ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চাবুৱা (বিধানসভা সমষ্টি)
২০২৩ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ লাহোৱাল আৰু লখিমপুৰ লোকসভা সমষ্টিৰ চাবুৱা বিধানসভা সমষ্টি লগলগাই চাবুৱা-লাহোৱাল বিধানসভা সমষ্টি নতুনকৈ গঠন কৰা হয়৷
-
চাবুৱা–লাহোৱাল বিধানসভা সমষ্টি
২০২৩ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ লাহোৱাল আৰু লখিমপুৰ লোকসভা সমষ্টিৰ চাবুৱা বিধানসভা সমষ্টি লগলগাই এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়৷
-
চেঙা বিধানসভা সমষ্টি
চেঙা বিধানসভা সমষ্টি (ইংৰাজী: Chenga Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত অন্যতম এক বিধানসভা সমষ্টি। ই অসমৰ বৰপেটা জিলাত অৱস্থিত। এই সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
-
জলেশ্বৰ বিধানসভা সমষ্টি
জ্বলেশৰ (বিধান সভা সমষ্টি) অসম বিধানসভাৰ ১২৬খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৩৯ হৈছে জ্বলেশৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। জ্বলেশৰ গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ অন্যতম। ই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
জোৱাই বিধানসভা সমষ্টি
জোৱাই বিধানসভা সমষ্টি (ইংৰাজী: Jowai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
নংথিম্মাই বিধানসভা সমষ্টি
নংথিম্মাই বিধানসভা সমষ্টি (ইংৰাজী: Nongthymmai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো পূব খাচী পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
নাহৰকটীয়া বিধানসভা সমষ্টি
১৯৭৮: শশ কমল সন্দিকৈ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী) ১৯৮৫: কুসুম্বৰ টাইৰায়, নিৰ্দলীয় ১৯৯১: শশ কমল সন্দিকৈ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী) ১৯৯৬: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ ২০০০: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ ২০০১: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ ২০০৬: প্ৰণতি ফুকন,…
-
বাঘবৰ বিধানসভা সমষ্টি
বাঘবৰ বিধানসভা সমষ্টি (ইংৰাজী: Baghbar Assembly constituency) আছিল উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ বিধানসভাৰ অন্যতম সমষ্টি। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত এই সমষ্টিটো সম্পূৰ্ণৰূপে বিলুপ্ত কৰা হয়।
-
বিলাসীপাৰা বিধানসভা সমষ্টি
বিলাসীপাৰা বিধানসভা সমষ্টি (Bilasipara Assembly constituency) ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। ই অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত আৰু ধুবুৰী লোকসভা সমষ্টিৰ এটা অংশ।
-
মটক স্বায়ত্বশাসিত পৰিষদ
মটক স্বায়ত্ব শাসিত পৰিষদ হৈছে জাতিগত মটক জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এক স্বায়ত্ব শাসিত প্ৰশাসনীয় বিভাগ। এইটো ২০২০ চনত গঠন কৰা হৈছিল।
-
যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ
যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ (ইউ.এছ.ডি.এ.), কৃষি বিভাগ বুলিও জনাজাত এই সংস্থাটো হৈছে ইউ.এছ. চৰকাৰৰ ফেডাৰেল সহকাৰী বিভাগ। এই বিভাগটোৱে ফাৰ্মিং, বনবিভাগ আৰু খাদ্য সম্পৰ্কীয় যুক্তৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ সৈতে জড়িত।
-
শিৱসাগৰ বিধানসভা সমষ্টি
শিৱসাগৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৬ হৈছে শিৱসাগৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। শিৱসাগৰ শিৱসাগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
হাইলাকান্দি বিধানসভা সমষ্টি
হাইলাকান্দি বিধানসভা সমষ্টি (ইংৰাজী: Hailakandi Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
ওদালগুৰি বিধানসভা সমষ্টি
ওদালগুৰি বিধানসভা সমষ্টি (ইংৰাজী: Udalguri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
খোৱাং বিধানসভা সমষ্টি
পূৰ্ৱতে এই সমষ্টিৰ নাম মৰাণ আছিল, ২০২৩ চনত খোৱাং হিচাপে পুনৰ নামকৰণ কৰা হয়৷
-
গোলকগঞ্জ বিধানসভা সমষ্টি
গোলকগঞ্জ বিধানসভা সমষ্টি (Golakganj Assembly constituency) ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত অন্যতম এখন সমষ্টি। এই সমষ্টিটো অসমৰ ধুবুৰী জিলাত অৱস্থিত। ই ধুবুৰী লোকসভা সমষ্টিৰ এটা অংশ।
-
গোলাঘাট বিধানসভা সমষ্টি
গোলাঘাট বিধানসভা সমষ্টি (ইংৰাজী: Golaghat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
গৌৰীপুৰ বিধানসভা সমষ্টি
গৌৰীপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Gauripur Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত অন্যতম এখন বিধানসভা সমষ্টি। ই ধুবুৰী জিলাত অৱস্থিত আৰু ই ধুবুৰী লোকসভা সমষ্টিৰ এক অংশ।
-
চামগুৰি বিধানসভা সমষ্টি
চামগুৰি বিধানসভা সমষ্টি (ইংৰাজী: Samaguri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
জালুকবাৰী বিধানসভা সমষ্টি
জালুকবাৰী বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যিক বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ৫১ নং অসম বিধানসভা সমষ্টি। জালুকবাৰী সমষ্টিটো গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
জোনাই বিধানসভা সমষ্টি
জোনাই বিধানসভা সমষ্টি (ইংৰাজী: Jonai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
ডিব্ৰুগড় বিধানসভা সমষ্টি
অসম বিধান সভাত ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল। {| ! বৰ্ষ !! নাম !! দল |- | ১৯৫৭ || নীলমণি বৰঠাকুৰ || || ভাৰতীয় কমিউনিষ্ট পাৰ্টি |- | ১৯৬১ (নিৰ্বাচিত) || ৰমেশ চন্দ্ৰ বৰুৱা || || ভাৰতীয় জাতীয় কংগ্ৰেছ |- | ১৯৬২ || |- | ১৯৬৭ || |- | ১৯৭২ || |- | ১৯৭৮ ||…
-
তামুলপুৰ বিধানসভা সমষ্টি
তামুলপুৰ বিধানসভা সমষ্টি) অসম বিধানসভা ৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। তামুলপুৰ কোকৰাঝাৰ (লোকসভা সমষ্টি) ৰ অন্তৰ্গত।.
-
তেজপুৰ বিধানসভা সমষ্টি
তেজপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Tezpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শোণিতপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
দুলিয়াজান বিধানসভা সমষ্টি
-
দেৰগাঁও বিধানসভা সমষ্টি
দেৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Dergaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
ধুবুৰী বিধানসভা সমষ্টি
ধুবুৰী বিধানসভা সমষ্টিটো অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
ধেমাজি বিধানসভা সমষ্টি
ধেমাজি বিধানসভা সমষ্টি (ইংৰাজী: Dhemaji Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
নলবাৰী বিধানসভা সমষ্টি
নলবাৰী বিধানসভা সমষ্টি (ইংৰাজী: Nalbari Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো নলবাৰী জিলাৰ অন্তৰ্গত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
বজালী বিধানসভা সমষ্টি
বজালী বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম বিধানসভা সমষ্টি। ২০২৩ চনত নতুনকৈ গঠন কৰা এই সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ অংশ।