মলয়া খাউণ্ড (Malaya Khaund) এগৰাকী অসমীয়া লিখক।
জীৱনী
অসমৰ যোৰহাট জিলাত তেখেতৰ জন্ম হৈছিল।
পুৰষ্কাৰ
- সাহিত্য একাডেমী অনুবাদ বটা, ২০০৭
প্ৰকাশিত কিতাপৰ তালিকা
মলয়া খাউণ্ড ৰচিত কিতাপৰ আংশিক তালিকা:
- ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু তেওঁৰ উপন্যাসসমূহ, সাহিত্য প্ৰকাশ, গুৱাহাটী, ১৯৮৯
- অসমীয়া অভিজ্ঞা মহিলাৰ আত্মজীৱনী সংকলন: এৰি অহা দিনবোৰ, লয়াৰ্চ বুক স্টল, গুৱাহাটী, ১৯৯৩
- অনুদিত: পৰিবৰ্ত্তনৰ অধিকাৰ, নেচনেল বুক ট্ৰাস্ট, নতুন দিল্লী, ১৯৯৩
- অনুদিত:গুজৰাটী গল্প সংগ্ৰহ, নেচনেল বুক ট্ৰাস্ট, নতুন দিল্লী, ১৯৯৩
- Indira GoswamiL A Critical Study of Her Writing, B.K. Publishing House, Delhia, 1994.
- ত্ৰৈলোক্য পূজিতা দেৱী, অসম বুক স্টল, গুৱাহাটী, ১৯৯৫
- অসমীয়া অভিজ্ঞা মহিলাৰ আত্মজীৱনী সংকলন: এৰি অহা দিনবোৰ, দ্বিতীয় খণ্ড, স্টুডেন্ট স্টৰ্চ, ১৯৯৯
- চিন্তা মন্থন আৰু অভিব্যক্তি, স্টুডেন্ট স্টৰ্চ, গুৱাহাটী, ২০০৩
- অনুদিত: দাদিবুঢ়া, সাহিত্য একাডেমী, নতুন দিল্লী, ২০০৭
- Translated: Bamboo -- Green Gold, CBTC Mission.
- ভক্তি আন্দোলন আৰু অসমত নৱবৈষ্ণৱ ধৰ্ম্ম, বনলতা, ডিব্ৰুগড়, ২০১৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মলয়া খাউণ্ড” প্ৰবন্ধৰ সংশোধন ৬০৩২৫৭ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।