সত্য ৰাণী চাধা (: Satya Rani Chadha; ১৯৩৩ ca. – ১ জুলাই ২০১৪) এগৰাকী মহিলা অধিকাৰ কৰ্মী আছিল। সতীৰ্থ কৰ্মী শ্বাহজাহান আপাৰ সৈতে মিলি ১৯৮০ চনত ভাৰতত যৌতুক বিৰোধী আন্দোলন আৰম্ভ কৰাৰ বাবে পৰিচিত। দুয়োগৰাকী মহিলাই কন্যাক যৌতুক বিবাদৰ ফলত পতি পক্ষই হত্যা কৰা ভুক্ত ভুগি মাতৃ আছিল। দুয়োগৰাকীয়ে দশক দশক ধৰি ভাৰতত ন্যায় আৰু যৌতুক প্ৰথা সলনি কৰাৰ বাবে প্ৰচাৰ চলাইছিল।১২ তেওঁলোকে একেলগে শক্তি শালিনী নামৰ দিল্লীস্থিত আশ্ৰয় আৰু মহিলা অধিকাৰ সংগঠন প্ৰতিষ্ঠা কৰে আৰু যৌতুক সম্পৰ্কীয় আৰু লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে যুঁজ দিয়ে।[3]তেওলোকে চাধা নীৰজা ভানোট বঁটা লাভ কৰে।৩ Chadha is a recipient of the Neerja Bhanot Award.৪৫৬৭৮
তথ্যসূত্ৰ
- ↑ (2014-07-14). Remembering Satya Rani Chadha: The Face Of India's Anti-Dowry Movement - ANOKHI MEDIA. ANOKHI MEDIA
- ↑ (2 July 2014). Satya Rani Chadha: The face of India's anti-dowry movement. Namita Bhandare. Livemint
- ↑ Celebrating Women Who Fought The Much Needed Fight Against Dowry. sheroes.com
- ↑ (18 May 2018). Battle won for daughter in 34-yr dowry fight. Abantika Ghosh. Indian Express
- ↑ Farah Faizal; Swarna Rajagopalan. (3 October 2005). Women, Security, South Asia: A Clearing in the Thicket. SAGE Publications. পৃ. 37–. ISBN 978-0-7619-3387-8
- ↑ Bishakha Datta. (31 December 2012). Nine Degrees of Justice: New Perspectives on Violence against Women in India. Zubaan. পৃ. 32–. ISBN 978-93-81017-34-0
- ↑ Murlidhar C. Bhandare. (2010). Struggle for Gender Justice: Justice Sunanda Bhandare Memorial Lectures. Penguin Books India. পৃ. 25–. ISBN 978-0-670-08426-5
- ↑ Snehendu B. Kar. (18 May 2018). Empowerment of Women for Promoting Health and Quality of Life. Oxford University Press. পৃ. 243–. ISBN 978-0-19-938468-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্য ৰাণী চাধা” প্ৰবন্ধৰ সংশোধন ৫৪৬৭৪৯ (২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।