অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শ্বসন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

শ্বসন বুলিলে তলৰ অৰ্থবোৰো প্ৰকাশ কৰে:

হালনাগাদ: ১৭ নৱেম্বৰ ২০২২ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৩৩
সংশোধনৰ পৰামৰ্শ

শ্বসন বুলিলে তলৰ অৰ্থবোৰো প্ৰকাশ কৰে:

জীৱবিদ্যা

  • কোষীয় শ্বসন, পোষক দ্ৰব্যবোৰক শক্তিলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া,
    • অবাত শ্বসন, অক্সিজেনৰ প্ৰয়োজন নোহোৱা কোষীয় শ্বসন,
    • সবাত শ্বসন, কোষীয় শ্বসন, অক্সিজেনৰ প্ৰয়োজন হয়,
  • শ্বসন (শৰীৰতত্ত্ব), কোষ আৰু বাহ্যিক পৰিৱেশৰ মাজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ আদান-প্ৰদান প্ৰক্ৰিয়া,
    • শ্বাস তন্ত্ৰ, শ্বসন কাৰ্য সংঘটিত হোৱা তন্ত্ৰ,
    • উশাহ লোৱা, শ্বাস অংগৰ মাজেৰে বায়ুৰ চলাচল হোৱা,
    • জলীয় শ্বসন, জীৱই পানীৰ পৰা অক্সিজেন আহৰণ কৰা প্ৰক্ৰিয়া,
    • কৃত্ৰিম শ্বসন, কৃত্ৰিমভাৱে শ্বসন সংঘটিত কৰা।

পৰিস্থতিবিদ্যা

  • কাৰ্বন শ্বসন, বায়ুমণ্ডলীয় কাৰ্বনৰ লগত জড়িত এটা ধাৰণা,
  • পৰিস্থতি তান্ত্ৰিক শ্বসন, পৰিৱেশ তন্ত্ৰত সকলো জীৱই উৎপাদন কৰা মুঠ কাৰ্বন ডাই অক্সাইডৰ নিৰ্ণয় কৰা,
  • মূলীয় শ্বসন, উদ্ভিদৰ শিপা আৰু বায়ুমণ্ডলৰ মাজত অক্সিজেনৰ আদান-প্ৰদান,
  • আলোক শ্বসন, RuBP আৰু অক্সিজেনৰ মাজত উৎসেচকীয় সমন্বয় সাধন।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বসন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ৩৩৮০৩৮ (১৭ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।