জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চেলজা কুমাৰী
চেলজা কুমাৰী (Selja Kumari, জন্ম- ২৪ ছেপ্টেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সদস্য। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে মনমোহন সিঙৰ প্ৰধানমন্ত্ৰী পদত থকা সময়ত 'সামাজিক ন্যায় আৰু সৱলীকৰণ আৰু পৰ্যটন বিভাগ'ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ…
-
চেলিন দিয়ঁ
চেলিন মাৰী ক্ল'দেৎ দিয়ঁ (Céline Marie Claudette Dion,; জন্ম ৩০ মাৰ্চ ১৯৬৮) এগৰাকী কানাডীয় গায়িকা, উদ্যোক্তা আৰু সমাজহিতৈষী। "পাৱাৰ বেলাডৰ ৰাণী" বুলি অভিহিত দিয়ঁ তেওঁৰ শক্তিশালী, প্ৰযুক্তিগতভাৱে দক্ষ কণ্ঠ আৰু ব্যৱসায়িকভাৱে সফল কৰ্মৰাজীৰ বাবে পৰিচিত, যিবোৰে জনপ্ৰিয় সংগীতৰ ওপৰত এক গুৰুত্বপূৰ্ণ…
-
চেলিনা
চেলিনা কুইণ্টানিলা-পেৰেজ (ইংৰাজী: Selena Quintanilla-Pérez) এগাৰাকী আমেৰিকান গায়িকা আৰু গীতিকাৰ আছিল। "টেহানো সংগীতৰ ৰাণী" হিচাপে পৰিচিত চেলিনা জনপ্ৰিয় সংগীত আৰু ফেশ্বন জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বিংশ শতিকাৰ শেষৰফালৰ অন্যতম জনপ্ৰিয় মেক্সিকান-আমেৰিকান শিল্পী হিচাপে পৰিগণিত হয়।
-
চেলিনা জেটলী
চেলিনা জেটলী (জন্ম: ২৪ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁ ২০০১ চনত ফেমিনা মিছ ইণ্ডিয়া খিতাপ জয় কৰিছিল আৰু ২০০১ চনৰ মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাত চতুৰ্থ ৰানাৰ্ছ আপ হৈছিল।
-
চেলিম কুমাৰ
চেলিম কুমাৰ (১০ অক্টোবৰ ১৯৬৯ – ৬ জুন ২০২৬) আছিল এজন ভাৰতীয়অভিনেতা, পৰিচালক আৰু লেখক, যিয়ে প্ৰধানকৈ মালয়ালম চলচ্চিত্ৰ জগতত কাম কৰিছিল। মালয়ালম চিনেমাৰ ইতিহাসত অন্যতম বিশিষ্ট আৰু প্ৰভাৱশালী অভিনেতা হিচাপে পৰিগণিত কুমাৰে তিনি দশক জোৰা কেৰিয়াৰত ৩০০ৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
চেলিম ডুৰানি
চেলিম আজিজ ডুৰানি (১১ ডিচেম্বৰ ১৯৩৪ - ২ এপ্ৰিল ২০২৩) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আছিল৷ তেওঁ ১৯৬০ চনৰ পৰা ১৯৭৩ চনলৈ ২৯খন টেষ্ট মেট্চ খেলিছিল। অল-ৰাউণ্ডাৰ হিচাপে খেলা ডুৰানি এজন ধীৰ গতিৰ বাওঁহতীয়া বলাৰ আৰু বাওঁহতীয়া বেটাৰ আছিল।
-
চেলিম-চুলেমান
চেলিম-চুলেমান (Salim–Sulaiman) হৈছে ভাৰতীয় সুৰকাৰৰ এটি যুটি। এই দুয়ো ককাই-ভাই হ'ল ক্ৰমে চেলিম মাৰ্চেণ্ট আৰু চুলেমান মাৰ্চেণ্ট। দুয়োৱে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰে।
-
চেলেনা গোমেজ
চেলেনা মেৰী গোমেজ (ইংৰাজী: Selena Marie Gomez) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা, গীতিকাৰ, ব্যৱসায়ী আৰু প্ৰযোজক। গোমেজে এগৰাকী শিশু অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু শিশু টেলিভিছন ধাৰাবাহিক 'বাৰ্ণি এণ্ড ফ্ৰেণ্ডছ' (২০০২–২০০৪)-ত অভিনয় কৰিছিল।
-
চেল্লাপ্পান নিৰ্মলা
চেল্লাপ্পান নিৰ্মলা (Sellappan Nirmala; জন্ম ১৯৫২ বা ১৯৫৩) এগৰাকী ভাৰতীয় চিকিৎসক যিগৰাকীয়ে ১৯৮৬ চনত ভাৰতত এইচ. আই. ভি.ৰ প্ৰথমটো ঘটনা আৱিষ্কাৰ কৰিছিল।
-
চেহনাজ হুছেইন
চেহনাজ হুছেইন (Shahnaz Husain) হ'ল ভাৰতৰ 'চেহনাজ হুছেইন গোট'ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ আৰু পাৰিচালন সঞ্চালক। ভেষজ পদ্ধতিৰে সৌন্দৰ্য চৰ্চ্চাক আগুৱাই নিয়া আৰু ভাৰতীয় আয়ুৰ্বেদক পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে।
-
চেৰিং ৱাংমো ধোমপা
চেৰিং ৱাংমো ধোমপা (ইংৰাজী: Tsering Wangmo Dhompa; জন্ম ১৯৬৯) হ'ল ইংৰাজী ভাষাত কাব্যগ্ৰন্থ প্ৰকাশ পোৱা প্ৰথমগৰাকী তিব্বতী মহিলা কবি। তেওঁ ভাৰত আৰু নেপালত ডাঙৰ-দীঘল হৈছিল আৰু বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যাপিকা হিচাপে কৰ্মৰত।
-
চৈতন্য টামহানে
চৈতন্য টামহানে (Chaitanya Tamhane; জন্ম: ১ মাৰ্চ, ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় ছবি-নিৰ্মাতা। ২০১৪ চনত নিৰ্মিত মাৰাঠী ভাষাৰ ছবি 'ক'ৰ্ট'ৰ বাবে টামহানে জনাজাত। ছবিখনক ৮৮সংখ্যক একাডেমী বঁটালৈ 'শ্ৰেষ্ঠ বিদেশী ছবি'ৰ শাখাৰ বাবে ভাৰতৰ 'আনুষ্ঠানিক বাছনি' হিচাপে প্ৰেৰণ কৰা হৈছিল।
-
চৈত্ৰা বি
চৈত্ৰা বি (ইংৰাজী: Chaithra B.; জন্ম: ৮ জানুৱাৰী ২০০২) কৰ্ণাটকৰ এগৰাকী ভাৰতীয় খো খো খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় খো খো দলৰ এগৰাকী ৰক্ষক (defender) হিচাপে খেলে। ২০২৫ চনৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰথমখন খো খো বিশ্বকাপ জয় কৰা ভাৰতীয় মহিলা দলৰ তেওঁ অন্যতম সদস্য আছিল।
-
চৈয়দ আকবৰুদ্দিন
চৈয়দ আকবৰুদ্দিন (Syed Akbaruddin) এগৰাকী ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু পূৰ্বৰ ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি। ১ জানুৱাৰী ২০১৭ৰ পৰা ১৯ মে' ২০২০ লৈ তেওঁ এই পদত অধিষ্ঠিত হৈ আছিল।
-
চৈয়দ নবাব আলি চৌধুৰী
চৈয়দ নবাব আলী চৌধুৰী (সৈয়দ নওয়াব আলী চৌধুরী, ২৯ ডিচেম্বৰ ১৮৬৩ – ১৭ এপ্ৰিল ১৯২৯) আছিল পূব বংগৰ (বৰ্তমান বাংলাদেশ) টাংগাইলস্থিত ধনবাৰীৰ নবাব। তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ সংযুক্ত বংগৰ প্ৰথম মুছলমান মন্ত্ৰী। তেওঁ শিক্ষা বিভাগৰ দায়িত্ব চম্ভালিছিল।
-
চৈয়দ মোডী
চৈয়দ মোডী (:Syed Modi,৩১ ডিচেম্বৰ ১৯৬২ – ২৮ জুলাই ১৯৮৮), চৈয়দ মেহদী হাছান জাইদী নামেৰে জন্মগ্ৰহণ কৰা এজন ভাৰতীয় বেডমিণ্টন একক খেলুৱৈ আৰু আঠবাৰৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়ন (১৯৮০–১৯৮৭)।
-
চৈয়দা জমিৰুন্নিছা বেগম
চৈয়দা জমিৰুন্নিছা বেগম (ইংৰাজী: Syeda Zameerunnissa Begum; ১৮৩৭–১৯২৬), যাক চমুকৈ আলা-চাহিবা বা বিচমিল্লাহ বেগম বুলিও জনা যায়, এগৰাকী ১৯শ আৰু ২০শ শতিকাৰ আদিভাগৰ বংগৰ প্ৰখ্যাত সমাজকৰ্মী, লেখিকা আৰু সমাজ সংস্কাৰক আছিল।
-
চৈয়দা ৰিজৱানা হাছান
চৈয়দা ৰিজৱানা হাছান (Rizwana Hasan; জন্ম ১৫ জানুৱাৰী ১৯৬৮) এগৰাকী বাংলাদেশী অধিবক্তা আৰু পৰিৱেশ কৰ্মী। তেওঁ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এগৰাকী উপদেষ্টা আছিল আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, জল সম্পদ আৰু তথ্য তথা সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
চোকিয়ে চম' কাৰ্চুং
চোকিয়ে চম' কাৰ্চুং (ইংৰাজী: Tsokye Tsomo Karchung; জন্ম ২০ আগষ্ট, ১৯৮৪) এগৰাকী ভূটানী অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ভূটান ২০০৮ লাভ কৰিছিল আৰু মিছ আৰ্থ ২০০৮-ত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ মিছ ভূটানৰ মুকুট পিন্ধা প্ৰথমগৰাকী ভূটানী মহিলা।
-
চৌ ইউন-ফ্যাট
চৌ ইউন-ফ্যাট এছবিএছ (: Chow Yun-fat SBS); ( জন্ম: ১৮ মে' ১৯৫৫), এজন হংকঙৰ অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা। ইয়াৰ আগতে তেওঁ ড'নাল্ড চৌ নামেৰে পৰিচিত আছিল।
-
চ্যু জি
চ্যু জি (চীনা ভাষা: 朱熹; Pinyin: Zhū Xī; জন্ম: ১৮ অক্টোবৰ ১১৩০ – মৃত্যু: ২৩ এপ্ৰিল ১২০০) আছিল এজন চীনা দাৰ্শনিক, শিক্ষাবিদ আৰু নিও-কনফুচিয়ানিজমৰ অন্যতম স্ৰষ্টা। ছং ৰাজবংশৰ সময়ত জীৱন কটাই, চ্যু জিয়ে কনফুচিয়ান দৰ্শনৰ এক গঢ়-পুনৰ্গঠন আগবঢ়াইছিল।
-
ছ'নিয়া গোকানী
ছ'নিয়া গিৰিধৰ গোকানী (জন্ম-২৬ ফেব্ৰুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। ইয়াৰ পূৰ্বে গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ লগতে ন্যায়াধীশ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
ছং কাং
ছং কাং (কোৰিয়ান: 송강; জন্ম: ২৩ এপ্ৰিল, ১৯৯৪) এজন দক্ষিণ কোৰিয়ান অভিনেতা। লাভ এলাৰ্ম (২০১৯–২০২১), ছুইট হোম (২০২০–২০২৪), নেভাৰথেলেছ (২০২১), ফৰকাষ্টিং লাভ এণ্ড ৱেদাৰ (২০২২), আৰু মাই ডেমন (২০২৩–২০২৪) নাটকত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।
-
ছঈদ নকৱী
ছঈদ নকৱী (सईद नक़वी,,; জন্ম: ১৯৪০) হৈছে এজন জ্যেষ্ঠ ভাৰতীয় সাংবাদিক, টেলিভিশ্বন মন্তব্যকাৰী আৰু সাক্ষাৎকাৰকাৰী। তেওঁ ভাৰত আৰু বিদেশত বিশ্ব নেতাসকল আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে, যিবোৰ বাতৰি কাকত, আলোচনী আৰু ৰাষ্ট্ৰীয় টেলিভিছনত প্ৰকাশ পাইছে।
-
ছউ ছা
ছাউ ছা এফ আৰ চি এছ/এম বি ই, ( Saw Sa; ১ আগষ্ট ১৮৮৪ – ২৮ ফেব্ৰুৱাৰী ১৯৬২) আছিল এগৰাকী বাৰ্মিজ চিকিৎসক, ধাত্ৰী, চিকিৎসালয়ৰ প্ৰশাসক, খ্ৰীষ্টান মিছনেৰী, ভোটাধিকাৰৰ হকে কওঁতা আৰু চৰকাৰী বিষয়া।
-
ছন ক’নাৰী
ছাৰ থমাছ ছন ক’নাৰী (২৫ আগষ্ট ১৯৩০ – ৩১ অক্টোবৰ ২০২০) এজন স্কটিছ অভিনেতা আছিল। তেওঁ কাল্পনিক ব্ৰিটিছ গুপ্তচৰ জেম্ছ বণ্ড চলচ্চিত্ৰৰ প্ৰথম অভিনেতা আছিল। তেওঁ ১৯৬২ ৰ পৰা ১৯৮৩ লৈকে সাতখনকৈ বণ্ড চলচ্চিত্ৰত জেম্ছ বণ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল। ক’নাৰীয়ে এই ভূমিকাখন প্ৰথমবাৰলৈ ১৯৬২ চনৰ ড.
-
ছনিকা সিং চৌহান
ছনিকা চিমোন সিং চৌহান (ইংৰাজী: Sonika Simone Singh Chauhan; ১২ জুলাই ১৯৮৯ – ২৯ এপ্ৰিল ২০১৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী আছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ দিভা - ২০১৩ৰ এগৰাকী প্ৰতিযোগী আছিল।
-
ছন্দা গায়েন
ছন্দা গায়েন (৯ জুলাই ১৯৭৯ – ২০ মে' ২০১৪) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী আৰু সমৰ কলা শিল্পী আছিল। ২০১৩ চনৰ ১৮ মে'ত একেলগে দুটাকৈ ৮০০০ মিটাৰৰ অধিক উচ্চতাৰ শৃংগ, মাউণ্ট এভাৰেষ্ট আৰু লোটচে আৰোহণ কৰা তেওঁ প্ৰথমগৰাকী আৰু দ্ৰুততম ভাৰতীয় হিচাপে পৰিচিত।
-
ছন্নো দেৱী
ছন্নো দেৱী (জন্ম: ১ জুন ১৯০১) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ পঞ্জাব ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য ছন্নো দেৱীয়ে পঞ্জাব আৰু হাৰিয়ানা ৰাজ্যৰ বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
-
ছফিউদ্দিন আহমেদ
ছফিউদ্দিন আহমেদ (২৩ জুন ১৯২২ – ২০ মে' ২০১২) এজন বাংলাদেশী শিল্পী। ১৯৭৮ চনত একুশ্বে পদক লাভ কৰাৰ লগতে ১৯৯৬ চনত তেওঁক বাংলাদেশ চৰকাৰে স্বাধীনতা দিৱসৰ বঁটা প্ৰদান কৰে।