অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নিয়মীয়া বাৰ্তা

নিয়মীয়া বাৰ্তা এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। কাকতখনৰ বৰ্তমান সম্পাদক নৰেশ কলিতা আৰু অমল দাস কাৰ্যবাহী সম্পাদক। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাৰ পৰা একেসময়তে প্ৰকাশ পায়।

হালনাগাদ: ৩ জুলাই ২০২৬ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

নিয়মীয়া বাৰ্তা এখন অসমীয়া ভাষাৰ দৈনিক বাতৰিকাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়১। কাকতখনৰ বৰ্তমান সম্পাদক নৰেশ কলিতা আৰু অমল দাস কাৰ্যবাহী সম্পাদক। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাৰ পৰা একেসময়তে প্ৰকাশ পায়।

প্ৰকাশ

নিয়মীয়া বাৰ্তাৰ প্ৰকাশক হৈছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।

কাৰ্যালয়

বাতৰি কাকত খনৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ নিউজ লাইভ বিল্ডিঙত অৱস্থিত। ইয়াৰোপৰি দুটা শাখা কাৰ্যালয় যোৰহাট আৰু ডিব্ৰুগড়ত আছে।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ About

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিয়মীয়া বাৰ্তা” প্ৰবন্ধৰ সংশোধন ৬১৫৩১২ (৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।