অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাণী সান্ধু

বাণী সান্ধু (Baani Sandhu; জন্ম: ১৮ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ পঞ্জাবী ভাষাৰ সংগীত আৰু চলচ্চিত্ৰত তেওঁৰ কামৰ বাবে জনাজাত।

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২৫ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বাণী সান্ধু (Baani Sandhu; জন্ম: ১৮ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।১ তেওঁ পঞ্জাবী ভাষাৰ সংগীত আৰু চলচ্চিত্ৰত তেওঁৰ কামৰ বাবে জনাজাত।২৩

প্ৰাৰম্ভিক জীৱন

১৯৯৩ চনৰ ১৮ ডিচেম্বৰ তাৰিখে, ভাৰতৰ পঞ্জাব ৰাজ্যৰ অমৃতসৰত, এটি জাঠ শিখ পৰিয়ালত, ৰূপিন্দৰ কৌৰ সান্ধু ওৰফে বাণী সান্ধুৰ জন্ম হৈছিল।৪ পঞ্জাবৰ মোহালী চহৰত বাণী ডাঙৰ-দীঘল হৈছিল। তেওঁ চণ্ডীগড়ৰ এৰিয়া ৩৭-ডিত অৱস্থিত গভৰ্ণমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডাৰি স্কুলত অধ্যয়ন কৰিছিল।৫ গ্ৰেড স্কুল শেষ কৰাৰ পিছত তেওঁ ডিজাইনৰ শিক্ষা গ্ৰহণ কৰে।

সংগীত জীৱন

বাণী সন্ধুৱে ২০১৮ চনত, "ফৌজি দি বান্দুক" নামৰ পঞ্জাবী গীতটিৰ জৰিয়তে সংগীত জীৱনৰ আৰম্ভণি কৰিছিল। হাম্বল মিউজিক আৰু গিপ্পী গ্ৰেৱালৰ অধীনত তেওঁ গীতটিত কণ্ঠ নিগৰাইছিল। তাৰ পিছত, তেওঁ পঞ্জাবী কণ্ঠশিল্পী দিলপ্ৰীত ঢিল্লোঁৰ সৈতে যুটীয়াভাৱে কাম কৰিছিল। তেওঁ ২০১৯ চনত "৮ পাৰ্চে" গীতটোত কণ্ঠদানেৰে সাফল্য অৰ্জন কৰিছিল। এই গীতটি গ্লʼবেল ইউটিউব সাপ্তাহিক চাৰ্ট আৰু ইউ কে মিউজিক এছিয়ান চাৰ্টতো প্ৰকাশ পাইছিল।৬৭

সংগীতপঞ্জী

ষ্টুডিঅ’ এলবাম

+শিৰোনামএলবামৰ বিৱৰণগীতৰ কথাসহ-শিল্পী(সকল)
দ্য বছ লেডী৮* প্ৰকাশিত: ৪ আগষ্ট ২০২২ * লেবেল:দেশী জংচন * সংগীত: গুৰ সিধু, দ্য কিড,মিক্সসিং, ৰেট্ৰো * ট্ৰেকৰ সংখ্যা: ১০ * বিতৰণ: বিলিভ মিউজিক * ফৰ্মেট: ডিজিটেল ডাউনলোড, ষ্ট্ৰিমিংজাচ্চি লোহকা কাপ্তান বাব্বু জাচ্চা ঢিল্লোঁ*গুৰ সিধু * জাচ্চা ঢিল্লোঁ * গুৰমান সান্ধু

একক সংগীতপঞ্জী

মুখ্য কণ্ঠশিল্পী হিচাপে

গানবৰ্ষসংগীতগীতিকাৰলেবেলটোকা
ফৌজি দি বান্দুক২০১৮মিষ্টাবাজজাচ্চি লোহকাহাম্বল মিউজিকগিপ্পী গ্ৰেৱালৰ দ্বাৰা মুক্তিপ্ৰাপ্ত
চৰপঞ্চীৱেষ্টাৰ্ণ পেণ্ডুভিএছ ৰেকৰ্ডছদিলপ্ৰীত ঢিল্লোঁ অভিনীত
এফেয়াৰ২০১৯দ্য কিডহোৱাইট হিল মিউজিক
ফটোপ্ৰীত হুণ্ডালচিংগল ট্ৰেক ষ্টুডিঅʼছজাছ বাজৱা অভিনীত
৮ পাৰ্চে ৯গুৰ সিধুহোৱাইট হিল মিউজিকগুৰ সিধু অভিনীত
ফুলকাৰী২০২০ৱেষ্টাৰ্ণ পেণ্ডুজদিলপ্ৰীত ঢিল্লোঁ অভিনীত
২ ঘোৰে ১০দ্য কিডজাচ্চি লোহকা আৰু হৰৱীদেশী জংচনকমল খাইৰা অভিনীত
বেল বটমগুৰ সিধুজাচ্চি লোহকামনকীৰ্ত ঔলখ আৰু গুৰ সিধু অভিনীত
মাঝে ৱালে ১১২০২১দ্য কিডমিষ্টাৰ এমএনভি অভিনীত
আগ্গ আত্ত কোকা কেহৰ ১২গুৰ সিধুকাপ্তানগুৰনাম ভুল্লাৰৰ লগত ডিউট১৩
পিষ্টলজাচ্চি লোহকা আৰু জাচ্চা ঢিল্লোঁজাচ্চা ঢিল্লোঁ অভিনীত
তেৰে পিছে পিছে২০২২মিক্সসিংবব্বু
ঝাঞ্জৰগুৰ সিধুজাচ্চি লোহকাগুৰ সিধু অভিনীত

অভিনয় শিল্পী হিচাপে

গানবৰ্ষমুখ্য শিল্পীসংগীতগীতিকাৰলেবেলটোকা
গুণ্ডে ইক ৱাৰ ফেৰ ১৪২০১৮দিলপ্ৰীত ঢিল্লোঁৱেষ্টাৰ্ণ পেণ্ডুজজাচ্চি লোহকাহাম্বল মিউজিকগিপ্পী গ্ৰেৱালৰ দ্বাৰা মুক্তিপ্ৰাপ্ত১৫
তীখে নয়ন২০২১জাচ্চা ঢিল্লোঁগুৰ সিধুজাচ্চা ঢিল্লোঁব্ৰাউন টাউন মিউজিকএলবাম - এবভ অল
কুৱেইট ৱালা কোকা২০২২গুৰমান সান্ধু, গাৰ্লেজ আখতাৰদেশী ক্ৰুকাপ্তানদেশী জংচন
পেণ্ট ষ্ট্ৰেইটগুৰনাম ভুল্লাৰএলবাম "মেজেষ্টিক লানে"ৰ পৰা
নাগপুৰী সান্ত্ৰাগুৰমান সান্ধুশেভকাপ্তানইপি "ফ্ৰী অফ ষ্টাইল"ৰ পৰা

চাউণ্ডট্ৰেক

বৰ্ষচলচ্চিত্ৰগানসংগীতলেবেলটোকা
২০১৯আৰ্দাব মুতিয়াৰাণথাৰ জাট্টি দিজাচ্চি কাটিয়ালহোৱাইট হিল মিউজিকসোণম বাজৱাৰ সৈতে বিশেষ ভিডিঅ' উপস্থিতি
২০২৩মেডেললাকী নং ৭আভি স্ৰাদেশী জংচনমনকীৰ্ত ঔলখৰ লগত ডুয়েট গান।

চলচ্চিত্ৰপুঞ্জী

বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকা
২০২৩মেডেল১৬ৰূপিন্দৰ কৌৰজয় ৰন্ধাৱাৰ সৈতে মুখ্য সহ-অভিনয়শিল্পী হিচাপে প্ৰথম চলচ্চিত্ৰ

তথ্যসূত্ৰ

  1. ↑ Baani Sandhu. www.top-charts.com
  2. ↑ Baani Sandhu Exclusive Interview · Speaks About Kaur B Controversy
  3. ↑ Team, Kiddaan com. (2021-10-03). The Boss Lady Baani Sandhu Leaves Fans Awestruck and Startled in This Glamorous Saree. Kiddaan
  4. ↑ Baani Sandhu Pitaara Podcast Full Episode 8 · Pitaara Tv
  5. ↑ DIL DIYAN GALLAN with Sonam Bajwa - EP 20 - Zee Punjabi
  6. ↑ 8 Parche (feat. Gur Sidhu). www.top-charts.com
  7. ↑ (14 June 2020). 8 Parche in Youtube music charts: Global top music videos. Youtube
  8. ↑ Team, Kiddaan com. (2022-04-20). Baani Sandhu Releases Poster Of Upcoming Album 'The Boss Lady'. Kiddaan
  9. ↑ Baani Sandhu To Drop Her New Song '8 Parche' Featuring Gur Sidhu Soon · SpotboyE. www.spotboye.com
  10. ↑ Team, Kiddaan com. (2020-08-02). 'Do Ghore' is on the way with a special thanks to 'Mankirat Aulakh'. Kiddaan
  11. ↑ BBC Asian Network - Asian Network Breakfast, Track of the Week: Majhe Wale by Baani Sandhu. BBC
  12. ↑ Gurnam Bhullar and Baani Sandhu's latest song 'Agg Att Koka Kehar' is out - Times of India. The Times of India
  13. ↑ Agg Att Koka Keher: Gurnam Bhullar Thanks Fans or Making The Song A Big Hit; Singer Shares Reel Videos · SpotboyE. www.spotboye.com
  14. ↑ 'Gunday Ik Vaar Fer' trailer: Dilpreet Dhillon is back in the gangster look - Times of India. The Times of India
  15. ↑ 'Gunday Ik Vaar Fer': Dilpreet Dhillon is back to rule the charts - Times of India. The Times of India
  16. ↑ Network, Punjabi Mania News. Medal: A Huge Cut-Out Of Jayy Randhawa & Baani Sandhu's Upcoming Film Unveiled. Punjabi Mania

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় সংগীতজ্ঞপঞ্জাব, ভাৰতৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাণী সান্ধু” প্ৰবন্ধৰ সংশোধন ৫৬৩৫১০ (১৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।