অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শৰ্মা

শৰ্মা (Sharma) হৈছে এটা হিন্দু ব্ৰাহ্মণ উপাধি। সংস্কৃত মূল (প্ৰথমা বিভক্তি ) শব্দৰ অৰ্থ হ'ব পাৰে 'আনন্দ', 'সুখ', 'সন্তুষ্টি'। Sarma আৰু Sarmah হৈছে এই নামৰ বিকল্প ইংৰাজী বানান, যি সাধাৰণতে অসমীয়া ব্ৰাহ্মণসকলে ব্যৱহাৰ কৰে।

হালনাগাদ: ৩ অক্টোবৰ ২০২৫ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শৰ্মা (Sharma) হৈছে এটা হিন্দু ব্ৰাহ্মণ উপাধি। সংস্কৃত ভাষা মূল (প্ৰথমা বিভক্তি ) শব্দৰ অৰ্থ হ'ব পাৰে 'আনন্দ', 'সুখ', 'সন্তুষ্টি'।১ Sarma আৰু Sarmah হৈছে এই নামৰ বিকল্প ইংৰাজী বানান, যি সাধাৰণতে অসমীয়া ব্ৰাহ্মণসকলে ব্যৱহাৰ কৰে।২

উৎপত্তি

ভৱিষ্য পুৰাণ অনুসৰি, শৰ্মা হৈছে প্ৰথম ব্ৰাহ্মণ উপাধি, যি বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামে, ৰজা জয়সেনক প্ৰদান কৰা বুলি কোৱা হয়।৩

ব্যুৎপত্তি

সংস্কৃত শব্দ "শৰ্মা" "ṣárman" শব্দৰপৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে 'আনন্দ', 'সুখ', আৰু 'সন্তুষ্টি'।

অধিক পঢ়ক

তথ্যসূত্ৰ

  1. ↑ Williams, Sir Monier. (1999). A Sanskrit-English Dictionary: Etymological and Philologically Arranged with Special Reference to Cognate Indo-European Languages. Asian Educational Services. পৃ. 1058. ISBN 9788120603691
  2. ↑ (4 April 2003). Assamese Surnames. Languageinindia.com
  3. ↑ Sharma, Shiv Darshanlal. (2 December 2000). Origin of Sharmas. The Tribune

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৪১৪৮০ (৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।