অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ

যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ (ইউ.এছ.ডি.এ.), কৃষি বিভাগ বুলিও জনাজাত এই সংস্থাটো হৈছে ইউ.এছ. চৰকাৰৰ ফেডাৰেল সহকাৰী বিভাগ। এই বিভাগটোৱে ফাৰ্মিং, বনবিভাগ আৰু খাদ্য সম্পৰ্কীয় যুক্তৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ সৈতে জড়িত।

হালনাগাদ: ৫ জুন ২০২০ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ (ইউ.এছ.ডি.এ.), কৃষি বিভাগ বুলিও জনাজাত এই সংস্থাটো হৈছে ইউ.এছ. চৰকাৰৰ ফেডাৰেল সহকাৰী বিভাগ। এই বিভাগটোৱে ফাৰ্মিং, বনবিভাগ আৰু খাদ্য সম্পৰ্কীয় যুক্তৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ সৈতে জড়িত। কৃষকসকলৰ উন্নয়ন, কৃষিৰ উংপাদন আৰু ব্যৱসায়, খাদ্য সুৰক্ষাৰ নিশ্চয়তা, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, গ্ৰাম্য সম্প্ৰদায়ৰ উন্নয়ন আৰু ক্ষুদ্ধা নিবাৰণৰ হকে যুক্তৰাষ্ট্ৰ তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰে।

বৰ্তমান এই সংস্থাৰ সচিব হৈছে ছনী পেৰ্ডিউ।১

তথ্যসূত্ৰ

  1. ↑ মাইকেল লুইছ. (নৱেম্বৰ ২০১৭). Inside Trump's Cruel Campaign Against the U.S.D.A.'s Scientists. VanityFair.com

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰচৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ” প্ৰবন্ধৰ সংশোধন ২৩৬৩২৬ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।