অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বলদেৱ শইকীয়া

বলদেৱ শইকীয়া (১৯৩৩-২০২৩) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী আছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত তেখেতৰ জন্ম হয়। অচ্যুত লহকৰৰ দ্বাৰা প্ৰযোজিত অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দল নটৰাজ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ মুখ্য অভিনেতা হিচাপে তেখেতে অভিনয় কৰিছিল।

হালনাগাদ: ১ এপ্ৰিল ২০২৩ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বলদেৱ শইকীয়া (১৯৩৩-২০২৩) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী আছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত তেখেতৰ জন্ম হয়।১

অচ্যুত লহকৰৰ দ্বাৰা প্ৰযোজিত অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দল নটৰাজ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ মুখ্য অভিনেতা হিচাপে তেখেতে অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে পাঞ্চজন্য থিয়েটাৰ নামৰ ভ্ৰাম্যমাণ নাট্যদল এটাৰ জন্ম দিছিল।২

তথ্যসূত্ৰ

  1. ↑ ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ অভিনেতা বলদেৱ শইকীয়াৰ দেহাৱসান... অসমীয়া প্ৰতিদিন।
  2. ↑ (24 March 2023). veteran actor baldev saikia passes away.. ETV bharat

সম্পৰ্কিত শ্ৰেণী

নাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বলদেৱ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৩৫১৮৮২ (১ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।