জোৱাই বিধানসভা সমষ্টি (ইংৰাজী: Jowai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
এই সমষ্টিটো পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ২০১৮ চনৰ পৰা নেছনেল পিপলছ পাৰ্টি (ভাৰত)ৰ ৱাইলাডমিকি চ্যিলাই এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে।
বিধানসভাৰ সদস্যসকল
| চন | বিজয়ী সদস্য | ৰাজনৈতিক দল | |
|---|---|---|---|
| ১৯৭২ | বি. বি. ছাল্লাম | অল পাৰ্টী হিল লিডাৰ্ছ কনফাৰেন্স | |
| ১৯৭৮ | টিল্লি কিণ্ডিয়া | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৮৩ | ড° ৰয়ট্ৰে ক্ৰিষ্টোফাৰ লালু | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৮ | |||
| ১৯৯৩ | |||
| ১৯৯৮ | সিং মুলিয়েহ | ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী | |
| ২০০৩ | |||
| ২০০৮ | ড° ৰয়ট্ৰে ক্ৰিষ্টোফাৰ লালু | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৩ | |||
| ২০১৮ | ৱাইলাডমিকি চ্যিলা | নেছনেল পিপলছ পাৰ্টি (ভাৰত) | |
| ২০২৩ |
নিৰ্বাচনী ফলাফল
২০২৩ চনৰ বিধানসভা নিৰ্বাচন
২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত নেছনেল পিপলছ পাৰ্টি (ভাৰত)ৰ ৱাইলাডমিকি চ্যিলাই ২,৬৬৭ টা ভোটৰ ব্যৱধানত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আওহাই এণ্ড্ৰিউ ছুলাইক পৰাস্ত কৰি পুনৰ নিৰ্বাচিত হয়।
২০১৮ চনৰ বিধানসভা নিৰ্বাচন
২০১৮ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:
২০১৩ চনৰ বিধানসভা নিৰ্বাচন
২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:
লগতে চাওক
- পশ্চিম জয়ন্তীয়া পাহাৰ জিলা
- মেঘালয় বিধানসভাৰ সমষ্টিসমূহৰ তালিকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোৱাই বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৮০১৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।