অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মাং (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

জাতি-জনগোষ্ঠী: মাং জনগোষ্ঠী: চীন আৰু ভিয়েটনামৰ এটা জাতিগোট, যি প্ৰধানকৈ উত্তৰ-পশ্চিম ভিয়েটনামৰ লাই চাউ অঞ্চলত বসবাস কৰে। মাংগ বা মাতংগ হৈছে ভাৰতৰ এটা জাতি যাৰ মূল নিবাস মহাৰাষ্ট্ৰ ৰাজ্যত। * ভাষা: মাং ভাষা (অষ্ট্ৰ'এছিয়াটিক ভাষা): ভিয়েটনাম, চীন আৰু লাওছৰ এটা অষ্ট্ৰ'এছিয়াটিক ভাষা।

হালনাগাদ: ৬ এপ্ৰিল ২০২৫ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ
  • ভাষা:
  • স্থান:
    • মাংছি, চীনৰ য়ুনানৰ কাউন্টি পৰ্যায়ৰ চহৰ।
  • ব্যক্তি:
    • এণ্টন মাং: (জন্ম ১৯৪৯), জাৰ্মান মটৰ চাইকেল চালক।
    • হেনৰী মাং: (১৮৯৭–১৯৮৭), কানাডাৰ ৰাজনীতিবিদ।
    • জিয়াৰ মাং: চীনৰ জিয়া বংশৰ শাসক।
    • ৰুডলফ মাং: (১৯৫০–২০১৮), জাৰ্মান হেভিৱেট ভাৰোত্তোলনকাৰী।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাং (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ৫০২৫০৪ (৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।