অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পদ্মবিভূষণ

পদ্মবিভূষণ (Padma Vibhushan, पद्म विभूषण) ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান। পদ্মবিভূষণ প্ৰাপকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এটা পদক আৰু এখন মানপত্ৰ প্ৰদান কৰে। পদ্মবিভূষণ পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়। ১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৩৭২ শব্দ · ২ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

পদ্মবিভূষণ (Padma Vibhushan, पद्म विभूषण) ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান। পদ্মবিভূষণ প্ৰাপকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এটা পদক আৰু এখন মানপত্ৰ প্ৰদান কৰে। পদ্মবিভূষণ পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়। ১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়। মৰ্যাদাক্ৰম অনুসৰি, পদ্মবিভূষণ সন্মানৰ স্থান ভাৰত ৰত্নৰ পাছত আৰু পদ্মভূষণৰ আগত। চৰকাৰী সেৱা সহ যিকোনো ক্ষেত্ৰত জাতিৰ প্ৰতি বিশেষ আৰু ব্যতিক্ৰমী অবদানেৰ স্বীকৃতিস্বৰূপে এই সম্মান প্ৰদান কৰা হয়। সতেন্দ্ৰ নাথ বসু, নন্দ লাল বসু, জাকিৰ হুচেইন, বলচাহেব গংগাধৰ খেৰ, জিগমে দৰ্জি ৱাঙচুক, ভি. কে. কৃষ্ণ মেনন - এই সকল ব্যক্তিয়ে ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে পদ্মবিভূষণ সন্মান লাভ কৰে।

ইতিহাস

১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়। প্ৰকৃততে তিন-বৰ্গৰ "পদ্মবিভূষণ" সম্মানৰ "প্ৰথম বৰ্গ" ৰূপে এই সম্মান প্ৰবৰ্তিত কৰা হৈছিল। যদিও ১৯৫৫ চনত এই সম্মানৰ ধৰণ পৰিৱৰ্তন কৰা হয় আৰু প্ৰকৃত পৰিকল্পনাৰ আকাৰে এই সম্মান প্ৰদান কৰাৰ কথা উল্লেখ পোৱা নাযায়। ১৯৭৭ চনৰ পৰা ১৯৮০ চন আৰু ১৯৯২ চনৰ পৰা ১৯৯৮ চনলৈকে এই সম্মান প্ৰদান কৰা হোৱা নাছিল।

২০১১ চনৰ শেষলৈকে, কেৱল ২৮৮জন ব্যক্তিলৈহে এই সন্মান আগবঢ়োৱা হৈছে১২।

পদকৰ বিৱৰণ

প্ৰথম পদক (১৯৫৪-১৯৫৫)

প্ৰথম পদকটো আছিল এটা গোলাকাৰ স্বৰ্ণপদক। ইয়াৰ ব্যাস আছিল ১-৩/৮ ইঞ্চি। মাজত এপাহ পদুমফুল, ওপৰত "পদ্মবিভূষণ" কথাষাৰৰ তলত এটা পুষ্পবৃত্ত চিত্ৰিত আছিল। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। তাৰ ওপৰত "দেশ সেৱা" কথাষাৰ আৰু তলত এপাহ পদুমফুল চিত্ৰিত আছিল। তেতিয়া এই নক্সাটো কোনো প্ৰাপকৰ সম্মানপদকৰ ক্ষেত্ৰত ব্যবহৃত হৈছিল নে নাই তাৰ কোনো লিখিত উল্লেখ পোৱা নাযায়।

দ্বিতীয় পদক (১৯৫৫-১৯৫৭)

১৯৫৫ চনত পদকৰ নক্সাটো "প্ৰধানত গোলাকাৰ"লৈ পৰিৱৰ্তন কৰা হয়। ট'নড ব্ৰঞ্জ (Toned bronze)ৰ দ্বাৰা নিৰ্মিত পদকটোৰ ব্যাস ১-৩/১৬ ইঞ্চি। এই পদকত বিভিন্ন জ্যামিতিক আকাৰ সংযোগ কৰা হয়। পদকৰ মাজত সোণৰ বগা পাত চৰোৱা, চাৰিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। ফুল পাহৰ ওপৰত আৰু তলত "পদ্মবিভূষণ" কথাষাৰ ৰূপালী গ্লিল্টি (silver-gilt)ৰে খোদিত কৰা হয়।

বৰ্তমানৰ পদক (১৯৫৭-বৰ্তমান লৈকে)

১৯৫৭ চনত পদকৰ নক্সা একে ৰাখি ইয়াৰ নিৰ্মাণত ট'নড ব্ৰঞ্জ (Toned bronze)ৰ সলনি বাৰ্ণিছড ব্ৰঞ্জ (Burnished bronze) ব্যৱহাৰ কৰিবলৈ লোৱা হয়।

পদ্মবিভূষণ বঁটা বিজয়ীৰ তালিকা

বৰ্ষবঁটা প্ৰাপকৰ নামক্ষেত্ৰৰাজ্যদেশ
১৯৫৪সত্যেন্দ্ৰনাথ বসুবিজ্ঞানপশ্চিমবংগভাৰত
১৯৫৪Zakir Hussainজননীতিঅন্ধ্ৰপ্ৰদেশভাৰত
১৯৫৪Balasaheb Gangadhar Kherজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৫৪Jigme Dorji Wangchukজননীতিভূটান*
১৯৫৪Nand Lal Boseশিল্পকলাপশ্চিমবংগভাৰত
১৯৫৪V. K. Krishna Menonজননীতিকেৰালাভাৰত
১৯৫৫ধন্দ কেশৱ কৰ্ৱেসাহিত্য আৰু শিক্ষামহাৰাষ্ট্ৰভাৰত
১৯৫৫জাহাংগীৰ ৰতনজী দাদাভাই টাটাকলা আৰু বাণিজ্যমহাৰাষ্ট্ৰভাৰত
১৯৫৬Chandulal Madhavlal Trivediজননীতিমধ্য প্ৰদেশভাৰত
১৯৫৬Fazal Aliজননীতিবিহাৰভাৰত
১৯৫৬Jankibai Bajajসমাজসেৱা়মধ্য প্ৰদেশভাৰত
১৯৫৭Ghanshyam Das Birlaকলা আৰু বাণিজ্যৰাজস্থানভাৰত
১৯৫৭Motilal Chimanlal Setalvadআইন আৰু জননীতিমহাৰাষ্ট্ৰভাৰত
১৯৫৭Shriprakashজননীতিঅন্ধ্ৰপ্ৰদেশভাৰত
১৯৫৯John Matthaiসাহিত্য আৰু শিক্ষাকেৰালাভাৰত
১৯৫৯Radhabinod Palজননীতিপশ্চিমবংগভাৰত
১৯৫৯Gaganvihari Lallubhai Mehtaসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৬০Naryana Raghvan Pillaiজননীতিতামিলনাডুভাৰত
১৯৬২H. Varda Raja IyengarCivil Serviceতামিলনাডুভাৰত
১৯৬২পদ্মজা নাইডুজননীতিঅন্ধ্ৰপ্ৰদেশভাৰত
১৯৬২বিজয়লক্ষ্মী পণ্ডিতCivil Serviceউত্তৰ প্ৰদেশভাৰত
১৯৬৩A. Lakshmanaswami Mudaliarচিকিৎসা-বিজ্ঞানতামিলনাডুভাৰত
১৯৬৩সুনীতি কুমাৰ চট্টোপাধ্যায়সাহিত্য আৰু শিক্ষাপশ্চিমবংগভাৰত
১৯৬৩Hari Vinayak Pataskarজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৬৪Gopinath Kavirajসাহিত্য আৰু শিক্ষাউত্তৰ প্ৰদেশভাৰত
১৯৬৪Acharya Kalelkarসাহিত্য আৰু শিক্ষামহাৰাষ্ট্ৰভাৰত
১৯৬৫Arjan Singhসামৰিক সেৱাদিল্লীভাৰত
১৯৬৫Joyanto Nath Chaudhuriসামৰিক সেৱাপশ্চিমবংগভাৰত
১৯৬৫Mehdi Nawaz Jungজননীতিঅন্ধ্ৰপ্ৰদেশভাৰত
১৯৬৬Valerian Graciasসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৬৭Bhola Nath JhaCivil Serviceউত্তৰ প্ৰদেশভাৰত
১৯৬৭Chandra Kisan Daphtaryজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৬৭Hafix Mohammed IbrahimCivil Serviceঅন্ধ্ৰপ্ৰদেশভাৰত
১৯৬৭Pattadakal Venkanna R RaoCivil Serviceঅন্ধ্ৰপ্ৰদেশভাৰত
১৯৬৮Madhav Shrihari Aneyজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৬৮সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰবিজ্ঞানতামিলনাডুআমেৰিকা যুক্তৰাষ্ট্ৰ*
১৯৬৮প্ৰশান্ত চন্দ্ৰ মহালানবিছপৰিসংখ্যা বিজ্ঞানদিল্লীভাৰত
১৯৬৮K. Vaidyanatha Kalyana Sundaramজননীতিতামিলনাডুভাৰত
১৯৬৮Kripal SinghCivil Serviceদিল্লীভাৰত
১৯৬৯Hargobind Khoranaবিজ্ঞানMassachusettsআমেৰিকা যুক্তৰাষ্ট্ৰ*
১৯৬৯Mohan Sinha MehtaCivil Serviceৰাজস্থানভাৰত
১৯৬৯Dattatraya Shridhar JoshiCivil Serviceমহাৰাষ্ট্ৰভাৰত
১৯৬৯Ghananand PandeCivil Serviceউত্তৰ প্ৰদেশভাৰত
১৯৬৯Rajeshwar DayalCivil Serviceদিল্লীভাৰত
১৯৭০Binay Ranjan SenCivil Serviceপশ্চিমবংগভাৰত
১৯৭০Tara Chandসাহিত্য আৰু শিক্ষাউত্তৰ প্ৰদেশভাৰত
১৯৭০Paramasiva Prabhakar KumaramangalamCivil Serviceতামিলনাডুভাৰত
১৯৭০Suranjan DasCivil Serviceপশ্চিমবংগভাৰত
১৯৭০Harbaksh Singhসামৰিক সেৱাপঞ্জাবভাৰত
১৯৭০A. Rameswami MudaliarCivil Serviceতামিলনাডুভাৰত
১৯৭০Anthony Lancelot Diasজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৭১Vithal Nagesh Shirodkarচিকিৎসা-বিজ্ঞানগোৱাভাৰত
১৯৭১Balaram SivaramanCivil Serviceতামিলনাডুভাৰত
১৯৭১বিমলা প্ৰসাদ চলিহাCivil Serviceঅসমভাৰত
১৯৭১Uday Shankarশিল্পকলাপশ্চিমবংগভাৰত
১৯৭১সুমতী মোৰাৰজীCivil Serviceমহাৰাষ্ট্ৰভাৰত
১৯৭১Allauddin Khanশিল্পকলাপশ্চিমবংগভাৰত
১৯৭২S. M. Nandaসামৰিক সেৱাদিল্লীভাৰত
১৯৭২Pratap Chandra Lalসামৰিক সেৱাপঞ্জাবভাৰত
১৯৭২Aditya Nath Jhaজননীতিউত্তৰ প্ৰদেশভাৰত
১৯৭২Jivraj Narayan Mehtaজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৭২P. Balacharya Gajendragadkarজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৭২বিক্ৰম সাৰাভাইবিজ্ঞানগুজৰাটভাৰত
১৯৭২Sam Manekshawসামৰিক সেৱাতামিলনাডুভাৰত
১৯৭২Ghulam Mohammed Sadiqজননীতিজম্মু আৰু কাশ্মীৰভাৰত
১৯৭২Hormasji Maneckji SeervaiLaw and Public affairsমহাৰাষ্ট্ৰভাৰত
১৯৭৩Daulat Singh Kothariবিজ্ঞানদিল্লীভাৰত
১৯৭৩Nagendra Singhজননীতিৰাজস্থানভাৰত
১৯৭৩Tirumalrao SwaminathanCivil Serviceতামিলনাডুভাৰত
১৯৭৩U. N. Dhebarসমাজসেৱা়গুজৰাটভাৰত
১৯৭৩Basanti DeviCivil Serviceপশ্চিমবংগভাৰত
১৯৭৩Nellie Senguptaসমাজসেৱা়পশ্চিমবংগভাৰত
১৯৭৪V. Kasturi Ranga Varadarja RaoCivil Serviceকৰ্ণাটকভাৰত
১৯৭৪Benode Behari Mukherjeeশিল্পকলাপশ্চিমবংগভাৰত
১৯৭৪Harish Chandra SarinCivil Serviceদিল্লীভাৰত
১৯৭৪Niren Deআইন আৰু জননীতিপশ্চিমবংগভাৰত
১৯৭৫Basanti Dulal Nag Chaudhuriসাহিত্য আৰু শিক্ষাপশ্চিমবংগভাৰত
১৯৭৫Chintaman Dwarkanath Deshmukhজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৭৫দুৰ্গাবাঈ দেশমুখসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৭৫Premlila Vithaldas Thackerseyসাহিত্য আৰু শিক্ষামহাৰাষ্ট্ৰভাৰত
১৯৭৫Raja Ramannaবিজ্ঞানকৰ্ণাটকভাৰত
১৯৭৫Homi Nusserwanji SethnaCivil Serviceমহাৰাষ্ট্ৰভাৰত
১৯৭৫M.S. Subbulakshmiশিল্পকলাতামিলনাডুভাৰত
১৯৭৫মেৰী ক্লাৱৱালা যাদৱসমাজসেৱা়তামিলনাডুভাৰত
১৯৭৬Bashir Hussain Zaidiসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
১৯৭৬Kalpathi Ramakrishna Ramanathanবিজ্ঞানকেৰালাভাৰত
১৯৭৬Kalu Lal Shrimaliসাহিত্য আৰু শিক্ষাউত্তৰ প্ৰদেশভাৰত
১৯৭৬Giani Gurmukh Singh Mussafirসাহিত্য আৰু শিক্ষাপঞ্জাবভাৰত
১৯৭৬Keshava Shankar Pillaiশিল্পকলাদিল্লীভাৰত
১৯৭৬Salim Moizuddin Ali Abdulবিজ্ঞানউত্তৰ প্ৰদেশভাৰত
১৯৭৬সত্যজিৎ ৰায়শিল্পকলাপশ্চিমবংগভাৰত
১৯৭৭Om Prakash Mehraসামৰিক সেৱাপঞ্জাবভাৰত
১৯৭৭Ajudhia Nath KhoslaCivil Serviceদিল্লীভাৰত
১৯৭৭Ajoy Kumar Mukherjeeজননীতিপশ্চিমবংগভাৰত
১৯৭৭Ali Yavar Jungজননীতিঅন্ধ্ৰপ্ৰদেশভাৰত
১৯৭৭Chandeshwar Prasad Narayan Singhসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
১৯৭৭T. Balasaraswatiশিল্পকলাতামিলনাডুভাৰত
১৯৮০Rai KrishnadasaCivil Serviceউত্তৰ প্ৰদেশভাৰত
১৯৮০বিছমিল্লাহ খানশিল্পকলাউত্তৰ প্ৰদেশভাৰত
১৯৮১সতীশ ধৱনবিজ্ঞানকৰ্ণাটকভাৰত
১৯৮১Ravi Shankarশিল্পকলাউত্তৰ প্ৰদেশভাৰত
১৯৮২Mira Behnসমাজসেৱা়যুক্তৰাজ্য*
১৯৮৫চি এন আৰ ৰাওবিজ্ঞানকৰ্ণাটকভাৰত
১৯৮৫Mambillikalathil Kumar MenonCivil Serviceকেৰালাভাৰত
১৯৮৬Autar Singh Paintalচিকিৎসা-বিজ্ঞানদিল্লীভাৰত
১৯৮৬Birju Maharajশিল্পকলাদিল্লীভাৰত
১৯৮৬Baba Amteসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৮৭Benjamin Peary Palবিজ্ঞানপঞ্জাবভাৰত
১৯৮৭মনমোহন সিংCivil Serviceদিল্লীভাৰত
১৯৮৭Arun Shridhar Vaidyaসামৰিক সেৱামহাৰাষ্ট্ৰভাৰত
১৯৮৭Kamladevi Chattopadhyayসমাজসেৱা়কৰ্ণাটকভাৰত
১৯৮৮Kuppalli Venkatappa Puttappaসাহিত্য আৰু শিক্ষাকৰ্ণাটকভাৰত
১৯৮৮Mirza Hameedullah Begআইন আৰু জননীতিদিল্লীভাৰত
১৯৮৮Mahadevi Vermaসাহিত্য আৰু শিক্ষাউত্তৰ প্ৰদেশভাৰত
১৯৮৯M. S. Swaminathanবিজ্ঞানদিল্লীভাৰত
১৯৮৯Umashankar Dikshitজননীতিউত্তৰ প্ৰদেশভাৰত
১৯৮৯Ali Akbar Khanশিল্পকলাপশ্চিমবংগভাৰত
১৯৯০এ পি জে আব্দুল কালামবিজ্ঞানতামিলনাডুভাৰত
১৯৯০Semmangudi Srinivasa Iyerশিল্পকলাতামিলনাডুভাৰত
১৯৯০Vallmpadugai Srinivasa Raghavan অৰুণাচলamসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
১৯৯০Bhabatosh Duttaসাহিত্য আৰু শিক্ষাপশ্চিমবংগভাৰত
১৯৯০Kumar Gandharvaশিল্পকলাকৰ্ণাটকভাৰত
১৯৯০Triloki Nath ChaturvediCivil Serviceকৰ্ণাটকভাৰত
১৯৯১Indraprasad Gordhanbhai Patelবিজ্ঞানগুজৰাটভাৰত
১৯৯১M. Balamuralikrishnaশিল্পকলাঅন্ধ্ৰপ্ৰদেশভাৰত
১৯৯১Hiren Mukerjeeজননীতিপশ্চিমবংগভাৰত
১৯৯১N. G. Rangaজননীতিঅন্ধ্ৰপ্ৰদেশভাৰত
১৯৯১Rajaram Shastriসাহিত্য আৰু শিক্ষাউত্তৰ প্ৰদেশভাৰত
১৯৯১Gulzari Lal Nandaজননীতিগুজৰাটভাৰত
১৯৯১Khusro Faramurz RustamjiCivil Serviceমহাৰাষ্ট্ৰভাৰত
১৯৯১মকবুল ফিদা হুছেইনশিল্পকলামহাৰাষ্ট্ৰভাৰত
১৯৯২Mallikarjun Mansurশিল্পকলাকৰ্ণাটকভাৰত
১৯৯২V. Shantaramশিল্পকলামহাৰাষ্ট্ৰভাৰত
১৯৯২Sivaramakrishna Iyer Padmavatiচিকিৎসা-বিজ্ঞানদিল্লীভাৰত
১৯৯২Lakshmanshastri Joshiসাহিত্য আৰু শিক্ষামহাৰাষ্ট্ৰভাৰত
১৯৯২Atal বিহাৰi Vajpayeeজননীতিদিল্লীভাৰত
১৯৯২Govinddas Shroffসাহিত্য আৰু শিক্ষামহাৰাষ্ট্ৰভাৰত
১৯৯২Kaloji Narayana Raoশিল্পকলাঅন্ধ্ৰপ্ৰদেশভাৰত
১৯৯২Ravi Narayan Reddyজননীতিঅন্ধ্ৰপ্ৰদেশভাৰত
১৯৯২Sardar Swaran Singhজননীতিপঞ্জাবভাৰত
১৯৯২অৰুণা আছফ আলিজননীতিদিল্লীভাৰত
১৯৯৮Lakshmi Sahgalজননীতিউত্তৰ প্ৰদেশভাৰত
১৯৯৮ঊষা মেহতাসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৯৮Nani Ardeshir Palkhivalaআইন আৰু জননীতিমহাৰাষ্ট্ৰভাৰত
১৯৯৮Walter Sisuluজননীতিদক্ষিণ আফ্ৰিকা
১৯৯৯Rajagopala Chidambaramবিজ্ঞানতামিলনাডুভাৰত
১৯৯৯Sarvepalli Gopalসাহিত্য আৰু শিক্ষাতামিলনাডুভাৰত
১৯৯৯ভাৰ্গিজ কুৰিয়েনবিজ্ঞানগুজৰাটভাৰত
১৯৯৯Hans Raj Khannaজননীতিদিল্লীভাৰত
১৯৯৯V. R. Krishna Iyerআইন আৰু জননীতিকেৰালাভাৰত
১৯৯৯লতা মংগেশকাৰশিল্পকলামহাৰাষ্ট্ৰভাৰত
১৯৯৯ভীমসেন যোশীশিল্পকলাকৰ্ণাটকভাৰত
১৯৯৯Braj Kumar NehruCivil Serviceহিমাচল প্ৰদেশভাৰত
১৯৯৯Dharma ViraCivil Serviceদিল্লীভাৰত
১৯৯৯Lallan Prasad SinghCivil Serviceদিল্লীভাৰত
১৯৯৯Nana Deshmukhসমাজসেৱা়দিল্লীভাৰত
১৯৯৯Pandurang Shastri Athavaleসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৯৯Satish Gujralশিল্পকলাদিল্লীভাৰত
১৯৯৯D. K. Pattammalশিল্পকলাতামিলনাডুভাৰত
২০০০Krishen Behari LallCivil Serviceদিল্লীভাৰত
২০০০Krishnaswamy Kasturiranganবিজ্ঞানকৰ্ণাটকভাৰত
২০০০Manohar Singh GillCivil Serviceদিল্লীভাৰত
২০০০Kelucharan Mohapatraশিল্পকলাওড়িশাভাৰত
২০০০Hari Prasad Chaurasiaশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০০পণ্ডিত যশৰাজশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০০Jagdish Natwarlal Bhagwatiসাহিত্য আৰু শিক্ষাগুজৰাটভাৰত
২০০০Kakkadan Nandanath Rajসাহিত্য আৰু শিক্ষাকেৰালাভাৰত
২০০০Bhairab Dutt PandeCivil Serviceউত্তৰাখণ্ডভাৰত
২০০০Maidavolu Narasimhamকলা আৰু বাণিজ্যঅন্ধ্ৰপ্ৰদেশভাৰত
২০০০Rasipuram Krishnaswami Narayanসাহিত্য আৰু শিক্ষাতামিলনাডুভাৰত
২০০০Sikander Bakhtজননীতিদিল্লীভাৰত
২০০০Tarlok SinghCivil Serviceদিল্লীভাৰত
২০০১Calyampudi Radhakrishna Raoবিজ্ঞানআমেৰিকা যুক্তৰাষ্ট্ৰ*
২০০১Chakravarthi Vijayaraghava NarasimhanCivil Serviceতামিলনাডুভাৰত
২০০১Shivkumar Sharmaশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০১Man Mohan Sharmaবিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০০১Amjad Ali Khanশিল্পকলাদিল্লীভাৰত
২০০১Benjamin Arthur Gilmanজননীতিআমেৰিকা যুক্তৰাষ্ট্ৰ*
২০০১Hosei Norotaজননীতিজাপান*
২০০১Hrishikesh Mukherjeeশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০১John Kenneth Galbraithসাহিত্য আৰু শিক্ষাআমেৰিকা যুক্তৰাষ্ট্ৰ*
২০০১Kotha Satchidanda Murthyসাহিত্য আৰু শিক্ষাঅন্ধ্ৰপ্ৰদেশভাৰত
২০০১Zubin Mehtaশিল্পকলাভাৰত
২০০২Chakravthi Rangarajanসাহিত্য আৰু শিক্ষাতামিলনাডুভাৰত
২০০২গংগুবাঈ হংগলশিল্পকলাকৰ্ণাটকভাৰত
২০০২Kishan Maharajশিল্পকলাউত্তৰ প্ৰদেশভাৰত
২০০২Soli Jehangir Sorabjeeআইনদিল্লীভাৰত
২০০২Kishori Amonkarশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০৩Bal Ram Nandaসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
২০০৩Kazi Lhendup Dorji Kangsarpaজননীতিপশ্চিমবংগভাৰত
২০০৩সোণাল মানসিংশিল্পকলাদিল্লীভাৰত
২০০৩Bhrihaspati Dev Trigunaচিকিৎসা-বিজ্ঞানদিল্লীভাৰত
২০০৪Manepalli Narayana Rao Venkatachaliahআইন আৰু জননীতিকৰ্ণাটকভাৰত
২০০৪অমৃতা প্ৰীতমসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
২০০৪জয়ন্ত নাৰ্লিকাৰবিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০০৫B. K. Goyalচিকিৎসা-বিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০০৫Karan Singhজননীতিদিল্লীভাৰত
২০০৫Mohan Dhariaসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
২০০৫Ram Narayanশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০৫Marthanda Varma Sankaran Valiathanচিকিৎসা-বিজ্ঞানকৰ্ণাটকভাৰত
২০০৫Jyotindra Nath DixitCivil Serviceদিল্লীভাৰত
২০০৫Milon Kumar Banerjiআইন আৰু জননীতিদিল্লীভাৰত
২০০৫আৰ কে লক্ষ্মণশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০৬Norman E. Borlaugবিজ্ঞানTexasআমেৰিকা যুক্তৰাষ্ট্ৰ*
২০০৬V. N. Khareআইন আৰু জননীতিউত্তৰ প্ৰদেশভাৰত
২০০৬Mahasveta Deviসাহিত্য আৰু শিক্ষাপশ্চিমবংগভাৰত
২০০৬নিৰ্মলা দেশপাণ্ডেসমাজসেৱা়দিল্লীভাৰত
২০০৬Obaid Siddiquiবিজ্ঞানকৰ্ণাটকভাৰত
২০০৬Prakash Narain Tandonচিকিৎসা-বিজ্ঞানদিল্লীভাৰত
২০০৬আদুৰ গোপালকৃষ্ণনশিল্পকলাকেৰালাভাৰত
২০০৬C. R. Krishnaswamy RaoCivil Serviceতামিলনাডুভাৰত
২০০৬Charles Correaবিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০০৭Raja Jesudoss Chelliahজননীতিতামিলনাডুভাৰত
২০০৭Venkataraman KrishnamurthyCivil Serviceতামিলনাডুভাৰত
২০০৭Balu Sankaranচিকিৎসা-বিজ্ঞানতামিলনাডুভাৰত
২০০৭Fali Sam Narimanআইন আৰু জননীতিদিল্লীভাৰত
২০০৭Prafullachandra Natwarlal Bhagwatiআইন আৰু জননীতিদিল্লীভাৰত
২০০৭Khushwant Singhসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
২০০৭Raja Raoসাহিত্য আৰু শিক্ষাকৰ্ণাটকআমেৰিকা যুক্তৰাষ্ট্ৰ
২০০৭N.N. VohraCivil Serviceহাৰিয়ানাভাৰত
২০০৭Naresh ChandraCivil Serviceদিল্লীভাৰত
২০০৭Ennackal Chandy George Sudarshanবিজ্ঞানকেৰালাআমেৰিকা যুক্তৰাষ্ট্ৰ*
২০০৭Viswanathan AnandSportsতামিলনাডুভাৰত
২০০৭Rajendra K. PachauriEnvironmentalismভাৰত
২০০৮Narayana MurthyInformation Technologyকৰ্ণাটকভাৰত
২০০৮E. Sreedharanদিল্লী Metroকেৰালাভাৰত
২০০৮Lakshmi Niwas MittalIndustryভাৰত
২০০৮Adarsh Sein Anandজননীতিদিল্লীভাৰত
২০০৮P. N. DharCivil Serviceভাৰত
২০০৮P. R. S. Oberoiবাণিজ্যভাৰত
২০০৮আশা ভোছলেশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০৮Edmund HillaryMountaineeringঅকলেণ্ডনিউজিলেণ্ড*
২০০৮Ratan TataIndustryমহাৰাষ্ট্ৰভাৰত
২০০৮প্ৰণব মুখাৰ্জীজননীতিপশ্চিমবংগভাৰত
২০০৮শচীন তেণ্ডুলকাৰSportsমহাৰাষ্ট্ৰভাৰত
২০০৯Chandrika Prasad SrivastavaCivil Serviceমহাৰাষ্ট্ৰভাৰত
২০০৯সুন্দৰলাল বহুগুণাEnvironmental Conservationউত্তৰাখণ্ডভাৰত
২০০৯D. P. Chattopadhyayaসাহিত্য আৰু শিক্ষাপশ্চিমবংগভাৰত
২০০৯Jasbir Singh Bajajচিকিৎসা-বিজ্ঞানপঞ্জাবভাৰত
২০০৯Purshotam Lalচিকিৎসা-বিজ্ঞানউত্তৰ প্ৰদেশভাৰত
২০০৯Govind Narainজননীতিউত্তৰ প্ৰদেশভাৰত
২০০৯Anil Kakodkarবিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০০৯Dr. G. Madhavan Nairবিজ্ঞানকেৰালাভাৰত
২০০৯Sister Nirmalaসমাজসেৱা়পশ্চিমবংগভাৰত
২০০৯A. S. Gangulyকলা আৰু বাণিজ্যমহাৰাষ্ট্ৰভাৰত
২০১০Ebrahim Alkaziশিল্পকলাদিল্লীভাৰত
২০১০Umayalpuram K. Sivaramanশিল্পকলাতামিলনাডুভাৰত
২০১০Zohra Segalশিল্পকলাদিল্লীভাৰত
২০১০Y. Venugopal Reddyআইন and Public affairsঅন্ধ্ৰপ্ৰদেশভাৰত
২০১০Venkatraman Ramakrishnanবিজ্ঞানতামিলনাডুযুক্তৰাজ্য*
২০১০Prathap C. Reddyকলা আৰু বাণিজ্যঅন্ধ্ৰপ্ৰদেশভাৰত
২০১১Akkineni Nageshwara Raoশিল্পকলাঅন্ধ্ৰপ্ৰদেশভাৰত
২০১১Kapila Vatsyayanশিল্পকলাদিল্লীভাৰত
২০১১হোমাই ভ্যাৰাৱালাশিল্পকলাগুজৰাটভাৰত
২০১১K. Parasaranজননীতিদিল্লীভাৰত
২০১১AR Kidwaiজননীতিদিল্লীভাৰত
২০১১Vijay Kelkarজননীতিদিল্লীভাৰত
২০১১Montek Singh Ahluwaliaজননীতিদিল্লীভাৰত
২০১১Palle Rama Raoবিজ্ঞানঅন্ধ্ৰপ্ৰদেশভাৰত
২০১১Azim PremjiTrade and Industryকৰ্ণাটকভাৰত
২০১১Brajesh MishraCivil Serviceমধ্য প্ৰদেশভাৰত
২০১১Ottaplakkal Neelakandan Velu Kurupসাহিত্যকেৰালাভাৰত
২০১১Sitakant Mahapatraসাহিত্যওড়িশাভাৰত
২০১১Lakshmi Chand Jainজননীতিদিল্লীভাৰত
২০১২K. G. Subramanyanশিল্পকলাপশ্চিমবংগভাৰত
২০১২Mario Miranda*শিল্পকলাগোৱাভাৰত
২০১২ভূপেন হাজৰিকা*শিল্পকলাঅসমভাৰত
২০১২Kantilal Hastimal Sanchetiচিকিৎসা-বিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০১২T. V. RajeswarCivil Serviceদিল্লীভাৰত

Note: * denotes awardees in the category of Foreigners/ NRIs/ PIOs/Posthumous.২৩

  • Maharashtra State appearing above up to 1960 should be read as erstwhile Bombay State, consisting of present day Maharashtra and Gujarat.

আৰু চাওক

পদ্মবিভূষণ অসমীয়াৰ তালিকা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Padma Vibhushan Awardees. Ministry of Communications and Information Technology
  2. ↑ (25 January 2010). This Year's Padma Awards announced. Ministry of Home Affairs
  3. ↑ Padma Awards Announced (2012). Press and Information Bureau, Government of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মবিভূষণ” প্ৰবন্ধৰ সংশোধন ৪২৮৪২৮ (৯ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।