অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পদ্মবিভূষণ অসমীয়াৰ তালিকা

পদ্মবিভূষণ হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মানৰ স্থান ভাৰতৰত্নৰ পাছত। ১৯৫৪ চনৰ ২ জানুৱাৰীত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এই সন্মান প্ৰদান কৰে। বৰ্তমানলৈ ২ গৰাকী অসমীয়া এই সন্মানৰ দ্বাৰা বিভূষিত হৈছে।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২০ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পদ্মবিভূষণ হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মানৰ স্থান ভাৰত ৰত্নৰ পাছত। ১৯৫৪ চনৰ ২ জানুৱাৰীত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এই সন্মান প্ৰদান কৰে। বৰ্তমানলৈ ২ গৰাকী অসমীয়া এই সন্মানৰ দ্বাৰা বিভূষিত হৈছে। এই সন্মান লাভ কৰা অসমীয়াসকলৰ নাম, অৱদানৰ ক্ষেত্ৰ আৰু বঁটা প্ৰাপ্ত চনৰ তালিকা তলত উল্লেখ কৰা হ'ল।১

তালিকা

#চনব্যক্তিৰ নামআলোকচিত্ৰঅৱদানৰ ক্ষেত্ৰ
১১৯৭১বিমলা প্ৰসাদ চলিহাঅসামৰিক সেৱা
২২০১২ভূপেন হাজৰিকাDr. Bhupen Hazarika, Assam, India.jpgকলা

তথ্যসূত্ৰ

  1. ↑ List of Padma Vibhushan award winers - English Wikipedia

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় তালিকাঅসমৰ ব্যক্তিপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মবিভূষণ অসমীয়াৰ তালিকা” প্ৰবন্ধৰ সংশোধন ২৫৪৭৩১ (১৫ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।