অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বাৰ ওঠৰ

বাৰ ওঠৰ (১২১৮) (Bara Othara‌‌‌) হ’ল এখন কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী। এই আলোচনীখনৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা আছিল হোমেন বৰগোহাঞি।

হালনাগাদ: ২২ মে’ ২০২৫ ২১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বাৰ ওঠৰ (১২১৮) (Bara Othara‌‌‌) হ’ল এখন কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী। এই আলোচনীখনৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা আছিল হোমেন বৰগোহাঞি।

‘বাৰ ওঠৰ’ত প্ৰকাশিত উপন্যাসসমূহ

উপন্যাসৰ নামঅনুবাদকমূল লেখক/লেখিকা
প্ৰবাল দ্বীপ
বকুল ফুলৰ দৰে (গ্ৰন্থ)ড॰ মৃণাল কলিতা
বন্যতাৰ ৰিংঅভিজিত শৰ্মা বৰুৱাজেক্‌ লণ্ডন
বিজয়ী ৰবাৰঅভিজিত শৰ্মা বৰুৱাজুল ভাৰ্ণ (Jules Varne)
বিদায়, মিষ্টাৰ চিপচ্‌ৰাজেন্দ্ৰ শৰ্মা
মাতৃভূমিসন্তোষ কুমাৰ কৰ্মকাৰ
ৰিব্‌ৰিব্‌, মুনমীহঁতৰ শেষ নোহোৱা কাহিনীড॰ মৃণাল কলিতা

বাহ্যিক সংযোজন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ ওঠৰ” প্ৰবন্ধৰ সংশোধন ৫১১২৭২ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।