বাণাসুৰ (সংস্কৃত ভাষা:बाणासुर) মিথিলা ৰাজ্যত সীতা স্বয়ম্বৰ সভা উপলক্ষে হোৱা ৰজা জনকৰ দৰবাৰৰ সভাপতি আছিল।১ জনক ৰজাৰ দৰবাৰত অসুৰ ৰজা ৰাৱণৰ সৈতে হোৱা সংলাপৰ বাবে তেওঁ পৰিচিত। বাণাসুৰ আৰু ৰাৱণৰ সংলাপক ৰাৱণ-বাণাসুৰ সংবাদ নামেৰে জনা যায়।২ ভাৰত উপমহাদেশৰ বিভিন্ন প্ৰান্তত অভিনয় কৰা ৰামলীলা নাটকত ই অতি জনপ্ৰিয়। ৰামলীলা নাটকত ৰাৱণৰ বাবে এটা বিশেষ খণ্ড - বাণাসুৰ সংবাদ।৩৪
তথ্যসূত্ৰ
- ↑ तुलसीदास. (1966). रामायण. Khemarāja Śrīkr̥shṇadāsa
- ↑ Śarmā, Jagadīśa. (1968). Rāmacandrikā. Bhāratīya Śodha-Saṃsthāna, Gāndhī Śikshaṇa-Samiti
- ↑ रावण-बाणासुर संवाद सुन रोमांचित हो उठे दर्शक - रावण-बाणासुर संवाद सुन रोमांचित हो उठे दर्शक - Uttar Pradesh Maharajganj General News. Jagran
- ↑ रावण-बाणासुर संवाद सुन रोमांचित हुए दर्शक. Hindustan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাণাসুৰ (ৰামায়ণ)” প্ৰবন্ধৰ সংশোধন ৫৬৫১২১ (১৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।