অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰশান্ত চন্দ্ৰ মহালানবিছ

প্ৰশান্ত চন্দ্ৰ মহালান'বিছ (২৯ জুন ১৮৯৩– ২৮ জুন ১৯৭২) এজন ভাৰতীয় বিজ্ঞানী আৰু প্ৰয়োগিক পৰিসংখ্যাবিদ। পৰিসংখ্যা বিজ্ঞানৰ মহালান'বিছ দূৰত্ব নামৰ মাপক আৱিষ্কাৰ কৰাৰ বাবে তেওঁ জনাজাত। তেওঁ ভাৰতৰ প্ৰথম পৰিকল্পনা আয়োগৰ সদস্য আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

প্ৰশান্ত চন্দ্ৰ মহালান'বিছ (২৯ জুন ১৮৯৩– ২৮ জুন ১৯৭২) এজন ভাৰতীয় বিজ্ঞানী আৰু প্ৰয়োগিক পৰিসংখ্যাবিদ। পৰিসংখ্যা বিজ্ঞানৰ মহালান'বিছ দূৰত্ব নামৰ মাপক আৱিষ্কাৰ কৰাৰ বাবে তেওঁ জনাজাত। তেওঁ ভাৰতৰ প্ৰথম পৰিকল্পনা আয়োগৰ সদস্য আছিল। তেওঁ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক আৰু বৃহৎ আকাৰৰ সমীক্ষাৰ বাটকটীয়া।১২ তেওঁৰ জন্মদিন ২৯ জুন ভাৰতত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Hagger-Johnson, G. (2005). Encyclopedia of Statistics in Behavioral Science. ISBN 0470860804
  2. ↑ Ghosh, J. K.; Majumder, P. P. (2005). Encyclopedia of Biostatistics. ISBN 047084907X

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰশান্ত চন্দ্ৰ মহালানবিছ” প্ৰবন্ধৰ সংশোধন ৬৩২২৩৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।