অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাঁসুৰী স্বৰাজ

বাঁসুৰী স্বৰাজ (Bansuri Swaraj; জন্ম: ৩ জানুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় উকীল আৰু ৰাজনীতিবিদ। তেওঁ নতুন দিল্লীক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হৈছে। বাঁসুৰী স্বৰাজ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজ আৰু মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ কন্যা।তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য৷

হালনাগাদ: ২৭ আগষ্ট ২০২৫ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বাঁসুৰী স্বৰাজ (Bansuri Swaraj; জন্ম: ৩ জানুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় উকীল আৰু ৰাজনীতিবিদ। তেওঁ নতুন দিল্লীক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হৈছে।১২ বাঁসুৰী স্বৰাজ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজ আৰু মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ কন্যা।৩৪৫তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য৷

শিক্ষা

বাঁসুৰী স্বৰাজে ৱাৰউইক বিশ্ববিদ্যালয় আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ইনাৰ টেম্পলৰ পৰা আইন বিভাগৰ বেৰিষ্টাৰ লাভ কৰে।৬৭ অক্সফৰ্ডৰ ছেইণ্ট কেথেৰিন কলেজৰ পৰা অধ্যয়নত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।৮

ৰাজনৈতিক কেৰিয়াৰ

২০২৪ চনত ১৮ নং লোকসভাৰ সংসদ সদস্য হিচাপে প্ৰথম নিৰ্বাচনত স্বৰাজে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী সোমনাথ ভাৰতীক ৭৮,৩৭০ ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰে।৯১০

তথ্যসূত্ৰ

  1. ↑ Anand, Akriti. (2024-03-02). Meet Bansuri Swaraj — Sushma Swaraj's daughter, poll debutant & BJP candidate. mint
  2. ↑ (4 March 2024). BJP's Meenakshi Lekhi passes the baton to Bansuri Swaraj for New Delhi seat. India Today
  3. ↑ (13 April 2024). Bansuri Swaraj on how she got her name: ‘My mother used to say…’. The Hindustan Times
  4. ↑ (28 March 2013). A sneak peek into Sushma Swaraj's life. Dainik Bhaskar
  5. ↑ India Today. (13 July 2024). Inheritors · Next-gen netas
  6. ↑ (28 March 2013). A sneak peek into Sushma Swaraj's life. Dainik Bhaskar
  7. ↑ (25 February 2014). Sushma Swaraj re-invents herself in a party dominated by Narendra Modi. The Economic Times
  8. ↑ Ms. Bansuri Swaraj. W20 India
  9. ↑ (2024-06-05). Delhi Lok Sabha Elections Results 2024: BJP makes history with third consecutive clean sweep, but with lower margins. Business Today
  10. ↑ The Economic Times. (6 June 2024). Bullish Wins & Bearish Losses: Here are the key contests and results of 2024 Lok Sabha polls

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঁসুৰী স্বৰাজ” প্ৰবন্ধৰ সংশোধন ৫৩৫১৪০ (২৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।