অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নংথিম্মাই বিধানসভা সমষ্টি

নংথিম্মাই বিধানসভা সমষ্টি (ইংৰাজী: Nongthymmai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো পূব খাচী পাহাৰ জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

নংথিম্মাই বিধানসভা সমষ্টি (ইংৰাজী: Nongthymmai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।

এই সমষ্টিটো পূব খাছী পাৰ্বত্য জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ চাৰ্লছ পিনগ্ৰোপে পুনৰবাৰ এই সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়।

বিধানসভাৰ সদস্যসকল

চনবিজয়ী প্ৰাৰ্থীৰাজনৈতিক দল
১৯৭২ব্ৰিংটন বুহাই লিংডোঅল পাৰ্টী হিল লিডাৰ্ছ কনফাৰেন্স
২০১৩জেমিনো মাওথোইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী
২০১৮চাৰ্লছ পিনগ্ৰোপভাৰতীয় জাতীয় কংগ্ৰেছ
২০২৩চাৰ্লছ পিনগ্ৰোপসৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ

নিৰ্বাচনী ফলাফল

২০২৩ চনৰ বিধানসভা নিৰ্বাচন

২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ চাৰ্লছ পিনগ্ৰোপে ১,১৯৯ টা ভোটৰ ব্যৱধানত ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ ড° জেমিনো মাওথোক পৰাস্ত কৰি জয়লাভ কৰে।

২০১৮ চনৰ বিধানসভা নিৰ্বাচন

২০১৮ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:

২০১৩ চনৰ বিধানসভা নিৰ্বাচন

২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

মেঘালয়ৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নংথিম্মাই বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৩০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।