অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা

নিম্নোক্ত তালিকাখনত ঘাইকৈ অসমৰ বা-বাতৰিক কেন্দ্ৰ কৰি অসমীয়া ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে:- {| ! নাম !! ইংৰাজী নাম !! সম্পাদক !! প্ৰথম প্ৰকাশ !! চলিত / স্থগিত !! ৱেবছাইট |- | অৰুণোদই || Arunodoi || নাথান ব্ৰাউন (প্ৰতিষ্ঠাপক সম্পাদক) || ১৮৪৬,…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

অসমীয়া বাতৰি কাকত

অসমীয়া দৈনিক

নিম্নোক্ত তালিকাখনত ঘাইকৈ অসমৰ বা-বাতৰিক কেন্দ্ৰ কৰি অসমীয়া ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে:-

নামইংৰাজী নামসম্পাদকপ্ৰথম প্ৰকাশচলিত / স্থগিতৱেবছাইট
অৰুণোদইArunodoiনাথান ব্ৰাউন (প্ৰতিষ্ঠাপক সম্পাদক)১৮৪৬, জানুৱাৰীস্থগিত (১৮৮২)উপলদ্ধ নহয়
আসাম বিলাসিনী১৮৭১স্থগিত (১৮৮৩)উপলদ্ধ নহয়
আসাম মিহিৰ১৮৭২স্থগিত (১৮৭৩)উপলদ্ধ নহয়
আসাম দৰ্পণ১৮৭৪স্থগিত (১৮৭৫)উপলদ্ধ নহয়
চন্দ্ৰোদয়১৮৭৬স্থগিতউপলদ্ধ নহয়
আসাম দীপক১৮৭৬স্থগিতউপলদ্ধ নহয়
গোৱালপাৰা হিতসাধিনী১৮৭৬স্থগিত (১৮৭৮)উপলদ্ধ নহয়
আসাম নিউজ১৮৮২স্থগিত (১৮৮৫)উপলদ্ধ নহয়
আসাম বন্ধু১৮৮৫স্থগিত (১৮৮৬)উপলদ্ধ নহয়
মৌThe Beeবলিনাৰায়ণ বৰা১৮৮৬স্থগিত (১৮৮৭)উপলদ্ধ নহয়
অসম আদিত্যAsom Adityaচলিতwww.asomaditya.com
অসমীয়া খবৰAsomiya Khoborবিশ্বজিৎ দাস২০০১, নৱেম্বৰ ৬চলিতwww.assamiyakhabor.com
অসমীয়া প্ৰতিদিন১অসমীয়া প্ৰতিদিননিত্য বৰা১৯৯৫, মাৰ্চ ৩চলিতepaper.asomiyapratidin.in
আজিAajiঅজিত কুমাৰ ভূঞা২০০০, মাৰ্চ ২২স্থগিতউপলদ্ধ নহয়
আজিৰ অসমAajir Axom১৯৮৭, আগষ্ট ১৫স্থগিতউপলদ্ধ নহয়
আজিৰ দৈনিক বাতৰিAajir Dainik Batoriমিহিৰ দেউৰী২০০৫, জানুৱাৰী ২৩স্থগিতউপলব্ধ নহয়
আজিৰ বাতৰিAajir Batoriধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী১৯৯১, ডিচেম্বৰ ১৬স্থগিতউপলদ্ধ নহয়
আমাৰ অসমAmar Asomপ্ৰশান্ত ৰাজগুৰু১৯৯৭, এপ্ৰিল ২১চলিতamarasom.glpublications.in
এদিনৰ সংবাদ২Adinor sambadঅদীপ কুমাৰ ফুকনস্থগিতউপলদ্ধ নহয়
দৈনিক গণ অধিকাৰGana Adhikarড॰ জাকিৰ হুছেইন২০১১চলিতganaadhikar.com
দৈনিক অগ্ৰদূতDainik Agradootকনকসেন ডেকাচলিতdainikagradoot.in
দৈনিক অসমDainik Asamপ্ৰফুল্ল গোবিন্দ বৰুৱা১৯৬৫, আগষ্ট ৪চলিতdainikasam.in
দৈনিক জনমভূমি৩Dainik Janambhumiউৎপল বৰুৱা১৯৭২, জুন ১চলিতdainikjanambhumi.co.in
জনসাধাৰণJanasadharanশিৱনাথ বৰ্মন২০০৩, জানুৱাৰী ১স্থগিতউপলব্ধ নহয়
নতুন দৈনিকNatun Dainikস্থগিতউপলদ্ধ নহয়
নিয়মীয়া বাৰ্তা৪Niyomiya Bartaনৰেশ কলিতাচলিতniyomiyabarta.com
দৈনন্দিন বাৰ্তাDainandin Bartaশংকৰ গোহাঞি২০১০চলিতwww.dainandinbartagroup.in
অসম বাৰ্তাAsom Bartaচলিতepaper.asombarta.in

অন্যান্য ভাষাত প্ৰকাশিত

সমগ্ৰ উত্তৰ-পূব ভাৰত সামৰি প্ৰকাশ পোৱা বা-বাতৰিক কেন্দ্ৰ কৰি অন্যান্য ভাৰতীয় ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে:-

নামইংৰাজী নামভাষাপ্ৰথম প্ৰকাশচলিত / স্থগিতৱেবছাইট
দ্য আছাম ট্ৰিবিউনThe Assam Tribuneইংৰাজী ভাষা১৯৩৯, আগষ্ট ৪চলিতassamtribune.com/
দ্য ছেণ্টিনেলThe Sentinelইংৰাজী ভাষা১৯৮৩চলিতwww.sentinelassam.com/
দ্য নৰ্থ ইষ্ট টাইমছThe North East Timesইংৰাজী ভাষাচলিতnet.glpublications.in/
দৈনিক পূৰ্বোদয়Dainik Purvodayহিন্দী ভাষাচলিতwww.dainikpurvoday.com/
দৈনিক প্ৰান্তজ্যোতিDainik Prantojyotiবঙালী ভাষাস্থগিত
দৈনিক যুগশঙ্খDainik Jugasankhaবঙালী ভাষাচলিতjugasankhaepaper.com/
প্ৰাতঃ খবৰPratah Khabarহিন্দী ভাষাচলিতwww.pratahkhabar.in/
পূৰ্বাঞ্চল প্ৰহৰীPurbanchal Prohoriহিন্দী ভাষাচলিতpp.glpublications.in/
দৈনিক সাময়িক প্ৰসঙ্গDainik Samayik Prasangaবঙালী ভাষাচলিতsamayikprasanga.in/epaper.php

সাপ্তাহিক

নামইংৰাজী নামসম্পাদকপ্ৰথম প্ৰকাশচলিত / স্থগিতৱেবছাইট
অসম বাণীAsam Baniদিলীপ চন্দন১৯৫৫চলিত / স্থগিতwww.asambani.com/beta/index.html (বৰ্তমান উপলব্ধ নহয়।)
সাদিন৫Saadinতিলক হাজৰিকা১৯৮৮চলিতwww.pratidinassam.com/sadin/index.html
কামৰূপ ৰাজ্যPragjyotishধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী২০০৯চলিতweb.archive.org/web/20120704220856/http://epaper (বৰ্তমান উপলব্ধ নহয়।)

প্ৰমুখ আলোচনীসমূহ

আলোচনী

নামইংৰাজী নামপ্ৰথম প্ৰকাশসম্পাদকচলিত / স্থগিতটোকা
গৰীয়সী৬Goriyoshi১ অক্টোবৰ ১৯৯৩চন্দ্ৰপ্ৰসাদ শইকীয়াচলিতসাহিত্যালোচনী
জোনাকীJonaki১৮৮৯চন্দ্ৰকুমাৰ আগৰৱালাস্থগিতপ্ৰথম অসমীয়া মাহেকীয়া আলোচনী
তৃষ্ণাতুৰTrishnaturস্থগিতবিনোদনধৰ্মী আলোচনীি
নতুন সৃজনNatun Srijanস্থগিতবিজ্ঞান আলোচনী
নন্দিনী৬Nandini২০০০মাইনী মহন্তচলিতমহিলা আলোচনী
প্ৰকাশ (আলোচনী)Prakash১৯৭৫মিহিৰ দেউৰীচলিতসাহিত্যালোচনী
প্ৰান্তিকPrantik১৯৮১প্ৰদীপ বৰুৱাচলিতসাহিত্যালোচনী
প্ৰিয় সখী৭Priyo Sakhi২০০০শশী ফুকন (মুখ্য সম্পাদক), জীমণি চৌধুৰী (সম্পাদক)৬চলিতমহিলা আলোচনী৮
বাৰ ওঠৰBara Otharaডাঃ জয়ন্ত বিশ্ব শৰ্মাচলিতকিশোৰ-কিশোৰীৰ আলোচনী
বাঁহীBanhi১৯০৯স্থগিত
বিচ্চুৰিত বৰ্ণালীBicchurito Bornali২০০৯স্থগিতমহিলা আলোচনী
বিজ্ঞান জেউতি (ৱেবছাইট)Bigyan Jeutiচলিতবিজ্ঞান আলোচনী
বিজ্ঞান সুৰভিBigyan Surabhiস্থগিতবিজ্ঞান আলোচনী
বিস্ময়৬৭Bismoi১৯৬৯শশী ফুকনস্থগিতবিনোদনধৰ্মী আলোচনী
মায়া (আলোচনী)Mayaজানুৱাৰী, ১৯৯৯স্থগিতবিনোদনধৰ্মী আলোচনী
সাতসৰী (আলোচনী)৬Satsori২০০৫হোমেন বৰগোহাঞিচলিতসাহিত্যালোচনী
স্বাস্থ্য আৰু দীৰ্ঘ জীৱনচলিতস্বাস্থ্যভিত্তিক আলোচনী
শ্ৰীময়ী৬Srimoyee১৯৮৭বেণী মাধৱস্থগিতমহিলা আলোচনী
ৰহস্যRahashyaস্থগিতবিনোদনধৰ্মী আলোচনী
ৰোমাঞ্চ৬Rommance১৯৯৯মুকুল কলিতাস্থগিতবিনোদনধৰ্মী আলোচনী
মৌMouডিচেম্বৰ, ১৮৮৬ চনস্থগিতমাহিলি কাকত
সাম্প্ৰতিক জনমতSampratik Janamat২০১৭ৰুবী ফুকনস্থগিতমাহেকীয়া বাৰ্তালোচনী

শিশু আলোচনী

নামইংৰাজী নামপ্ৰথম প্ৰকাশসম্পাদকচলিত / স্থগিতৱেবছাইট
অকণিৰ অগ্ৰদূত৬Akonir Agradoot১৯৯৫ৰমেন শইকীয়া, অসীম কুমাৰ বৰাস্থগিতউপলদ্ধ নহয়
চান্দমামাChandamamaস্থগিতউপলদ্ধ নহয়
টিংকলTinkleউদাহৰণৰজনী থিনদাথচলিতউপলদ্ধ নহয়
নতুন আৱিষ্কাৰNotun Abiskarউদাহৰণশান্তনু তামূলীচলিতউপলদ্ধ নহয়
শিশু ৰত্নShishu Ratnaনৱেম্বৰ, ২০০৪ চনগোবিন চন্দ্ৰ নাথস্থগিতউপলদ্ধ নহয়
মৌচাকMouchaqএপ্ৰিল, ১৯৮৪ চনশান্তনু তামূলীচলিতmouchaq.in
সঁফুৰাSofuraএপ্ৰিল, ১৯৮২ চনঅমল দত্তচলিতsofura.org
ৰংমেলাRongmelaউদাহৰণঅৰুণ ভাগৱতীচলিতউপলদ্ধ নহয়

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ w3newspapers.com আহৰণ: ২৭-০৯-২০১২
  2. ↑ Adinor Sambad, আহৰণ: ২৮-০৯-২০১২
  3. ↑ Articles related to "Assamese newspapers", আসাম স্পাইডাৰ ডট কম, আহৰণ: ২৮-০৯-২০১২
  4. ↑ অনলাইন শিৱসাগৰ ডট কম আহৰণ: ২৭-০৯-২০১২
  5. ↑ assaminfo.in আহৰণ: ২৭-০৯-২০১২
  6. ↑ আশীৰ পৰৱৰ্তী অসমীয়া আলোচনী: এক অসম্পূৰ্ণ আলোচনা (১) – লিখক: শান্তনু কৌশিক বৰুৱা, ৱেবছাইট: কিতাপ ডট ক’ ডট ইন, আহৰণ: ৩০-০৯-২০১২
  7. ↑ Articles related to "Assamese Magazine", উৎস: আসাম স্পাইডাৰ ডট কম, আহৰণ: ২৮-০৯-২০১২
  8. ↑ প্ৰিয় সখী ৱেবছাইট, আহৰণ: ২৯-০৯-২০১২

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনীঅসমীয়া সাহিত্যঅসম সম্পৰ্কীয় তালিকাঅসমৰ সংবাদ পত্ৰবাতৰি কাকতআলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৫০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।