বিজয়া ৰাজে Vijaya Raje, (১৬ ছেপ্টেম্বৰ ১৯১৯, ধৰত – ২১ ডিচেম্বৰ ১৯৯৫) ভাৰতৰ বিহাৰ ৰাজ্যৰ হাজৰিবাগ জিলাৰ ৰামগড়ৰ ৰাজপৰিয়ালৰ সদস্য আছিল।
১৯৫২–১৯৫৭ চনৰ সময়ছোৱাত তেওঁ ৰামগড় ৰাজৰ জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু বিহাৰ ৰাজ্যৰ পৰা প্ৰথম ৰাজ্যসভাৰ সদস্য হৈছিল।১পৰৱৰ্তী সময়ত তেওঁ ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত বিহাৰ ৰাজ্যৰ চত্ৰ (লোকসভা সমষ্টি)ৰ পৰা ২য়, ৩য় আৰু চতুৰ্থ লোকসভাৰ বাবে লোকসভাৰ সংসদ পদলৈ নিৰ্বাচিত হয়।২তেওঁৰ ১৯৯৫ চনৰ ১২ ডিচেম্বৰ তাৰিখে মৃত্যু হয়৷
তথ্যসূত্ৰ
- ↑ RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 – 2003. Rajya Sabha Secretariat, New Delhi
- ↑ 4th Lok Sabha- Members Bioprofile. LS Secretariat, New Delhi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয়া ৰাজে” প্ৰবন্ধৰ সংশোধন ৪৭৮০২৮ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।