জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কবিতা বালাকৃষ্ণণ
কবিতা বালাকৃষ্ণণ (Kavitha Balakrishnan; জন্ম ১ জুন ১৯৭৬) এগৰাকী কলা সমালোচক, কবি, সমসাময়িক কলা গৱেষক, চিত্ৰশিল্পী আৰু কলা কিউৰেটৰ। ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈকে কলেজ অৱ ফাইন আৰ্টছ ত্ৰিবেন্দ্ৰমত কলা ইতিহাসৰ প্ৰবক্তা হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰে। পাছলৈ তেওঁ আৰ.এল.ভি.
-
কবিতা সিং (পণ্ডিত)
কবিতা সিং (Kavita Singh; ৫ নৱেম্বৰ ১৯৬৪ – ৩০ জুলাই ২০২৩) এগৰাকী ভাৰতীয় শিল্পকলা ইতিহাসবিদ। শিল্পকলা ইতিহাসৰ অধ্যাপিকা কবিতা সিঙে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিল্পকলা আৰু নান্দনিক বিদ্যালয়ৰ ডীন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
কবিতা সিদ্ধু
কবিতা সিদ্ধু (ইংৰাজী: Kavita Sidhu; জন্ম: ২৯ নৱেম্বৰ ১৯৭১) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী আৰু প্ৰাক্তন সুন্দৰী সম্ৰাজ্ঞী। তেওঁ ভাৰতীয় পঞ্জাবী বংশোদ্ভৱ।
-
কবিতা ৰাউত
কবিতা ৰাউত ( Kavita Raut; জন্ম ৫ মে' ১৯৮৫) মহাৰাষ্ট্ৰৰ নাছিকৰ এগৰাকী ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰবিদ। তেখেতে ৩৪:৩২ সময়েৰে ১০ কিলোমিটাৰ পথ দৌৰাৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় অভিলেখ ৰ লগতে হাফ মাৰাথনত ১:১২:৫০ সময়েৰে বৰ্তমানৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি তুলিছে।
-
কবিতা ৰামানন
কবিতা ৰামানন হৈছে এগৰাকী সম্ভাৱিতা তত্ত্ববিদ। তেখেতে ব্ৰাউন বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক গণিতৰ অধ্যাপক।
-
কবিৰ সুমন
কবীৰ সুমন (জন্ম: ১৬ মাৰ্চ ১৯৪৯) এজন ভাৰতীয় বাঙালী গায়ক, গীতিকাৰ, অভিনেতা, ৰেডিঅ' সাংবাদিক, লেখক আৰু সংসদ সদস্য। তেওঁৰ আগৰ নাম আছিল সুমন চট্টোপাধ্যায়। ২০০০ চনত বাংলাদেশী সংগীশিল্পী ছাবিনা ইয়াছমিনক বিয়া কৰাই ইছলাম ধৰ্ম গ্ৰহণ কৰে। সুমন এগৰাকী বিশিষ্ট আধুনিক আৰু ৰবীন্দ্ৰ সংগীতৰ গায়ক।
-
কবীৰ চৌধুৰী
কবীৰ চৌধুৰী (Kabir Chowdhury) হ'ল বাংলাদেশৰ এজন বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ আৰু অনুবাদক। বাংলাদেশ চৰকাৰে তেওঁক দেশৰ জাতীয় অধ্যাপক হিচাপে নিৰ্বাচিত কৰিছিল। তেওঁক জনপ্ৰিয়ভাৱে অধ্যাপক কবীৰ চৌধুৰী বুলি জনা যায়; তেওঁৰ ঘৰত মতা নাম মাণিক। কবীৰ চৌধুৰীৰ কনিষ্ঠ ভাতৃ শ্বহিদ বুদ্ধিজীৱী অধ্যাপক মুনীৰ চৌধুৰী।
-
কমল খাৰাজী
ছৈয়দ কমল খাৰাজী (Sayed Kamal Kharazi) (জন্ম, ১ ডিচেম্বৰ ১৯৪৪ – মৃত্যু, ৯ এপ্ৰিল ২০২৬) আছিল এজন ইৰাণী সংস্কাৰবাদী ৰাজনীতিবিদ আৰু কূটনীতিবিদ যিয়ে ১৯৯৭ চনৰ ২০ আগষ্টৰপৰা ২০০৫ চনৰ ২৪ আগষ্টলৈকে ইৰাণৰ বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
কমলজিৎ ছেহৰাৱট
কমলজিৎ ছেহৰাৱট (Kamaljeet Sehrawat; জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজ কৰ্মী। তেওঁ পশ্চিম দিল্লীৰ পৰা লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷
-
কমলা কুমাৰী কাৰেদুলা
কমলা কুমাৰী কাৰেদুলা (Kamala Kumari Karredula) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ অন্ধ্ৰপ্ৰদেশৰ ভদ্ৰচালামৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
কমলা কে কাপুৰ
কমলা কে কাপুৰ (Comla K. Kapur; জন্ম: ২৭ জুলাই ১৯৪৮) এগৰাকী ভাৰতীয়-আমেৰিকান নাট্যকাৰ, কবি আৰু লেখক। হিন্দু দেৱতা, শিখ গুৰু আৰু চুফী ৰহস্যবাদী ৰুমীক কেন্দ্ৰ কৰি গল্প, কিংবদন্তি আৰু মিথৰ সৃষ্টিশীল পুনৰলেখনৰ বাবে জনাজাত।
-
কমলা কেশৱানী
কমলা কেশৱানী (Kamla Keswani; ২৭ আগষ্ট ১৯৩৪ - ৯ মে' ২০০৯) এগৰাকী ভাৰতীয় লোকগীতৰ শিল্পী আৰু নেপথ্য গায়িকা আছিল। তেওঁ ভাৰতৰ অন্যতম জনপ্ৰিয় সিন্ধি ভাষাৰ গায়িকা।
-
কমলা চৌধুৰী
কমলা চৌধৰী (Kamla Chaudhry;২২ ফেব্ৰুৱাৰী ১৯০৮ – ১৯৭০) হিন্দী ভাষাৰ এগৰাকী ভাৰতীয় চুটিগল্প লেখিকা আৰু তৃতীয় লোকসভাৰ হাপুৰৰ সাংসদ।
-
কমলা দেৱী
কমলা দেৱী আমেচুৰ (৮ অক্টোবৰ ১৯৩৩ – ২৯ নৱেম্বৰ ২০১০) এগৰাকী ভাৰতীয় আৰু আমেৰিকান অভিনেত্ৰী আছিল। তেওঁ ১৯৬০-ৰ দশকত তেওঁৰ প্ৰথম স্বামী চাক কন্নৰ্ছৰ বিপৰীতে কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
কমলা পান্ত
কমলা পান্ত (ইংৰাজী: Kamla Pant; জন্ম: ১৮ ডিচেম্বৰ ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় নাৰীবাদী, ৰাজনীতিবিদ আৰু নাৰী অধিকাৰ কৰ্মী। তেওঁ ২০০০ চনত পৃথক উত্তৰাখণ্ড ৰাজ্য গঠনৰ বাবে হোৱা উত্তৰাখণ্ড আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল।
-
কমলা পূজাৰী
কমলা পূজাৰী: Kamala Pujari (১৯৪৯/১৯৫০ – ২০ জুলাই ২০২৪) ভাৰতৰ ওড়িশাৰ কোৰাপুটৰ এগৰাকী ভাৰতীয় জনজাতীয় কৃষক। জৈৱিক কৃষিৰ প্ৰচাৰৰ বাবে তেওঁ পৰিচিত আছিল। পৰম্পৰাগত খেতিৰ প্ৰতি আগ্ৰহী হৈ জেইপুৰৰ এম এছ স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ পৰা মূল কৌশল শিকি জৈৱিক কৃষিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল।
-
কমলা বেনিৱাল
কমলা বেনিৱাল(:Kamla Beniwal১২ জানুৱাৰী ১৯২৭ – ১৫ মে' ২০২৪), এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জ্যেষ্ঠ সদস্য আছিল। ২০০৩ চনত তেওঁ বিভিন্ন পদত মন্ত্ৰী আৰু ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
কমলা বৰগোহাঁই
কমলা বৰগোহাঁই (Kamala Borgohain) হৈছে এগৰাকী গল্পকাৰ, ঔপন্যাসিক।
-
কমলা লক্ষ্মণ
কমলা লক্ষ্মণ শিশু গ্ৰন্থৰ এগৰাকী ভাৰতীয় লেখিকা আৰু কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ পত্নী আছিল।
-
কমলা সাংকৃত্যায়ন
কমলা সাংকৃত্যায়ন (Kamala Sankrityayan; ১৫ আগষ্ট ১৯৩০ – ২৫ অক্টোবৰ ২০০৯) আছিল বিংশ শতিকাৰ এগৰাকী ভাৰতীয় সাহিত্যিক, সম্পাদিকা আৰু হিন্দী তথা নেপালী সাহিত্যৰ পণ্ডিত। তেওঁ প্ৰখ্যাত বুৰঞ্জীবিদ ৰাহুল সাংকৃত্যায়নৰ পত্নী আছিল।
-
কমলা সিনহা
কমলা সিনহা (: Kamala (Kamla) Sinha; ৩০ ছেপ্টেম্বৰ ১৯৩২-৩২ ডিচেম্বৰ ২০১৪ ) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু কূটনীতিবিদ আছিল। ১৯৯০ চনৰ পৰা ২০০০ চনলৈকে তেওঁ দুবাৰকৈ ৰাজ্যসভা লৈ নিৰ্বাচিত হৈছিল, আৰু পিছত চুৰিনাম আৰু বাৰ্বাডোছত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আই. কে.
-
কমলাবাঈ হস্পেট
কমলাবাঈ হস্পেট (Kamalabai Hospet; ১৮৯৬–১৯৮১) (কমলাটাই হস্পেট নামেৰেও পৰিচিত) ভাৰতৰ মহাৰাষ্ট্ৰৰ নাগপুৰত অৱস্থিত অলাভজনক সামাজিক সংস্থা মাত্ৰু সেৱা সংঘৰ সহ-প্ৰতিষ্ঠাপক আছিল। ভেনুটাই নেনে (১৮৯৬–১৯৭৩)ৰ সৈতে মিলি ১৯২১ চনত মাত্ৰু সেৱা সংঘ প্ৰতিষ্ঠা কৰে।
-
কমলিনী মুখাৰ্জী
কমলিনী মুখাৰ্জী (ইংৰাজী: Kamalinee Mukherjee; জন্ম: ৪ মাৰ্চ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মুখ্যত তেলুগু ছবিৰ লগতে কেইখনমান মালয়ালম আৰু তামিল ছবিত অভিনয় কৰিছে। ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ মুম্বাইত থিয়েটাৰৰ এটা কৰ্মশালা সম্পূৰ্ণ কৰে।
-
কমাণ্ডাৰ লিৱেৱে
ৰেমেডিঅ'ছ গুইণ্টো গোমেজ পাৰাইছ’ (জন্ম ৰেমেডিঅ’ছ গুইণ্টো গোমেজ, ১২ জুলাই, ১৯১৮ – ১৫ মে', ২০১৪), মূলতঃ কুমাণ্ডাৰ লিৱেৱে নামেৰে পৰিচিত, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফিলিপাইনছৰ এজন গেৰিলা যুঁজাৰু আছিল।
-
কল্কি সুব্ৰমণিয়ম
কল্কি সুব্ৰমণিয়ম (ইংৰাজী: Kalki Subramaniam) এগৰাকী ট্ৰান্সজেণ্ডাৰ অধিকাৰ কৰ্মী, সমাজকৰ্মী, শিল্পী, অভিনেত্ৰী, লেখিকা, প্ৰেৰণাদায়ী বক্তা আৰু উদ্যোগপতি। তেওঁ তামিলনাডুৰ বাসিন্দা।
-
কল্পনা চাকমা
কল্পনা চাকমা (Kalpana Chakma) বাংলাদেশৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু নাৰীবাদী যি পাহাৰীয়া মহিলা ফেডাৰেচনৰ সাংগঠনিক সম্পাদিকা পদত অধিষ্ঠিত হৈছিল। ১৯৯৬ চনৰ ১২ জুনত লল্লিয়াঘোনা গাঁৱৰ ঘৰৰ পৰা বাংলাদেশৰ সেনাবাহিনীৰ সদস্যই তেওঁ আৰু তেওঁৰ দুজন ভায়েকক অপহৰণ কৰিছিল বুলি অভিযোগ উঠিছে।
-
কল্পনা চৌধুৰী
কল্পনা চৌধুৰী (ইংৰাজী: Kalpana Choudhury) এগৰাকী প্ৰাক্তন ভাৰতীয় ফ্লাইৱেইট আৰু লাইট ফ্লাইৱেইট শ্ৰেণীৰ বক্সাৰ তথা বৰ্তমান প্ৰশিক্ষক। তেওঁ অসমৰ তিনিচুকীয়া জিলাৰ লিডুৰ পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰৰ চিপেগাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃ স্বৰ্গীয় ৰামদয়াল চৌধুৰী আৰু মাতৃ স্বৰ্গীয়া মীৰা চৌধুৰী।
-
কল্পনা দত্ত
কল্পনা দত্ত (অথবা কল্পনা যোশী; Kalpana Datta; ২৭ জুলাই ১৯১৩-৮ ফেব্ৰুৱাৰী ১৯৯৫) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আৰু ১৯৩০ চনত চিটাগং অস্ত্ৰাগাৰ আক্ৰমণত জড়িত সূৰ্য সেন নেতৃত্বাধীন সশস্ত্ৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আছিল।
-
কল্পনা মোৰপৰীয়া
কল্পনা মোৰপৰীয়া এজন ভাৰতীয় বেংকাৰ। তাই তেত্ৰিশ বছৰ ধৰি আইচিআইচিআই বেংকৰ সৈতে জড়িত আছিল। ২.১ ট্ৰিলিয়ন ডলাৰৰ আমেৰিকান কোম্পানী এটাৰ ভাৰতীয় সম্প্ৰসাৰণ জেপি মৰ্গানৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল। কল্পনাই কেইবাটাও আগশাৰীৰ ভাৰতীয় কোম্পানীৰ ব’ৰ্ডত স্বতন্ত্ৰ সঞ্চালক হিচাপে কাম কৰে।
-
কল্পনা শ্বাহ
কল্পনা শ্বাহ (জন্ম ৩০ নৱেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় শাৰী পৰিধান বিশেষজ্ঞ, শৈলী বিশেষজ্ঞ, লেখিকা আৰু উদ্যমী। তেওঁ ভাৰতৰ মুম্বাইৰ অল্টামাউণ্ট ৰোডত বাস কৰে। ১৯৮৫ চনৰপৰা তেওঁ শাৰী পৰিধানৰ কলা চৰ্চা কৰি আহিছে।