অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্ৰাউকে কোৱাডাৰ

ফ্ৰাউকে কোৱাডাৰ (Frauke Quader) হ'ল জাৰ্মানীত জন্মগ্ৰহণ কৰা হায়দৰাবাদী পৰিৱেশ কৰ্মী যিজনে‍ ডেকান মালভূমিৰ যমজ চহৰ হায়দৰাবাদ আৰু চেকেণ্ডৰাবাদৰ শিলৰ গঠন ৰক্ষাৰ কাৰণে আগ বঢে়াৱা অৱদানৰ বাবে বেছি পৰিচিত, বিশেষকৈ শিলবোৰক ঐতিহ্য হিচাপে প্ৰচাৰ কৰাত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

ফ্ৰাউকে কোৱাডাৰ (Frauke Quader) হ'ল জাৰ্মানীত জন্মগ্ৰহণ কৰা হায়দৰাবাদী পৰিৱেশ কৰ্মী যিজনে‍ ডেকান মালভূমিৰ যমজ চহৰ হায়দৰাবাদ আৰু চেকেণ্ডৰাবাদৰ১ শিলৰ গঠন২ ৰক্ষাৰ কাৰণে আগ বঢে়াৱা অৱদানৰ বাবে বেছি পৰিচিত, বিশেষকৈ শিলবোৰক ঐতিহ্য হিচাপে প্ৰচাৰ কৰাত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ।৩

ফ্ৰাউকেৰ সহযোগী উৎসাহীসকলৰ সৈতে হায়দৰাবাদৰ শিলৰ দৃশ্যসমূহ ৰক্ষা কৰাৰ আগ্ৰহৰ ফলত ছ'চাইটি টু চেভ ৰকছ নামৰ এটি‍ পঞ্জীয়নভুক্ত ছ'চাইটি গঠন হয়৪ যিয়ে বহুতো সমমনা অনুৰাগীৰ বাবে এক মঞ্চ হিচাপে কাম কৰে আৰু শিলৰ ঐতিহ্য সুৰক্ষিত কৰাৰ উপায় বিচাৰি উলিয়ায়।৫

তথ্যসূত্ৰ

  1. ↑ M. Sarada, Enrich your Grammar Word to Paragraph, Sterling Publishers Private Limited, New Delhi, 2007, p.78
  2. ↑ (16 February 2018). Cost of urbanisation: Hyderabad's unique rock formations at risk from blasting. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Richard M. Eaton, A Social History of the Deccan, 1300-1761: Eight Indian Lives, Cambridge University Press, Cambridge, 2005, p.11
  4. ↑ The Society. saverocks.org. Society to Save Rocks
  5. ↑ Menon, Amarnath K. (13 March 2000). Residents of Hyderabad learn to value their monolithic heritage. ইণ্ডিয়া টুডে

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰাউকে কোৱাডাৰ” প্ৰবন্ধৰ সংশোধন ৬৩২৯৫৭ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।