জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কল্পনা শৰ্মা কলিতা
কল্পনা শৰ্মা কলিতা একাধাৰে বিশিষ্ট শিক্ষাসদী, প্ৰবন্ধ লেখক, সম্পাদক আৰু সাঁচিপতীয়া পুথিৰ পাঠ সমীক্ষক। তেওঁ বৰ্তমানলৈকে চাৰিখন মৌলিক গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁ বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক।
-
কল্পনা সৰোজ
কল্পনা সৰোজ (Kalpana Saroj, জন্ম-১৯৬১) হৈছে এগৰাকী ভাৰতীয় মহিলা উদ্যোগী আৰু টেড-এক্সৰ বক্তা৷ ভাৰতৰ মুম্বাইস্থিত প্ৰতিষ্ঠান কামানী টিউবছৰ তেখেতে অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ৷ প্ৰকৃত শ্লামডগ মিলিয়নেৰ হিচাপে খ্যাতি লাভ কৰা কল্পনা সৰোজে কামানী টিউবছক এটা দুৰ্দশাগ্ৰস্ত আৰ্থিক অৱস্থাৰ পৰা তুলি…
-
কল্যাণী ঘোষ
কল্যাণী ঘোষ, জন্ম: ১৯৪৬ চন, বাংলাদেশৰ এগৰাকী কণ্ঠশিল্পী। বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত স্বাধীন বাংলা বেতাৰ কেন্দ্ৰৰ তেওঁ এগৰাকী তালিকভুক্ত শিল্পী আছিল। সংগীতৰ ক্ষেত্ৰত থকা বিশেষ অৱদানৰ বাবে ২০২৪ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশে পদক বঁটা প্ৰদান কৰে।
-
কল্লেন পুকুডান
কল্লেন পক্বুডান ; জন্ম: ১৯৩৭), যাক কন্দল পক্বুডান বুলিও জনা যায়। পকুডান আছিল ভাৰতৰ কেৰালাৰ এজন পৰিৱেশ কৰ্মী আৰু লেখক। | ১৯৮৯ চনৰপৰা কেৰালাৰ মেংগ্ৰোভ বনাঞ্চল সংৰক্ষণ আৰু বিস্তাৰৰ বাবে তেওঁ পৰিচিত আছিল।
-
কস্তুৰী ৰাজাধ্যাক্ষ
কস্তুৰী ৰাজাধ্যাক্ষ (Kasturi Rajadhyaksha) এগৰাকী ভাৰতীয় চিকিৎসক আৰু সমাজকৰ্মী আছিল। তেওঁ বিশেষভাৱে ভাৰতীয় বা দক্ষিণ এছিয়াৰ লোকসকলৰ বাবে কেইবাটাও সমৰ্থন গোটক সহায় কৰিছিল, আৰু বিশেষকৈ ঘৰুৱা হিংসাৰ অন্ত পেলোৱা আৰু দক্ষিণ এছিয়াৰ ব্যৱসায়ীসকলক সহায় কৰাত মনোনিৱেশ কৰিছিল।
-
কাই চাং
কাই চাং (১৪ মে' ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী চীনা ৰাজনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী আছিল; যি চীনৰ মহিলা অধিকাৰ সংগঠন অল-চাইনা মহিলা ফেডাৰেচনৰ প্ৰথম অধ্যক্ষ আছিল।
-
কাইনাত ইমতিয়াজ
কাইনাত ইমতিয়াজ (উৰ্দু: کائنات امتیاز; জন্ম: ২১ জুন ১৯৯২) এগৰাকী পাকিস্তানী ক্ৰিকেটাৰ যিয়ে পাকিস্তান মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ অল-ৰাউণ্ডাৰ হিচাপে খেলে। তেওঁ সোঁহাতেৰে বেটিং কৰে আৰু সোঁহাতৰ মধ্যম-দ্ৰুত বলিং কৰে।
-
কাইল ৰিচাৰ্ডছ
কাইল এগান ৰিচাৰ্ডছ উমানস্কি (জন্ম: ১১ জানুৱাৰী ১৯৬৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, চচিয়েললাইট আৰু টেলিভিছন ব্যক্তিত্ব। ২০১০ চনৰ পৰা তেওঁ দ্য ৰিয়েল হাউচৱাইফছ অৱ বেভাৰ্লী হিলছৰ এগৰাকী মুখ্য সদস্য হিচাপে উপস্থিত হৈছে আৰু ২০২০ চনৰ পৰা তেওঁ এই অনুষ্ঠানটোৰ একমাত্ৰ মূল পূৰ্ণকালীন সদস্য হিচাপে আছে।
-
কাইলি জেনাৰ
কাইলি ক্ৰিষ্টেন জেনাৰ (জন্ম ১০ আগষ্ট, ১৯৯৭) এগৰাকী আমেৰিকান মিডিয়া ব্যক্তিত্ব, ছ'চিয়েলাইট আৰু ব্যৱসায়ী। তেওঁ ২০০৭ চনৰপৰা ২০২১ চনলৈ বাস্তৱধৰ্মী টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ান্সত অভিনয় কৰিছিল আৰু ২০২২ চনৰপৰা দ্য কাৰ্ডাশিয়ান্সত অভিনয় কৰি আহিছে।
-
কাইলী কাৰ্টাৰ
কাইলী কাৰ্টাৰ (ইংৰাজী: Kayli Carter; জন্ম: ৮ জুলাই, ১৯৯৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নেটফ্লিক্সৰ ৱেষ্টাৰ্ণ টিভি ধাৰাবাহিক গডলেচত চেডি ৰোজৰ চৰিত্ৰত আৰু বেড এডুকেচন বোলছবিত হিউ জেকমেন আৰু এলিসন জেনীৰ বিপৰীতে আম্বৰ মেককাৰ্ডেনৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
কাকলি ঘোষ দস্তিদাৰ
কাকলি ঘোষ দস্তিদাৰ (Kakoli Ghosh Dastidar,জন্ম ২৩ নৱেম্বৰ ১৯৫৯) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ তৃণমূল কংগ্ৰেছৰ মহিলা শাখা বংগ জননী বাহিনীৰ অধ্যক্ষ। দস্তিদাৰ ১৫, ১৬ আৰু ১৭ নং লোকসভাৰ সদস্য৷ তেওঁ ২০১৪ ভাৰতীয় সাধাৰণ নিৰ্বাচন আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনলৈ পুনৰ নিৰ্বাচিত হৈছিল৷
-
কাকেনিয়া টাইয়া
কাকেনিয়া টাইয়া (Kakenya Ntaiyaa; জন্ম:-১৯৭৮) কেনিয়াৰ এগৰাকী শিক্ষাবিদ, নাৰীবাদী আৰু সামাজিক কৰ্মী। তেওঁ মাছাই গাঁৱৰ এনোছায়েনৰ ছোৱালীৰ বাবে প্ৰাথমিক বৰ্ডিং স্কুল কাকেনিয়া চেণ্টাৰ ফৰ এক্সেলেন্সৰ প্ৰতিষ্ঠাপক আৰু সভানেত্ৰী। ২০০৯ চনৰ মে' মাহত ৩০ জনীয়া প্ৰথম শ্ৰেণীয়ে নামভৰ্তি কৰে।
-
কাচুনী কাৱিন্দী
কাচুনী কাৱিন্দী ফাৰ্নাণ্ডো, যি জনপ্ৰিয়ভাৱে কাচুনী কাৱিন্দী (ইংৰাজী: Kasuni Kavindi) নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান অভিনেত্ৰী যিয়ে মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰত অভিনয় কৰে।
-
কাচুমি আৰিমুৰা
কাচুমি আৰিমুৰা (ইংৰাজী: Kasumi Arimura; জন্ম: ১৩ ফেব্ৰুৱাৰী, ১৯৯৩) এগৰাকী জাপানী অভিনেত্ৰী। তেওঁৰ টেলিভিছন কেৰিয়াৰৰ উল্লেখযোগ্য চৰিত্ৰসমূহৰ ভিতৰত আছে ২০১৩ চনৰ এনএইচকেৰ আছাদোৰা ধাৰাবাহিক আমাচানৰ কিশোৰী হাৰুকো আমানো আৰু ২০১৭ চনৰ আছাদোৰা ধাৰাবাহিক হিয়োক্কোৰ মুখ্য চৰিত্ৰ।
-
কাজল আহমদ
কাজল আহমদ ( Kajal Ahmad; জন্ম: ১৯৬৭) এগৰাকী কুৰ্দি কবি আৰু সাংবাদিক, কুৰ্দছেটৰ শ্ব' ডিজেবাউৰ বাবে তেওঁ পৰিচিত। কাজলে ১৯৮৭ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে।
-
কাজী নওশাবা আহমেদ
কাজী নওশাবা আহমেদ (ইংৰাজী: Quazi Nawshaba Ahmed) এগৰাকী বাংলাদেশী অভিনেত্ৰী, কণ্ঠশিল্পী, চিত্ৰশিল্পী, পুতলা নাচ শিল্পী (puppeteer), পৰিচালক আৰু এগৰাকী সামাজিক কৰ্মী।
-
কাজুঅ' ইছিগুৰু
ছাৰ কাজুঅ’ ইছিগুৰু (Kazuo Ishiguro; জাপানীজ: 石黒 一雄; জন্ম ৮ নৱেম্বৰ ১৯৫৪) এগৰাকী জাপানী মূলৰ ব্ৰিটিছ ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, সংগীতজ্ঞ আৰু চুটি গল্প লেখক। ২০১৭ চনত সাহিত্যৰ ন’বেল বঁটা প্ৰাপক ইছিগুৰু সমালোচকৰ দ্বাৰা আটাইতকৈ প্ৰশংসিত ইংৰাজী ভাষাৰ সমসাময়িক কথা সাহিত্যিকসকলৰ এগৰাকী।
-
কাঞ্চনা মেণ্ডিছ
কাঞ্চনা মেণ্ডিছ (জন্ম: ২৪ জুন ১৯৮০) এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেওঁ মূলতঃ ৰাজ্য সেৱায় পিণিছাই, ৰোজা বসন্তে আদি বোলছবি আৰু দামিনী তথা চাকমান মালুৱা আদি ধাৰাবাহিকৰ চৰিত্ৰৰ বাবে পৰিচিত।
-
কাটিয়া কামেলি
কাটিয়া কামেলি ( Katia Kameli; জন্ম: ১৯৭৩) এগৰাকী ফৰাচী-আলজেৰিয়ান দৃশ্য-শ্ৰাব্য শিল্পী যিয়ে মূলতঃ চলচ্চিত্ৰ আৰু ভিডিঅ'ত কাম কৰে। তেওঁৰ প্ৰধান কলাত্মক কেন্দ্ৰবিন্দু হৈছে আলজেৰিয়াৰ বিভিন্ন বিষয়; আৰু তেওঁ আলজেৰিয়াৰ ইতিহাস, সংস্কৃতি আৰু ৰাজনীতিৰ সন্ধান কৰিবলৈ চলচ্চিত্ৰৰ ব্যৱহাৰ কৰিছে।
-
কাটুশ্বিকা হ'কচাই
Katsushika Hokusai কাটুশ্বিকা হ'কচাই এগৰাকী খ্যাতনাম জাপানী চিত্ৰকৰ৷ টকিঅ'ত জন্ম গ্ৰহণ কৰা এইগৰাকী চিত্ৰকৰক তেওঁৰ জাপানৰ প্ৰখ্যাত 'woodblock printing' ৰে কৰা Thirty-six Views of Mount Fuji নামৰ চিত্ৰসমূহৰ বাবে বিশেষভাৱে জনা যায়৷ এই চিত্ৰসমূহ তেওঁ 'মাউন্ট ফুজি' পৰ্বতৰ প্ৰতি থকা আগ্ৰহ আৰু জাপানৰ…
-
কাথাৰিণা মাজেপা
কাথাৰিণা মাজেপা (ইংৰাজী: Katharina Mazepa; জন্ম: ১৯ আগষ্ট ১৯৯৫) এগৰাকী অষ্ট্ৰিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ ভিয়েনা খিতাপ জয় কৰি চৰ্চালৈ আহিছিল। কাথাৰিণা মাজেপা বৰ্তমান এগৰাকী আন্তঃৰাষ্ট্ৰীয় মডেল হিচাপে বিশ্বৰ বিভিন্ন আগশাৰীৰ ফেশ্বন ব্ৰেণ্ডৰ সৈতে কাম কৰি আহিছে।
-
কাদিয়াম কাব্য
কাদিয়াম কাব্য:Kadiyam Kavya; এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ৱাৰংগল লোকসভা সমষ্টিৰ পৰা লোকসভাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী। তেওঁ জ্যেষ্ঠ ৰাজনীতিবিদ কাদিয়াম শ্ৰীহৰীৰ কন্যা
-
কানেকো ফুমিকো
কানেকো ফুমিকো ( ২৫ জানুৱাৰী, ১৯০৩ – ২৩ জুলাই, ১৯২৬) বা খুব কমেইহে পাক ফুমিকো আৰু পাক মুঞ্জা নামে জনা, এগৰাকী জাপানী নৈৰাজ্যবাদী আৰু শূন্যবাদী আছিল। জাপানী ইম্পেৰিয়েল পৰিয়ালৰ সদস্যক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত দোষী সাব্যস্ত হয়।
-
কান্তনগৰ মন্দিৰ
কান্তজিউ মন্দিৰ (Kantajew Temple) বা কান্তজীৰ মন্দিৰ বা কান্তনগৰ মন্দিৰ হʼল বাংলাদেশৰ দিনাজপুৰ জিলাত অৱস্থিত এটি মধ্যযুগীয় হিন্দু মন্দিৰ। মহাৰাজ প্ৰাণনাথ ৰায়ে মন্দিৰটি শ্ৰীকৃষ্ণ আৰু তেওঁৰ পত্নী ৰুক্মিণীক উৎসৰ্গ কৰি নিৰ্মিত কৰিছিল।
-
কান্না পেটেল
কান্না হাছমুখ পেটেল (Canna Patel) আহমেদাবাদৰ এগৰাকী ভাৰতীয় স্থপতিবিদ আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ৷ পেটেলে চি ই পি টি বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপেও কাম কৰে আৰু চি ই পি টিৰ বিভিন্ন স্থাপত্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গাইড হিচাপেও কাম কৰে।
-
কাব্য শেট্টী
কাব্য শেট্টী এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ কানাড়া ছবিত অভিনয় কৰে। ২০১৩ চনত শেট্টি কানাড়া ছবি নাম দুনিয়া নাম ষ্টাইলৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ ইষ্টকাম্য (২০১৬), জুম (২০১৬), ছিলিকন চিটি (২০১৭) আৰু ব্ৰ' ডেডী (২০২২) ছবিৰে ব্যৱসায়িক সফলতা লাভ কৰে।
-
কামায়নী বিষ্ট
কামায়নী বিষ্ট (জন্ম ২০ আগষ্ট ১৯৭৪), যাক কামায়নী বশিষ্ঠ বুলিও জনা যায়, এগৰাকী ভাৰতীয় শিক্ষাবিদ, কবি আৰু অভিনেত্ৰী। তেওঁ হিমাচল প্ৰদেশৰ শিমলাত অৱস্থিত। ইংৰাজী ভাষাত ৰচিত তেওঁৰ কবিতাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
কামিনী এ ৰাৱ
ডা⦂ কামিনী এ. ৰাৱ ভাৰতৰ সহায়ক প্ৰজননৰ ক্ষেত্ৰৰ এগৰাকী আগৰণুৱা। প্ৰজনন এণ্ডক্ৰাইন’লজী, অভেৰিয়ান ফিজিঅ’লজী আৰু সহায়ক প্ৰজনন প্ৰযুক্তিৰ বিশেষজ্ঞতা লাভ কৰা তেখেতে ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত হৈছে।
-
কামিল আৰু কেনাৰ্লি
কামিল কাৰি আৰু কেনাৰ্লি কেই কিট (জন্ম: ১৯৮৯) হৈছে আমেৰিকাৰ বীণাবাদক যি The Harp Twins নামেৰে পৰিচিত। কিট সহোদৰীদ্বয়ে ১০০তকৈ অধিক একক সংগীত অনলাইনত মুক্তি দিছে, লগতে কাভাৰ আৰু মূল গীতসহ নটা শাৰীৰিক এলবাম মুক্তি দিছে। তেওঁলোকে বহুতো চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
কামিলা তৈয়বজী
কামিলা তৈয়বজী (১৪ ফেব্ৰুৱাৰী ১৯১৮ – ১৭ মে ২০০৪) এগৰাকী ভাৰতীয় সমাজসেৱী আৰু আইনজীৱী আছিল। আইনজীৱী হিচাপে তেওঁ তেতিয়াৰ লণ্ডনত কৰ্মৰত একমাত্ৰ মহিলা উকিল আছিল আৰু প্ৰিভি কাউন্সিলৰ সন্মুখত প্ৰশ্ন কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিচিতি লাভ কৰিছিল।