অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সাদিন

সাদিন (Sadin) হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন সাপ্তাহিক বাতৰি কাকত। ১৯৮৯ চনত কাকতখন প্ৰথম প্ৰকাশ পায়। বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী। ২০১৩ চনত সাদিনে ৰূপালী জয়ন্তী বৰ্ষ অৰ্থাৎ ২৫ বছৰত ভৰি দিয়ে। প্ৰথম মুখ্য সম্পাদক আছিল তিলক হাজৰিকা আৰু কাৰ্যবাহী সম্পাদক আছিল অজিত কুমাৰ ভূঞা।

হালনাগাদ: ২৬ মে’ ২০২৪ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

সাদিন (Sadin) হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন সাপ্তাহিক বাতৰিকাকত। ১৯৮৯ চনত কাকতখন প্ৰথম প্ৰকাশ পায়। বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী। ২০১৩ চনত সাদিনে ৰূপালী জয়ন্তী বৰ্ষ অৰ্থাৎ ২৫ বছৰত ভৰি দিয়ে।১ প্ৰথম মুখ্য সম্পাদক আছিল তিলক হাজৰিকা আৰু কাৰ্যবাহী সম্পাদক আছিল অজিত কুমাৰ ভূঞা।২৩

প্ৰকাশ

সাদিন কাকতখন ১৯৮৯ চনৰপৰা প্ৰতি শুক্ৰবাৰে প্ৰকাশ পাই আহিছে। বৰ্তমান সাদিনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।

সমল

২৪ পৃষ্ঠাৰ এই সাপ্তাহিক কাকতখনে বিভিন্ন স্থানীয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বাতৰি পৰিৱেশন কৰে। ইয়াৰ লগতে শিল্প-সাহিত্য, অৰ্দ্ধ-আকাশ, বিনোদন, ক্ৰীড়া আদি নিয়মীয়া পৃষ্ঠাসমূহত ধাৰাবাহিক উপন্যাস, গল্প-কবিতা আৰু প্ৰবন্ধকে আদি কৰি ভিন্নধৰণৰ লেখা প্ৰকাশ কৰে। শিশুসকলৰ বাবে সাদিনৰ চোতাল পৃষ্ঠা অন্যতম সংযোজন।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ সাদিন, ৪ জানুৱাৰী ২০১৩
  2. ↑ 'সাদিন'ৰ শৈশৱক সুঁৱৰি। উদয়াদিত্য ভৰালী। সাদিন, ৪ জানুৱাৰী ২০১৩
  3. ↑ সাদিন, অজিত ভূঞা, দেৱানন্দ বৰুৱা - এৰি অহা কিছু স্মৃতি। নবীন বৰুৱা। সাদিন, ৪ জানুৱাৰী ২০১৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাদিন” প্ৰবন্ধৰ সংশোধন ৪২১৬৫৪ (২৬ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।