অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসম বাৰ্তা

অসম বাৰ্তা (Asom Barta) এখন অসমীয়া ভাষাৰ বাতৰি কাকত আৰু ডিজিটেল নিউজ মেডিয়া। 'অসম বাৰ্তা' প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাকতখন প্ৰতি সোমবাৰে মাজুলীৰ পৰা প্ৰকাশ পাই আহিছে। ২০২০ চনৰ ২০ এপ্ৰিল তাৰিখে প্ৰথম সংখ্যা প্ৰকাশ পাইছিল।

হালনাগাদ: ১৩ জানুৱাৰী ২০২৪ ৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অসম বাৰ্তা (Asom Barta) এখন অসমীয়া ভাষাৰ বাতৰি কাকত আৰু ডিজিটেল নিউজ মেডিয়া। 'অসম বাৰ্তা' প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাকতখন প্ৰতি সোমবাৰে মাজুলীৰ পৰা প্ৰকাশ পাই আহিছে। ২০২০ চনৰ ২০ এপ্ৰিল তাৰিখে প্ৰথম সংখ্যা প্ৰকাশ পাইছিল।

প্ৰকাশ

'অসম বাৰ্তা'ৰ প্ৰকাশক হৈছে 'অসম বাৰ্তা' প্ৰকাশন। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।

কাৰ্যালয়

বাতৰি কাকতখনৰ মুখ্য কাৰ্যালয় মাজুলীৰ সদৰ গড়মূৰৰ এ.বি. বিল্ডিঙত অৱস্থিত।

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম বাৰ্তা” প্ৰবন্ধৰ সংশোধন ৪০২১১১ (১৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।