অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নন্দিনী

নন্দিনী (ইংৰাজী: Nandini) মূলতঃ মহিলাসকলৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান সম্পাদক মাইনী মহন্ত আৰু কাৰ্যবাহী সম্পাদক টুনা গৌতম। ২০১৩ চনৰ ফেব্ৰুৱাৰীত আলোচনীখনে ত্ৰয়োদশ বছৰত ভৰি দিয়ে।

হালনাগাদ: ২৬ মাৰ্চ ২০২৪ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

নন্দিনী (ইংৰাজী ভাষা: Nandini) মূলতঃ মহিলাসকলৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান সম্পাদক মাইনী মহন্ত আৰু কাৰ্যবাহী সম্পাদক টুনা গৌতম।১ ২০১৩ চনৰ ফেব্ৰুৱাৰীত আলোচনীখনে ত্ৰয়োদশ বছৰত ভৰি দিয়ে।২ আলোচনীখনত বিনোদনধৰ্মী বিভিন্ন লেখাৰ লগতে বিভিন্ন প্ৰাসঙ্গিক বিষয়ৰ প্ৰবন্ধ, গল্প, কবিতা, ধাৰাবাহিক উপন্যাস ইত্যাদি প্ৰকাশ পায়।

লগতে চাওক

বাহ্যিক সংযোগ

  • আনুষ্ঠানিক ৱেবছাইট

তথ্যসূত্ৰ

  1. ↑ নন্দিনী, জানুৱাৰী ২০১৩
  2. ↑ নন্দিনী, ফেব্ৰুৱাৰী ২০১৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিনী” প্ৰবন্ধৰ সংশোধন ৪১৪৫৫৯ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।