ব্যক্তি
- লাচিত বৰফুকন, শৰাইঘাট যুদ্ধৰ আহোম সেনাপতি।
চলচ্চিত্ৰ
- লাচিত বৰফুকন (চলচ্চিত্ৰ), লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ দ্বাৰা পৰিচালিত আৰু ১৯৬১ চনত মুক্তিপ্ৰাপ্ত অসমীয়া কথাছবি।
গ্ৰন্থ
- লাচিত বৰফুকন (গ্ৰন্থ), সূৰ্য্যকুমাৰ ভূঞা ৰচিত জীৱনীমূলক গ্ৰন্থ।
- লাচিত বৰফুকন (নাটক), প্ৰবীণ ফুকন-এ ৰচনা কৰা নাটক।
- লাচিত বৰফুকন (নাটক), লক্ষ্যধৰ চৌধুৰী-য়ে ৰচনা কৰা নাটক।
- লাচিত বৰফুকন (নাটক), পদ্মনাথ গোহাঞি বৰুৱা-য়ে ৰচনা কৰা নাটক।
দিৱস
- লাচিত দিৱস, লাচিত বৰফুকনৰ স্মৃতিত পালিত দিৱস।
বঁটা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাচিত বৰফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ৪৬৬৭০৬ (২৮ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।