অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শ্ৰুতি মহপাত্ৰ

শ্ৰুতি মহপাত্ৰ (: Sruti Mohapatra; জন্ম প্ৰায় ১৯৬৩) এগৰাকী অক্ষমতা অন্তৰ্ভুক্তি বিশেষজ্ঞ। তেওঁৰ বিশেষজ্ঞতা হৈছে সৰ্বাংগীন শিক্ষা আৰু অন্তৰ্ভুক্ত দুৰ্যোগ ব্যৱস্থাপনা আৰু পৰিকল্পনা।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

শ্ৰুতি মহপাত্ৰ (: Sruti Mohapatra; জন্ম প্ৰায় ১৯৬৩) এগৰাকী অক্ষমতা অন্তৰ্ভুক্তি বিশেষজ্ঞ। তেওঁৰ বিশেষজ্ঞতা হৈছে সৰ্বাংগীন শিক্ষা আৰু অন্তৰ্ভুক্ত দুৰ্যোগ ব্যৱস্থাপনা আৰু পৰিকল্পনা।

কৰ্ম জীৱন

শ্ৰুতি মহপাত্ৰৰ জন্ম প্ৰায় ১৯৬৩ চন।১ তেওঁ ভাৰতৰ ওড়িশাৰ ৰাজধানী চহৰ ভুৱনেশ্বৰত থাকে।২১ ১৯৮৭ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হ'ব বিচাৰিছিল যদিও গাড়ী দুৰ্ঘটনাত মেৰুদণ্ডত আঘাত পাইছিল।১ মহপাত্ৰ এজন হুইল চেয়াৰ ব্যৱহাৰকাৰী, তেওঁ অক্ষমতাৰ অধিকাৰৰ বাবে প্ৰচাৰ চলায়।২ তেওঁ শিশু অধিকাৰ সুৰক্ষাৰ বাবে ওড়িশা ৰাজ্যিক আয়োগৰ অধ্যক্ষ আৰু অক্ষম ব্যক্তিৰ অধিকাৰৰ ৰাষ্ট্ৰীয় সমিতিৰ সদস্য।৩

২০০৯ চনত পুৰীৰ জগন্নাথ মন্দিৰ হুইল চেয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে সুলভ কৰি তোলাৰ বাবে কৰা প্ৰচেষ্টাৰ সময়ত তেওঁ আন কৰ্মীসকলৰ সৈতে জয়লাভ কৰে।৪ ভাৰতত ক'ভিড-১৯ মহামাৰীৰ সময়ত তেওঁ সকীয়াই দিছিল যে ওড়িশাৰ ৪৩ শতাংশ বিশেষভাৱে সক্ষম শিশুৱে বিদ্যালয় এৰিছে।৫

বঁটা আৰু স্বীকৃতি

২০১০ চনত মহপত্ৰই ৰিয়েল হিৰোজ বঁটা লাভ কৰে।১ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত তেওঁক ২০২১ চনৰ নাৰী শক্তিৰ সন্মান প্ৰদান কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Baral, Maitree. (6 November 2017). 'Disability' Rendered Her Unsuitable For IAS: Meet Sruti Mohapatra, Crusader For People With Disabilities. NDTV
  2. ↑ (5 February 2022). Sruti Mohapatra Gives The Disabled Opportunities She Never Had. Outlook India
  3. ↑ Kainthola, Deepanshu. (8 March 2022). President Presents Nari Shakti Puraskar for the Years 2020, 2021. Tatsat Chronicle Magazine
  4. ↑ Mahapatra, Sampad. (28 October 2009). Temple for special people. NDTV
  5. ↑ (25 July 2020). 43 lakh disabled students across states may drop out, unable to cope with e-education. The Times of India. ANI

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰুতি মহপাত্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৮৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।