অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

লিংগ অনুপাত অনুসৰি দেশৰ তালিকা

জনসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যাই হ'ল মানুহৰ লিংগ অনুপাত। বিভিন্ন দেশৰ লিংগ অনুপাতৰ তালিকা এখন তলত দিয়া হৈছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

[[চিত্ৰ:Sex ratio total population per country smooth.png|মুঠ জনসংখ্যা অনুসৰি দশসমূহৰ লিংগ অনুপাত। নীলা= বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা। ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ। (বিশ্বৰ গড় লিংগ অনুপাত= ১.০১)]]

[[চিত্ৰ:Sex ratio below 15 per country smooth.png|১৫ বছৰৰ অনূৰ্ধ্ব জনসংখ্যাৰ লিংগ অনুপাত। নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা। ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ। (বিশ্বৰ ১৫ বছৰৰ অনূৰ্ধ্ব জনসংখ্যাৰ গড় লিংগ অনুপাত=১.০৬)]]

[[চিত্ৰ:Sex ratio over 65 per country smooth.png|৬৫ বছৰৰ উৰ্দ্ধ জনসংখ্যাৰ লিংগ অনুপাত। নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা। ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ। (বিশ্বৰ ৬৫ বছৰৰ উৰ্দ্ধ জনসংখ্যাৰ গড় লিংগ অনুপাত=০.৭৯)]]

জনসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যাই হ'ল মানুহৰ লিংগ অনুপাত। বিভিন্ন দেশৰ লিংগ অনুপাতৰ তালিকা এখন তলত দিয়া হৈছে।

লিংগ অনুপাত

তালিকাখনৰ কিছুমান তথ্য The World Factbook (২০১২)১ৰপৰা সংগ্ৰহ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ CIA নামৰ সংস্থাটোৱে এই পুৰুষ-মহিলাৰ লিংগ অনুপাতৰ তথ্যখিনি যুগুত কৰিছে। The World Factbook-ৰ তথ্যসমূহ আৰু নিজ নিজ দেশসমূহৰ লোকপিয়লৰ তথ্যসমূহৰ মাজত পাৰ্থক্য থাকিব পাৰে। উদাহৰণস্বৰূপে ২০০১ চনত The World Factbook-ৰ তথ্য অনুসৰি ছুইজাৰলেণ্ডৰ শিশুৰ জন্মৰ লিংগ অনুপাত আছিল ১.০৫২, কিন্তু ছুইজাৰলেণ্ডৰ চৰকাৰী পৰিসংখ্যা মতে এই অনুপাত আছিল ১.০৭৩। ছুইডেন, নৰৱে, আয়াৰলেণ্ড, ভাৰত আৰু জাপানৰ লিংগ অনুপাতৰ ক্ষেত্ৰতো এনে বিসংগতি দেখা গৈছিল।

অনুপাত ১-তকৈ বেছি হ'লে মহিলাতকৈ পুৰুষৰ সংখ্যা অধিক, আৰু অনুপাত ১-তকৈ কম হ'লে পুৰুষতকৈ মহিলাৰ সংখ্যা অধিক। অনুপাত ১ হ'লে পুৰুষ আৰু মহিলাৰ সংখ্যা সমান।

দেশ/অঞ্চলজন্ম (CIA-ৰ তথ্য)১১৫ বছৰৰ অনূৰ্ধ্ব১৫-৬৪৬৫ বছৰৰ উৰ্দ্ধসৰ্বমুঠজন্ম (WDB-ৰ তথ্য)৪
বিশ্ব১.০৭১.০৬১.০২০.৭৮১.০১১.০৭
১.০৫১.০৫১.০৫০.৯২১.০৫১.০৬
১.১১৮১.১১.০৫০.৮৭১.০৪১.০৭
১.০৫১.০৪১.০২০.৮৬১.০১১.০৫
১.০৬১.০৪১.০৩০.৮৮১.০২
১.০৬৬১.০৬১.০৯০.৯৯১.০৭
১.০৫১.০২১.০৩০.৭৯১.০২১.০৩
১.০৩১১.০৫০.৯০.৯৩০.৯৪
১.০৫১.০৩০.৮৭০.৭৬০.৯
১.০৫২১.০৫১০.৭০.৯৭১.০৪
১.১২৪১.১৫০.৮৮০.৬২০.৮৯১.১৫
১.০২১১.০১০.৯২০.৬৬০.৯১.০৫
১.০৫৫১.০৫১.০৩০.৮৪১১.০৬
১.০৫১১.০৫১.০১০.৭১০.৯৫১.০৬
১.১১৬১.১৩০.৯৭০.৫৮০.৯৭১.১৬
১.০৩১.০৩০.৯৭০.৬২০.৯৬১.০৬
১.০২৮১.০২১.৩৩১.১৩১.২৪১.০৫
১.০৪১.০১০.৮৯০.৯৩০.৯৩১.০৫
১.০১৩১০.৯৭০.৬৪০.৯৪১.০৪
১.০৬২১.০৬০.৯৪০.৪৭০.৮৭১.০৬
১.০৪৫১.০৪১.০২০.৭১০.৯৬১.০৫
১.০৫১.০৪১.০২০.৯১১.০৩১.০৩
১.০৫১.০৪০.৯৯০.৬৯১১.০৪
১.০১৫১.০১০.৯৭০.৭১০.৯৪
১.০৫১.০৪১.১৩১.১২১.১১.০৪
১.০৫১.০৪০.৯৬০.৭৯০.৯৮১.০৫
১.০৭৪১.০৭১.০২০.৬৯০.৯৭১.০৭
১.০৩১.০৪১.০২০.৬৮১.০১১.০৩
১.০৫১.০৪০.৯৮০.৭৩০.৯৮১.০৫
১.০৫১.০৩১.০৫১.০৭১.০৫
১.০৪৭১.০৬০.৯৯০.৯৪১১.০৬
১.০৬১.০৫০.৯৭০.৬৮০.৯২১.০৬
১.০৩১.০১১০.৬৪০.৯৯১.০৫
১.০৬১.০৪০.৯৯০.৭৭০.৯৯
১.০৩১.০১০.৯৭০.৬৭০.৯৮১.০৩
১.০৪৫১.০২০.৯৫০.৬০.৯৬১.০৫
১.০৩১.০২১.০১০.৮৫১.০১১.০৩
১.০৫৬১.০৫১.০২০.৭৮০.৯৮১.০৫
১.০৩১.০১০.৯৪০.৬১০.৯৪১.০৩
১.০১৬১.০১০.৯৫০.৮৯০.৯৬
১.০৩১.০১০.৯৮০.৬৭০.৯৮১.০৩
১.০৪১.০৩০.৮৫০.৭৩০.৯২১.০৩
১.০৫১.০৫১০.৭২০.৯৮১.০৪
১.১৩৩১.১৭১.০৬০.৯৩১.০৬১.১৯
১.০৬১.০৫০.৯৭০.৭৪০.৯৮১.০৫
১.০৩১.০১০.৯৮০.৮৩০.৯৮১.০৫
১.০৩১.০১০.৯৯০.৬৯০.৯৯১.০৩
১.০৩১.০১০.৯৯০.৭০.৯৯১.০৩
১.০৪৮১.১৩১.০৭০.৯৬১.০৭
১.০৫১.০৫১.০১০.৮৬১.০১১.০৫
১.০৩১.০২১.০৪০.৯৯১.০৩১.০২
১.০৫৫১.০৬০.৯৯০.৬৪০.৯৩১.০৬
১.০৬১.০৬১০.৮৩০.৯৯১.০৬
১.০৫১.০৬১.০৮০.৭৭১.০৪১.০৭
১.০৫৯১.০৬১.০১০.৬৬০.৯৫১.০৬
১.০৫৫১.০৫১.০১০.৭৮০.৯৮১.০৬
১.০৩১০.৮০.৮১০.৮৬১.০৪
১.০৫১.০৪১.০৫০.৭৬১.০২
১.০৪১.০৪১.০৪০.৮৬১.০৩১.০৫
১.০৫১.০৪০.৯৭০.৯৩০.৯৯১.০৫
১.০৫১.০৫১.০৩০.৮৩১.০৩১.০৫
১.০৫১.০৫০.৮৯০.৮১০.৯৩১.০৫
১.০৩১.০৩০.৯৭০.৭৮০.৯৯১.০৩
১.০৩১.০১০.৯৬০.৮২০.৯৮১.০৩
১.০৬৩১.০৬০.৯১০.৪৯০.৮৪১.০৬
১.০৩১০.৯৬০.৭৫০.৯৭১.০৩
১.০৬১.০৫১০.৭৩০.৯৫১.০৬
১.০৭১১.০৭১.১৫০.৯১.০৯
১.০৫১.০৪১০.৮১১১.০৬
১.০৪১.০৪১.০২০.৬৯০.৯৬১.০৫
১.০৫১১.০৫১০.৭২০.৯৬১.০৫
১.০৫১.০৪১.০৭১.০২১.০৬১.০৫
১.০৩১.০১১০.৭২০.৯৯১.০৩
১.০৩১.০১০.৯৮০.৯৮১১.০৩
১.০৬১.০৬১.০৫০.৬৮১.০৪১.০৫
১.১১৩১.১৫০.৯৩০.৬৬০.৯১১.১১
১.০৫৫১.০৫১.০৪০.৭২০.৯৭১.০৬
১.০৩১.০২১০.৮৪১১.০৬
১.০৭১.০৬১.০২০.৯৩১.০১
১.০৬৪১.০৬১০.৭৮০.৯৬১.০৭
১.০৫১১.০৩১.১৫১.০৫১.১২
১.০৯৮১.০৫১.০৪০.৮২১.০২১.০৫
১.০৬১.০৭১.০৪০.৮৫১.০৩১.০৬
১.০৫১.০৪০.৯৪০.৮৬০.৯৭১.০৫
১.০৫১.০৩০.৯৮০.৭৭০.৯৫
১.০৩১.০২১০.৭৮১১.০৬
১.০৩১০.৯৩০.৬৬০.৯৫১.০৩
১.০৫১.০৪১০.৭১১১.০৫
১.০১১১.০২০.৯৯০.৬২০.৯৮১.০৫
১.০৫১.০৪১.০১০.৮১১.০১১.০৫
১.০৭৫১.০৯০.৯৪০.৮৮০.৯৫১.০৭
১.০৫৭১.০৬০.৯৮০.৫৭০.৯১১.০৬
১.০৪১.০৩১.০২০.৮৩১১.০৫
১.১২১.১৩১.০৭০.৯১.০৮১.০৮
১.০৫১.০৩১.০১০.৮১১.০৫
১.০৫১.০৫১.০২০.৯২১.০২১.০৫
১.০৫১.০৩১.০৩০.৯১.০২১.০৭
১.০৭১.০৭১০.৮১০.৯৯১.০৭
১.০৫১.০৫১.০১০.৭০.৯৬
১.০৫১.০৫১.০৩০.৭৭১১.০৫
১.০৭১.০৬১.০৩০.৭২০.৯৬১.০৬
১.০৫১.০৩০.৯৭০.৮১০.৯৮১.০৫
১.০৬১.০৬১.০২০.৭৪০.৯৫১.০৬
১.০৮১.০৮১০.৮০.৯৭
১.০৬১.০৪১.১৫০.৯৩১.১১.০৫
১.০৬১.০৪০.৯৫০.৫৪০.৯৩১.০৭
১.০২১.০১১.০১০.৮৪১১.০৩
১.০৫১.০৩০.৯৮০.৭৪০.৯৯১.০৫
১.০৬১.০৩০.৯৮০.৬৩০.৯৫১.০৫
১.০৭১.১১.০৪০.৬৭১১.১০
১.০৪১.০৪১.৭৮১.৬৬১.৫৪১.০৩
১.০৫১.০৪০.৯৬০.৬৪০.৯৬১.০৬
১.০৫১.০১০.৯৮০.৭৬০.৯৮১.০৫
১.০৫১.০৫০.৯৫০.৪৯০.৮৬১.০৫
১.০৫১.০৪০.৯৮০.৮২০.৯৭১.০৫
১.০৩১.০১০.৯৬০.৬৬০.৯৬১.০৩
১.০৩১০.৯৮০.৯৪০.৯৯১.০৬
১.০৫১.০৪১.০৬০.৯৬১.০৫১.০৬
১.০১০.৯৯০.৯৮০.৭৬০.৯৪
১.০৬১.০৫০.৯৬০.৫৩০.৮৯১.০৫
১.০৭১.০৬১.০২০.৭০.৯৭১.০৬
১.০৫১.১৪০.৮৮০.৮৮০.৯২১.০৫
১.০৮১.০৮১.০২০.৭৭১১.০৮
১.০৩১.০১০.৯৯০.৮০.৯৯১.০৩
১.০২১১.০১০.৭৪১১.০৩
১.০৭১.০৬১.০১০.৭৯১.০১১.০৬
১.০৫১.০৪১.০৪১১.০৫১.০৬
১.০৩১.০২০.৯৯০.৬৪০.৯৯১.০৫
১.০৬১.০৬১.০৩০.৭৬০.৯৯১.০৬
১.০৫১.০৪১.০৫০.৯৪১.০৪
১.০৩১.০১০.৮৯০.৭৪০.৯৩১.০৫
১.০৫১.০৩০.৯৯০.৬৭০.৯৭১.০৪
১.০৩১.০১১.১৬১.০৪১.০৮১.০৩
১.০৫১.০৪০.৯৪০.৮২০.৯৬১.০৫
১.০৫১.০৩০.৯৯০.৭৪১১.০৭
১.০৬১.০৬০.৯৪০.৫৮০.৯১১.০৬
১.০৬১.০৫০.৯৮০.৬৮০.৯১
১.০৫১.০৪১০.৭৭১১.০৩
১.০৭২০.৯৬১.০৮০.৬৮০.৯৯১.০৮
১.০৩১.০৮০.৯২১.৯৫১.০১
১.০৫১.০৪১০.৭৫০.৯৯১.০৬
১.০২১.০১০.৯৬০.৭১০.৯৭১.০৩
১.০৩১.০২১.০২০.৮১১.০১১.০৩
১.০৫১.০৪০.৯৭১.০৪১
১.০৪১.০৪০.৯২০.৮৯০.৯৬১.০৫
১.০৫১.০৫১.০২০.৭৬০.৯৮১.০৬
১.০৫১.০৫০.৯৩০.৬৮০.৯৩
১.০৫১.০৪১.০১০.৮৬১.০১১.০৫
১.০৫১.০৫১০.৮৪০.৯৯১.০৬
১.০৫১.০৪১০.৭৮১১.০৫
১.০৩১.০২০.৯৯০.৮১১১.০৫
১.০৬১.০৫১.০৪০.৯৪১.০৪১.০৬
১.০৬১.১০.৬৭১.০৮০.৭৪
১.০৫১.০৫১.০৩০.৭৫০.৯৮১.০৬
১.০৫১.০৪১.৩৮১.৩২১.২২১.০৫
১.১০১.০৬১.০৫০.৮৮১.০৯১.০৫
১.০৬১.০৬১.২৬০.৪৫১.১৪
১.০৪১.০৪১.০২০.৮৭১.০২১.০৫
১.০৫১.০৩১.০৬০.৮৬১.০৪১.০৮
১.০৫১.০৩১.০১০.৮৬১.০১১.০৫
১.০৫১.০৪১.০১০.৮৯১.০১১.০৫
১.০৫১.০৪১০.৭৬১১.০৬
১.০৬১.০৬০.৯৯০.৬২০.৯৪১.০৬
১.০৭১.০৯০.৯৯০.৭০.৯৫১.০৬
১.০৫১.০৫০.৯৩০.৭৬০.৯২১.০৫
১.০৬১.০৬২.৪৬১.৩৮২১.০৪
১.০৬১.০৫০.৯৯০.৬৯০.৯৫১.০৬
১.০৬১.০৫০.৯২০.৪৪০.৮৬১.০৬
১.০৩১.০১১০.৬৬০.৯৯১.০১
১.০৫১.০৬১.১৯০.৯৯১.১৪
১.০৫১.০৪১.০৪০.৯১.০৩
১.০৬১.০৫১০.৭২০.৯৯
১.০৬১.০৫০.৯৪০.৮২০.৯৬১.০৩
১.০৪০.৯৯০.৯১০.৮১০.৯২
১.০৫১.০৪১.০৩০.৮৬১.০১
১.০৩১.০২১.০৬০.৮২১.০৩১.০৩
১.০৫১.০৪১.১০.৮১.০৬১.০৮
১.০৯১.০৮০.৯২০.৭৬০.৯১
১.০৩১.০৩০.৯৪০.৮২০.৯৮১.০৩
১.০৫১.০৪১.২৯১.০৬১.১৮১.০৩
১.০৩১.০১০.৯৮০.৮৮০.৯৯১.০৩
১.০৭১.০৭১০.৭০.৯৫১.০৮
১.০৩১.০৫১.০৮০.৫৯১.০৩
১.০৩০.৯৬০.৯২০.৮৪০.৯৪১.০২
১.০৮১.০৮০.৯৫০.৮০.৯৫১.০৭
১.০৫১.০৫০.৯৯০.৬০.৯৪১.০৫
১.০৭১.০৬১.০২০.৬৪০.৯৫১.০৫
১.০৫১.০৪১.০২০.৯১.০২১.০৯
১.০৩১১০.৭২১১.০৩
১.০২১১.০২০.৬৯০.৯৯১.০৩
১.০৭১.০৬১.০১০.৭২০.৯৬১.০৬
১.০৪১.০৪০.৯৬০.৮৭০.৯৭১.০৪
১.০৫১.০৪১.০১১.০৭১.০৩১.০৫
১.০৭১.০৪০.৯৯০.৭৬০.৯৯১.০৮
১.০৩১.০২০.৯৩০.৫৯০.৯৫১.০৩
১.০৬১.০৬১.০৩০.৭৯০.৯৮১.০৬
১.০৫১.০৮১.০২০.৭১০.৯৭১.০৬
১.০৬১.০৬১.০৫০.৮৯১.০৫১.০৫
১.০৯১.০৮১.০২০.৯৪১.০২
১.০৫১.০৪০.৯৮০.৭৪০.৯৯১.০৫
১.০৩১০.৯৭০.৭৮০.৯৮১.০৩
১.০৫১.০৫০.৯৮০.৮৩০.৯৮১.০৬
১.০৫১.০৩১.০৪০.৯১১.০৩১.০৫
১.০৩১.০১০.৯৬০.৬৫০.৯৭১.০২
১.০৫১.০৪০.৯৯০.৭১০.৯৯১.০৫
১.০৩১.০৫১.০৫০.৭৫১.০২১.০৪
১.০৭১.০৭১.০১০.৮৭১.০১১.০৫
১.০৫১.০৫১.০২০.৮৪১.০২১.০৫
১.০৫১.০২০.৯৮০.৭৭০.৯৮১.০৫
১.০৫১.০৪১.১০.৯৫১.০৭
১.০৫১.০৪০.৯৬০.৫৯০.৯৬
১.০৩১.০১১.০১০.৭১১১.০৩
১.০৬১.০৬০.৯২০.৫০.৮৬১.০৬
১.০৫১.০৫২.৭৪১.৮২২.১৯১.০৫
১.০৫১.০৫১.০৩০.৭৬০.৯৮১.০৫
১.০৫১.০৪১.০০০.৭৫০.৯৭১.০৫
১.০৬১.০৩০.৮৮০.৮২০.৯১.০৬
১.০৪১.০৩০.৯৯০.৬৭০.৯৫১.০৫
১.০৬১.০৫০.৯৯০.৭৫০.৯৯১.০৫
১.০৫১.০৪১.০৪১.০৬১.০৪১.০৭
১.০৫১.০৩০.৯৭০.৮০.৯৮১.০৫
১.০৭১.০৮০.৯৯০.৬৩০.৯৮১.০৫
১.০৫১.১১১০.৮৩১.০১
১.০৬১.০৫১.০৫০.৭১১.০৪১.০৫
১.০৪১.০৩০.৯৭০.৭৩০.৯৯
১.০৫১.০৪১.০৩০.৯২১.০৩১.০৫
১.০৩১.০১১০.৭১১.০৩
১.০৩১.০২০.৮১০.৭৮০.৯১১.০২

তথ্যসূত্ৰ

  1. ↑ "Sex Ratio আৰ্কাইভ কপি". The World Factbook
  2. ↑ Europe-Switzerland-People-Sex Ratio-at birth
  3. ↑ Statistical Data on Switzerland 2011, see page 6 for sex ratio at birth. Switzerland Federal Statistics Office
  4. ↑ (February 2012). Gender Statistics Highlights from 2012 World Development Report. World DataBank, a compilation of databases by the World Bank

সম্পৰ্কিত শ্ৰেণী

দেশৰ তালিকাজনগাঁথনি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিংগ অনুপাত অনুসৰি দেশৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৪০২০৬ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।