এই তালিকাত ভাৰতীয় ৰাজ্যসমূহৰ মুঠ ঘৰুৱা উৎপাদনৰ তালিকা আৰু লগতে মুঠ ঘৰুৱা উৎপাদনত বৃদ্ধিৰ হাৰো দৰ্শোৱা হৈছে।১
২৫০ বিলিয়ন ইউ এছ ডিৰে মহাৰাষ্ট্ৰ তালিকাৰ শীৰ্ষত, আৰু ৬০ মিলিয়ন ইউ এছ ডিৰে লক্ষদ্বীপ তালিকাৰ আটাইতকৈ তলত।
২০১৪-১৫ৰ তথ্য মিনিষ্ট্ৰি অৱ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইম্প্লিমেণ্টেচনৰপৰা লোৱা।
| Ranking | State/UT | GDP in 2014-15 (in crore rupees) |
|---|---|---|
| ভাৰত | ||
| 1 | মহাৰাষ্ট্ৰ | |
| 2 | তামিলনাডু | |
| 3 | উত্তৰ প্ৰদেশ | |
| 4 | পশ্চিমবংগ | |
| 5 | গুজৰাট | |
| 6 | কৰ্ণাটক | |
| 7 | ৰাজস্থান | |
| 8 | অন্ধ্ৰপ্ৰদেশ | |
| 9 | মধ্য প্ৰদেশ | |
| 10 | দিল্লী | |
| 11 | তেলংগানা | |
| 12 | বিহাৰ | |
| 13 | কেৰালা | |
| 14 | হাৰিয়ানা | |
| 15 | পঞ্জাব | |
| 16 | ওড়িশা | |
| 17 | চণ্ডীগড় | |
| 18 | ঝাৰখণ্ড | |
| 19 | অসম | |
| 20 | উত্তৰাখণ্ড | |
| 21 | জম্মু আৰু কাশ্মীৰ | |
| 22 | হিমাচল প্ৰদেশ | |
| 23 | গোৱা | |
| 24 | চণ্ডীগড় | |
| 25 | ত্ৰিপুৰা | |
| 26 | মেঘালয় | |
| 27 | পুডুছেৰী | |
| 28 | নাগালেণ্ড | |
| 29 | মণিপুৰ | |
| 30 | অৰুণাচল প্ৰদেশ | |
| 31 | ছিক্কিম | |
| 32 | মিজোৰাম | |
| 33 | আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ | |
| 34 | দাদৰা আৰু নগৰ হাভেলী | |
| 35 | দমন আৰু দিউ | |
| 36 | লাক্ষাদ্বীপ |
তথ্য সংগ্ৰহ
References
বাহ্যিক সংযোগ
- The Economist – comparison of Indian states and territories wiith countries (2009 data)
- Planning Commission data at constant 2004-05 price archived at
- Statistics Times - Indian states by GDP
তথ্যসূত্ৰ
- ↑ Gross State Domestic Product (GSDP) at Current Prices (as on 31-05-2014). Planning Commission Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুঠ ঘৰুৱা উৎপাদন অনুসৰি ভাৰতীয় ৰাজ্যৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৩৯৮৯৩১ (২৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।