন্তী হেমব্ৰামে বিজয় নাইকৰ হাতত পৰাস্ত হৈছিল। ২০২১ চনৰ জানুৱাৰী মাহত কদামোদকা গাঁৱৰ গাঁওবাসীয়ে তেওঁৰ গাড়ী ৰখাই অঞ্চলটোত হাতীয়ে কৰা ক্ষয়-ক্ষতি পৰিদৰ্শন কৰিবৰ বাবে ৭ কিলোমিটাৰ খোজ কাঢ়িবলৈ বাধ্য কৰাইছিল। কিন্তু পিছত তেওঁ কয় যে তেওঁ নিজেই ৰৈ সমস্যাসমূহৰ বিষয়ে সোধা-পোছা কৰিছিল আৰু জানিবলৈ বিচাৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ The Forced Walkabout · Outlook India Magazine. Outlook India
  2. ↑ Karanjia Election Results 2019 LIVE: Karanjia Assembly Election Results, Winner, Runner-Up & Vote Share – Oneindia. www.oneindia.com
  3. ↑ Staff Reporter. (2021-01-22). Odisha villagers take MLA on forced march to assess jumbo damage. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদমহিলা ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বসন্তী হেমব্ৰাম” প্ৰবন্ধৰ সংশোধন ৪৩২২৮৩ (১৭ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।