বম্মাৰাবেট্টো লক্ষ্মীজনাৰ্দন সন্তোষ হৈছে কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০১৯ চনৰ ১৫ জুলাইৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ সাধাৰণ সম্পাদক(সংগঠন) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
তেওঁ ২০০৬–২০১৪ চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্ণাটকৰ ৰাজ্যিক সাধাৰণ সম্পাদক(সংগঠন) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল,। পিছলৈ ২০১৪ চনত তেওঁ দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক(সংগঠন) হয়। তেওঁ পুৰ্বতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ৰ অভিযান্ত্ৰিক স্নাতক আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক সন্তোষক বিজেপিৰ সাংগঠনিক গাঁথনি, কেডাৰ বিকাশ, আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচন ব্যৱস্থাপনাক প্ৰভাৱিত কৰা অন্যতম মূল কৌশলবিদ হিচাপে গণ্য কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বি এল সন্তোষ” প্ৰবন্ধৰ সংশোধন ৫৭২৪৯২ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।