অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

এদিনৰ সংবাদ

এদিনৰ সংবাদ হ'ল অসমৰ গুৱাহাটীৰপৰা প্ৰকাশিত এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০০৬ চনৰ ২৯ অক্টোবৰ তাৰিখে কাকতখন প্ৰথম প্ৰকাশ পায়। অদীপ কুমাৰ ফুকন কাকতখনৰ সম্পাদক। বৰ্তমান এইখন কাকত উপলব্ধ নহয়।

হালনাগাদ: ৬ মাৰ্চ ২০২৪ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

এদিনৰ সংবাদ হ'ল অসমৰ গুৱাহাটীৰপৰা প্ৰকাশিত এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০০৬ চনৰ ২৯ অক্টোবৰ তাৰিখে কাকতখন প্ৰথম প্ৰকাশ পায়।১ অদীপ কুমাৰ ফুকন কাকতখনৰ সম্পাদক। বৰ্তমান এইখন কাকত উপলব্ধ নহয়।

সমল

বিভিন্ন পৃষ্ঠা আৰু শিতানেৰে সৈতে কাকতখনে কিতাপৰ খবৰেৰে 'গ্ৰন্থ পৃষ্ঠা', হাস্য-ব্যংগ শিতান 'ব্ৰেকফাষ্ট', সাক্ষাৎকাৰ ভিত্তিক 'মনৰ খিৰিকী', অসমৰ বিভিন্ন স্থান বিষয়ক 'পৰিক্ৰমা', জনজাতীয় জীৱন বিষয়ক 'সমাজ' আৰু তথ্য আৰু মনোৰঞ্জন বিষয়ক পৃষ্ঠা 'তথ্যৰঞ্জন' প্ৰকাশ কৰে। ১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা. (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬৪৪. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এদিনৰ সংবাদ” প্ৰবন্ধৰ সংশোধন ৪০৯৯৪৭ (৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।