অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

লাল চালাম

লাল চালাম (ইং অনুবাদ: "Red Salute") হৈছে দক্ষিণ এছিয়াৰ কমিউনিষ্টসকলে ব্যৱহাৰ কৰা এটা চেলুট, অভিবাদন বা ক’ড শব্দ। এই বাক্যাংশটো হিন্দী-উৰ্দুত লাল অৰ্থাৎ "ৰঙা" আৰু চালাম অৰ্থাৎ "শান্তি"ৰ যৌগৰূপ।

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২৫ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

লাল চালাম (ইং অনুবাদ: "Red Salute"১) হৈছে দক্ষিণ এছিয়াৰ কমিউনিষ্টসকলে ব্যৱহাৰ কৰা এটা চেলুট, অভিবাদন বা ক’ড শব্দ। এই বাক্যাংশটো হিন্দী-উৰ্দুত লাল অৰ্থাৎ "ৰঙা" আৰু চালাম অৰ্থাৎ "শান্তি"ৰ যৌগৰূপ।

অধিক সন্ধান

  • Ali, Kamran Asdar. (2015). Surkh Salam: Communist Politics and Class Activism in Pakistan, 1947-1972. Oxford University Press. ISBN 978-0-19-940308-0

তথ্যসূত্ৰ

  1. ↑ Sreekumar, P. (2020-03-05). The Oxford Handbook of Language Contact. Oxford University Press. পৃ. 518–539. ISBN 978-0-19-994509-2

সম্পৰ্কিত শ্ৰেণী

শ্লোগান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাল চালাম” প্ৰবন্ধৰ সংশোধন ৫৩৯৬৪৬ (২১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।