মহন্ত (Mahanta) এক ভাৰতীয় অতি উচ্চ উপাধি যি অতিজৰে ব্ৰহ্ম কায়স্থ আৰু ব্ৰাহ্মণ শ্ৰেণীৰ লোকেহে কেৱল ব্যৱহাৰ কৰিছিল। এই উপাধি অসমৰ ব্ৰহ্মকায়স্থ তথা ব্ৰাহ্মণ কুলে প্ৰধানকৈ লিখে কিন্তু কিছু বৰকলিতা লোকেও পিছত ব্যৱহাৰ কৰে কিন্তু তেওঁলোকৰ লগত ব্ৰাহ্মণ আৰু ব্ৰহ্মকায়স্থ কুলৰ বিবাহ নহয় যি ব্ৰহ্মকায়স্থ (মহন্ত/গোস্বামী/অধিকাৰী/দত্ত গোস্বামী)আৰু ব্ৰাহ্মণৰ(মহন্ত/গোস্বামী/অধিকাৰী/দত্ত গোস্বামী)হে উভয়েৰে বিবাহ হয় আৰু এক সুকিয়া সমোদায় তাৰ উপৰিও উৰিষ্যাৰো কিছু লোকে ব্যৱহাৰ কৰে।
প্ৰসিদ্ধ মহন্ত উপাধিৰ লোক
- অংগৰাগ মহন্ত
- খগেন মহন্ত
- অৰ্চনা মহন্ত
- মিত্ৰদেৱ মহন্ত
- উৰ্মিলা মহন্ত
- গায়ত্ৰী মহন্ত
- কেশদা মহন্ত
- প্ৰফুল্ল কুমাৰ মহন্ত
- জয়শ্ৰী গোস্বামী মহন্ত
- প্ৰফুল্ল মহন্ত
- পংকজ জ্যোতি মহন্ত
- মাইনী মহন্ত
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহন্ত (উপাধি)” প্ৰবন্ধৰ সংশোধন ৬০৯৮৭১ (২৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।